তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা সমিতি

  • Home
  • India
  • Bokakhat
  • তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা সমিতি

তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা  সমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা সমিতি, Social service, Bokakhat.

সমাজ আৰু দেশ গঢ়াৰ মহান কৰ্মত নিয়োজিত প্ৰতিগৰাকী শিক্ষকলৈ আজিৰ এই বিশেষ দিনটোত জনালোঁ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা। তাই...
05/09/2026

সমাজ আৰু দেশ গঢ়াৰ মহান কৰ্মত নিয়োজিত প্ৰতিগৰাকী শিক্ষকলৈ আজিৰ এই বিশেষ দিনটোত জনালোঁ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা।

তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা সমিতি

ভাৰতৰ ক্ৰীড়া জগতৰ গৌৰৱ, অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ, কিংবদন্তি এথলীট ভোগেশ্বৰ বৰুৱাদেৱলৈ জন্মদিনৰ আন্ত...
03/09/2026

ভাৰতৰ ক্ৰীড়া জগতৰ গৌৰৱ, অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ, কিংবদন্তি এথলীট ভোগেশ্বৰ বৰুৱাদেৱলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা সমিতি

আজি সদৌ টাই আহোম ছাত্ৰ সন্থা, কাজিৰঙা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কাজিৰঙাবাসী ৰাইজৰ সহযোগত ইক' চেঞ্চিটিভ জ'ন ১০ কি.মি. অন...
29/08/2026

আজি সদৌ টাই আহোম ছাত্ৰ সন্থা, কাজিৰঙা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কাজিৰঙাবাসী ৰাইজৰ সহযোগত ইক' চেঞ্চিটিভ জ'ন ১০ কি.মি. অন্যথা ১ কি. মি. হ'লে ৰাইজ তথা জীৱকুলৰ সুবিধা অসুবিধাৰ ওপৰত কাজিৰঙা স্থানীয় ৰাইজৰ মতামত বিচাৰি কাজিৰঙা দগাওঁ নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাৰ কিছু দৃশ্যাংশ।
অনাগত দিনবোৰতো ৰাইজৰ মতামত বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাইজৰ ওচৰত উপস্থিত থাকিম।
আপোনাসৱৰ সহযোগিতা কামনা কৰিলোঁ।
তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা সমিতি

“হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে,প্ৰেম অমৃতৰ নদী।শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে,বহে ব্ৰহ্মাণ্ডক ভেদি।” 🙏🌸পৱিত্ৰ ভাদ মাহ উপলক্ষ...
25/08/2026

“হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে,
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে,
বহে ব্ৰহ্মাণ্ডক ভেদি।” 🙏🌸

পৱিত্ৰ ভাদ মাহ উপলক্ষে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু), বোকাখাত সমজিলাৰ তৰফৰ পৰা ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ বাবে ঠাণ্ডা চৰবত আৰু ঠাণ্ডা পানী যোগান ধৰা হয়।
ভক্তপ্ৰাণ ৰাইজৰ সেৱাত নিজকে নিয়োজিত কৰি আগবঢ়োৱা এইয়া আমাৰ ক্ষুদ্ৰ সেৱা 🙏

তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা সমিতি

Bhaskar Jyoti Phukan
Ankur Raj Konwar
চাও বিমান বৰুৱা
Pranjal Gogoi
Chao Dipjyoti Ma-Mu
Chao Moon Saikia
Chao Manuj Gogoi Ahom
চাও কুকি পাণি ফু-কন
BiRaj GoGoi
চাওঁ জিতেন গগৈ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতি কাষৰীয়া কাৰ্বি আংলং পাহাৰত অবৈধ পাহাৰ খনন কাৰ্য অবাধ গতিত বৃদ্ধি পোৱা আমাৰ দৃষ্টি গোচৰ হৈ...
22/08/2026

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতি কাষৰীয়া কাৰ্বি আংলং পাহাৰত অবৈধ পাহাৰ খনন কাৰ্য অবাধ গতিত বৃদ্ধি পোৱা আমাৰ দৃষ্টি গোচৰ হৈছে। সেয়েহে বিভাগীয় বন বিষয়া (DFO) মহোদয়ক উক্ত দাবী পত্ৰৰ যোগেদি অবৈধ পাহাৰ খনন প্রক্রিয়া অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনালোঁ। অনথ্যা অসম গৌৰৱ কাজিৰঙাৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত স্থানীয় ৰাইজৰ সহযোগত আটাছুৱে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।

BiRaj GoGoi
Manosh Boruah
Chao Moon Saikia
চাও বিমান বৰুৱা
চাও কুকি পাণি ফু-কন




সদৌ তাই আহোম ছাত্ৰ সন্থা বোকাখাত সম-জিলা সমিতিৰ আজি বোকাখাত আবৰ্ত ভৱনত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত মুখ্...
10/08/2026

সদৌ তাই আহোম ছাত্ৰ সন্থা বোকাখাত সম-জিলা সমিতিৰ আজি বোকাখাত আবৰ্ত ভৱনত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত মুখ্য উপদেষ্টা বিজয় ফুকন, উপদেষ্টা গিৰিশ ফুকন, নৈতিক বৰগোহাঁইৰ, সভাপতি বিৰাজ গগৈ, কাৰ্যকৰী সভাপতি প্ৰাঞ্জল গগৈ, যুটীয়া সম্পাদক মানস বৰুৱা, বিমান বৰুৱাৰ লগতে বোকাখাত সম-জিলা সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।
সভা আৰম্ভ হোৱা প্ৰাকক্ষণত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত হোৱা প্ৰবল বানত মৃত্যু হোৱা ব্যক্তি সকলৰ আত্মাৰ শান্তি কামনা কৰি মৌন প্ৰাৰ্থনা জনোৱা হয়।
সভাৰ সভাপতিত্ব কৰে সভাপতি বিৰাজ গগৈ দেৱে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ যুটীয়া সম্পাদক মানস বৰুৱা দেৱে।
উদেশ্যে বাখ্যাৰ ওপৰত সভাত উপস্থিত থকা সদস্য সকলে বিভিন্ন মন্তব্য আগবঢ়ায় আৰু সন্থাৰ আগন্তুক কৰ্মসূচী প্ৰস্তুত কৰে।
বিভিন্ন কাৰ্যপন্থাৰ লগতে আগন্তুক নবেম্বৰ মাহত ডামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
শেষত সভাপতি মহোদয়ৰ মন্তব্যৰে সভা ভংগ ঘোষণা কৰে।
ধন্যবাদ
তাই আহোম ছাত্ৰ সন্থা জিন্দাবাদ....

Chao Moon Saikia
চাও কুকি পাণি ফু-কন
চাওঁ জিতেন গগৈ
চাও বিমান বৰুৱা
Manosh Boruah
BiRaj GoGoi
Bhaskar Jyoti Phukan
Ankur Raj Konwar
Krishna Boruah
Chow Biswajit Gogoi

Address

Bokakhat
785601

Website

Alerts

Be the first to know and let us send you an email when তাই আহোম ছাত্ৰ সন্থা বোকাখাত সমজিলা সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category