15/08/2026
ভাৰতীয় জনতা পাৰ্টী, বিশ্বনাথ জিলা মুখ্য কাৰ্যালয়ত আজি গৌৰৱ আৰু দেশপ্ৰেমৰ অনুভূতিৰে ৮০তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।
এই পৱিত্ৰ দিনটোত দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া মহান স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। 🇮🇳
জয় হিন্দ 🇮🇳
বন্দে মাতৰম 🇮🇳