Minority Department Biswanath DCC

Minority Department Biswanath DCC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Minority Department Biswanath DCC, Political Party, Biswanath, Biswanath Chariali.

Official page of Biswanath District Congress Committee, Minority Department – dedicated to service, equality and dignified representation of all minority communities.”

অহাকালি 23-03-26 তাৰিখ, সোমবাৰে, পুৱা 9 বজাত  #বিশ্বনাথ সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ  #কংগ্ৰেছ_দলৰ মনোনীত প্রার্থী  #জয়ন্ত...
22/03/2026

অহাকালি 23-03-26 তাৰিখ, সোমবাৰে, পুৱা 9 বজাত #বিশ্বনাথ সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ #কংগ্ৰেছ_দলৰ মনোনীত প্রার্থী #জয়ন্ত_বৰা ডাঙৰীয়াই #মনোনয়ন_পত্ৰ_দাখিল কৰিব। সেয়েহে বিৰোধী মিত্ৰজোঁটৰ সকলো স্তৰৰ নেতা কৰ্মী তথা কংগ্ৰেছ দলৰ শুভাকাংক্ষী সকলক, আমি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে সকলোৰে উপস্থিতি আন্তৰিকাৰে কামনা কৰিলোঁ। সকলোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি #লেহুগাওঁ_বৰহমথুৰী ফিল্ডত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল। জয়ন্ত বৰা জিন্দাবাদ। কংগ্ৰেছ জিন্দাবাদ।
Jayanta Borah
Gaurav Gogoi
Indian National Congress

Eid Mubarak 🌙🕋🤲
20/03/2026

Eid Mubarak 🌙🕋🤲

Congratulations 🥳🎉৭০ নং বিশ্বনাথ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মোৰ দাদা জয়ন্ত বৰা  বিশ্বনাথ জিলা স...
20/03/2026

Congratulations 🥳🎉
৭০ নং বিশ্বনাথ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মোৰ দাদা জয়ন্ত বৰা বিশ্বনাথ জিলা সংখ্যালঘু তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ যুঁজ এখন হ'ব, জয় জুবিন দা, জয় গৌৰৱ গগৈ, জয় আই অসম।




.

Address

Biswanath
Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Minority Department Biswanath DCC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share