ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷

  • Home
  • India
  • Bokakhat
  • ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷

ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷ political updation

BJP Assam Pradesh ৰ প্ৰদেশৰ সন্মানীয় মাননীয় সভাপতি শ্ৰীযুত Dilip Saikia ডাঙৰীয়া দেৱলৈ ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডলৰ ...
01/09/2026

BJP Assam Pradesh ৰ প্ৰদেশৰ সন্মানীয় মাননীয় সভাপতি শ্ৰীযুত Dilip Saikia ডাঙৰীয়া দেৱলৈ ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডলৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা জনাইছোঁ৷আপোনাৰ সুদক্ষ নেতৃত্বত অনাগত দিনত আমাৰ দলটি সুচ্চ শিখৰলৈ গতি লাভ কৰক৷আপোনাৰ অনিৰূদ্ধ গতিত মা-কামাখ্যাই সহায় হওক৷
Himanta Biswa Sarma
BJP Golaghat District

ভাৰতীয় জনতা পাৰ্টি কাজিৰঙা মণ্ডলৰ অন্তৰ্গত চেপেনাকোবোৱা গাঁৱৰ নিবাসী শ্ৰীগোপাল মিশ্ৰ আৰু শ্ৰীমতী ৰাণী মিশ্ৰৰ সুযোগ্য কন্...
31/08/2026

ভাৰতীয় জনতা পাৰ্টি কাজিৰঙা মণ্ডলৰ অন্তৰ্গত চেপেনাকোবোৱা গাঁৱৰ নিবাসী শ্ৰীগোপাল মিশ্ৰ আৰু শ্ৰীমতী ৰাণী মিশ্ৰৰ সুযোগ্য কন্যা প্ৰিয়ংকা মিশ্ৰই UGC NET ৰ পৰীক্ষাত 91.78 শতাংশ নম্বৰ পাই কাজিৰঙাৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
আজি ভাৰতীয় জনতা পাৰ্টিৰ কাজিৰঙা মণ্ডলৰ মাননীয়া সভানেত্ৰী শ্ৰীযুতা ৰিতা তালুকদাৰ ডাঙৰীয়ানী, মণ্ডলৰ সাধাৰণ সম্পাদক শ্ৰীযুত দিগন্ত বৰা ডাঙৰীয়া আৰু জিলা বিজেপিৰ কা্ৰ্যনিৰ্বাহক সদস্য শ্ৰীযুত কমল গগৈ ডাঙৰীয়াই পৰিয়ালটিক সাক্ষাৎ কৰি মেধাৱী ছাত্ৰী গৰাকীক সম্বৰ্ধনা জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে৷
BJP Assam Pradesh
BJP Golaghat District
ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷

29/08/2026

আজি দেৰগাঁও সমষ্টিৰ অন্তৰ্গত দেৰগাঁও মণ্ডলত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত এক বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়।
এই সভাত সংগঠনৰ সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰা, দলীয় কাৰ্যকলাপ তৃণমূল পৰ্যায়লৈ অধিক সক্ৰিয়ভাৱে লৈ যোৱা আৰু আগন্তুক দিনসমূহত দলক অধিক শক্তিশালী কৰাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে আগন্তুক মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰস্তুতি সন্দৰ্ভটো প্ৰাৰম্ভিক আলোচনা কৰা হয়।
সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী মৃদুল দত্ত ডাঙৰীয়া, প্ৰাক্তন জিলা সভাপতি শ্ৰী দেৱ প্ৰদীপ বৰা ডাঙৰীয়া, ৰাজ্যিক সদস্য শ্ৰী অনিমেষ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি দেৰগাঁও আৰু বোকাখাত সমষ্টিৰ অন্তৰ্গত বিভিন্ন মণ্ডলৰ সন্মানীয় সভাপতি সকল,কাজিৰঙা মণ্ডলৰ সভানেত্ৰী মাননীয়া ৰিতা তালুকদাৰ ডাঙৰীয়ানীৰ লগতে সাধাৰণ সম্পাদকদ্বয় দিগন্ত বৰা আৰু ভাইটি দলে, জিলা বিষয়ববীয়া, মৰ্চাৰ সভাপতি তথা দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
BJP Assam Pradesh
BJP Golaghat District
ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷

মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma দেৱৰ দূৰদৰ্শী নেতৃত্বৰ এখোজ৷BJP Assam Pradesh BJP Golaghat District ভাৰতীয় জনতা ...
26/08/2026

মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma দেৱৰ দূৰদৰ্শী নেতৃত্বৰ এখোজ৷
BJP Assam Pradesh
BJP Golaghat District
ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷
Rita Talukdar
BJYM KAZIRANGA MANDAL

