Bokakhat ICDS Project

Bokakhat ICDS Project Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bokakhat ICDS Project, Government Official, Bokakhat.

23/02/2024

কাজি নেমুৰ গুণাগুণৰ স্বীকৃতিস্বৰূপে অসমৰ এই থলুৱা নেমুবিধক অসম চৰকাৰে 'জাতীয় ফল' (অসমৰ ৰাজ্যিক ফল) হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

03/01/2024

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত খেল মহাৰণৰ গোলাঘাট জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতা সমূহ অহা ৩ জানুৱাৰী ৰ পৰা ৭ জানুৱাৰী,২০২৪ ৰ ভিতৰত গোলাঘাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ সেই উপলক্ষ্যে কাইলৈ অৰ্থাৎ ৩/১/২০২৪ তাৰিখে বিয়লি ১ বজাত শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ শুভাৰম্ভ অনুষ্ঠানৰ লগতে প্ৰতিযোগিতাৰ গোটেইকিদিন গোলাঘাটবাসী সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰা হ’ল৷

CMO Assam Himanta Biswa Sarma Keshab Mahanta কেশৱ মহন্ত Atul Bora অতুল বৰা Ajanta Neog Bimal Borah Bhabendra Nath Bharali ভবেন্দ্ৰনাথ ভৰালী Mrinal Saikia Biswajit Phukan Directorate of Sports & Youth Welfare DC Golaghat Directorate of Information and Public Relations, Assam

28/12/2023
28/12/2023
সকলোৰে মৰম, আশীৰ্বাদ কাৰণে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ণ প্ৰকল্পই তৃতীয় বাৰৰ বাবে ৰাজ্যিক প্রয্যায়ত সন্মান বুটলিবলৈ ...
30/09/2023

সকলোৰে মৰম, আশীৰ্বাদ কাৰণে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ণ প্ৰকল্পই তৃতীয় বাৰৰ বাবে ৰাজ্যিক প্রয্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে।
এই বঁটাৰ আঁৰত গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ণ প্ৰকল্পৰ সকলো কৰ্মচাৰী বৃন্দ আৰু কর্মী সহায়িকাৰ কৰ্ম আৰু নিষ্ঠা জৰিত হৈ আছে, ইয়াৰ লগতে বোকাখাত মহকুমা প্ৰশাসন, জিলা সমাজ কল্যান বিভাগ, অন্যন্য সহযোগী বিভাগ যথেষ্ঠ অৰিহণা আছে।
বিশেষকৈ আমাৰ সন্মানীয় বিধায়ক তথা মাননীয় মন্ত্ৰী শ্ৰী যোত অতুল বৰা ছাৰৰ যথেষ্ঠ অৰিহণাৰ লগতে তেওঁৰ দিহা পৰামৰ্শৰ বাবে আজি বোকাখাত মহকুমাই এই সন্মান পাবলৈ সক্ষম হৈছে।
পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ

25/09/2023
25/09/2023

Address

Bokakhat

Telephone

+917002961367

Website

Alerts

Be the first to know and let us send you an email when Bokakhat ICDS Project posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bokakhat ICDS Project:

Share