Biswanath College AASU unit

Biswanath College AASU  unit Official Page of Biswanath College AASU Unit

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হল ।
03/07/2026

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হল ।

19/06/2026

পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু সেৱাই আমাৰ পৰিচয় ।
আজি বিশ্বনাথ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত বিশ্বনাথ জিলা চিকিৎসালয়ত স্বচ্ছতা অভিযান কৰাৰ লগতে তাত থকা প্ৰত্যেকটো ৱাৰ্ডত গৈ আমি প্ৰত্যক্ষ কৰিছিলোঁ যে কাষত থকা দেৱাল সমূহত যতে ততে গুটখা ৰ পিক,প্লাষ্টিক বটল আৰু অন্যান্য আৱৰ্জনা সমূহ পেলাই থোৱাৰ ফলত চিকিৎসালয় খনত অপৰিষ্কাৰ পৰিৱেশ সৃষ্টি হৈছে তাৰ বাবে আৱৰ্জনা সমূহ উপযুক্ত স্থানত পেলাবলৈ আহ্বান জনালোঁ ।
এদিনত সকলো পৰিষ্কাৰ কৰি তুলাটো অসম্ভৱ সেয়েহে আমি আগন্তুক দিনতো এনেধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰি আমাৰ বিশ্বনাথ জিলা চিকিৎসালয় পৰিষ্কাৰ-পৰিছন্ন কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিম । এই ক্ষেত্ৰত সকলো লোকৰ সহায় সহযোগীতা আমাৰ কাম্য ।

#সদৌঅসমছাত্ৰসন্থা



Address

Biswanath Chariali
Biswanath Chariali

Website

Alerts

Be the first to know and let us send you an email when Biswanath College AASU unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category