19/08/2026
17/08/2026

কাজিৰঙা অসমৰ গৌৰৱ; লগতে ই আমাৰ প্ৰকৃতি, পৰিৱেশ আৰু বন্যপ্ৰাণীৰ অমূল্য ঐতিহ্য। কাজিৰঙাৰ মূল সংৰক্ষিত অঞ্চল আৰু সীমা সদায়, সকলো সময়তে সুৰক্ষিত হৈ থাকিব। ইক’ ছেনছিটিভ জ’নৰ পৰিসৰ ৰাষ্ট্ৰীয় উদ্যানখন য'ত শেষ হৈছে তাৰ পৰাহে গণনা কৰা হয়, মূল কেন্দ্রৰ পৰা নহয়। সেয়ে ১০ কিল'মিটাৰ ইক’ ছেনছিটিভ জ’নৰ নামত থলুৱা জনগোষ্ঠীৰ উন্নয়ন আৰু জীৱন-জীৱিকাত অযথা বাধা সৃষ্টি কৰাৰ বিপৰীতে ১-৩ কিল'মিটাৰৰ যুক্তিসংগত পৰিসৰে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু স্থানীয় জনসাধাৰণৰ উন্নয়ন-- দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰে আৰু এক বহনক্ষম জীৱনৰ উদাহৰণৰ আমি সাক্ষী হ'ব পাৰিম কাজিৰঙাৰ দৰে সংবেদনশীল বিষয়ক লৈ ৰাজনৈতিক মুনাফা আদায়ৰ অপপ্ৰয়াসত সত্যক বিকৃত কৰি ৰাইজক বিভ্ৰান্ত কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

আজি ১৭/০৮/২০২৬ দিনটোত ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল ৰ মাননীয়া সভানেত্ৰী শ্ৰীযুতা ৰিতা তালুকদাৰ ডাঙৰীয়ানীৰ নেতৃত্বত  #...
17/08/2026

আজি ১৭/০৮/২০২৬ দিনটোত ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল ৰ মাননীয়া সভানেত্ৰী শ্ৰীযুতা ৰিতা তালুকদাৰ ডাঙৰীয়ানীৰ নেতৃত্বত #সমজিলাআয়ুক্ত বোকাখাত মহোদয়াক লগ কৰি এটি বিশেষ আলোচনাত বহা হয়৷তাৰ পাছত আমাৰ সতীৰ্থ শ্ৰী তীৰ্থ নাথ,মিলনপুৰ বোকাখাত আৰু শ্ৰীমতী দীপাঞ্জলি দাস,কৈলাখাত ডাঙৰীয়া নীক লগ কৰি তেওঁলোকৰ স্বাস্থ্যৰ খবৰ লোৱা হয়৷ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে আমাৰ সতীৰ্থ সকলে শীঘ্ৰে আৰোগ্য লাভ কৰি আগৰ দৰেই সমাজসেৱাত ব্ৰতী হওক৷
আজিৰ কাৰ্যসুচীত কাজিৰঙা মণ্ডলৰ সাধাৰণ সম্পাদকদ্বয় শ্ৰীযুত দিগন্ত বৰা ডাঙৰীয়া,ভাইটি দলে ডাঙৰীয়া,কাজিৰঙা মণ্ডলৰ সামাজিক মাধ্যম বিভাগৰ আহ্বায়ক শ্ৰী অজামিল পেগু আৰু কাজিৰঙা মণ্ডল অনুসুচীত জাতি মৰ্চাৰ মাননীয় সভাপতি শ্ৰীযুত প্ৰশান্ত দাস ডাঙৰীয়াই সভানেত্ৰী মহোদয়াৰ লগত সহযোগ কৰে৷
BJP Assam Pradesh
Himanta Biswa Sarma



BJP Golaghat District

Rita Talukdar
BJYM KAZIRANGA MANDAL
ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, মহান ৰাষ্ট্ৰনায়ক তথা ভাৰতীয় ৰাজনীতিৰ এগৰাকী যুগদ্ৰষ্টা নেতা শ্ৰদ্ধাৰ অটল বিহাৰ...
16/08/2026

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, মহান ৰাষ্ট্ৰনায়ক তথা ভাৰতীয় ৰাজনীতিৰ এগৰাকী যুগদ্ৰষ্টা নেতা শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী দেৱৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
দেশৰ প্ৰতি তেওঁৰ অগাধ নিষ্ঠা, সৰলতা, দূৰদৰ্শী নেতৃত্ব আৰু ৰাষ্ট্ৰসেৱাৰ আদৰ্শই প্ৰতিগৰাকী ভাৰতীয়ক সদায় অনুপ্ৰাণিত কৰি থাকিব। ভাৰতবৰ্ষৰ উন্নয়ন আৰু সৱলীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায়েই স্মৰণীয় হৈ ৰ’ব।
BJP Assam Pradesh
ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷
Rita Talukdar

৮০ সংখ্যক  #স্বাধীনতা দিৱস, ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডলৰ অস্হায়ী কাৰ্যালয়ত মণ্ডলৰ মাননীয়া সভানেত্ৰী শ্ৰীযুতা ৰিতা ত...
15/08/2026

৮০ সংখ্যক #স্বাধীনতা দিৱস, ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডলৰ অস্হায়ী কাৰ্যালয়ত মণ্ডলৰ মাননীয়া সভানেত্ৰী শ্ৰীযুতা ৰিতা তালুকদাৰ ডাঙৰীয়ানী,মণ্ডল বিষয় ববীয়া,শুভাকাংক্ষী ৰাইজ আৰু ছাত্ৰছাত্ৰীৰ উপস্থিতিত পতাকা উত্তোলন কৰি পালন কৰে৷
BJP Assam Pradesh
Himanta Biswa Sarma

BJP Golaghat District
Rita Talukdar

Address

Kaziranga
Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when ভাৰতীয় জনতা পাৰ্টি,কাজিৰঙা মণ্ডল৷ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share