District Agriculture Office, Bongaigaon

District Agriculture Office, Bongaigaon Office of the District Agriculture Officer, Bongaigaon.

30/05/2025
07/04/2025

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

Himanta Biswa Sarma
Atul Bora অতুল বৰা
CMO Assam
Directorate of Information and Public Relations, Assam

বঙাইগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষি  প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (CSS ATMA‌ )ৰ উদ্যোগত অহা ইংৰাজী ৬ আৰু ৭ মাৰ্চ ২০২...
05/03/2025

বঙাইগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (CSS ATMA‌ )ৰ উদ্যোগত অহা ইংৰাজী ৬ আৰু ৭ মাৰ্চ ২০২৫ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্য্যায়ত বঙাইগাঁও জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ সমীপত থকা চৌহদত এখন কৃষক মেলাৰ আয়োজন কৰা হৈছে। মেলাখনত কৃষক প্ৰশিক্ষণৰ লগতে কৃষি প্ৰযুক্তিৰ প্ৰদৰ্শন আৰু প্ৰগতিশীল কৃষকৰ সৈতে কৃষি বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান ইত্যাদি আয়োজন কৰা হৈছে।
উক্ত কাৰ্য্যসূচীত সকলোৰে উপস্থিতিৰ লগতে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।

Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam

23/02/2025

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম কিষাণ) আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে ১৯সংখ্যক কিস্তিৰ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (DBT) প্ৰক্ৰিয়া অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰা হ’ব।

মন কৰিব 👇

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ভাগলপুৰৰ পৰা বিয়লি 🕑 ২ বজাত অনুষ্ঠিতব্য "কিষাণ সন্মান সমাৰোহ" অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে ১৯সংখ্যক কিস্তি মুকলি কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰো প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া "Live Telecast"ৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজে তলৰ লিংকৰ জৰিয়তে কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত পঞ্জীয়ন কৰিব পাৰিব 👇

https://pmevents.mygov.in/en/login/


পঞ্জীয়ন প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হ’লে সংশ্লিষ্ট জিলাৰ কৃষি উন্নয়ন বিষয়া/ কৃষি সম্প্ৰসাৰণ সহায়ক/ মিডিয়া বিশেষজ্ঞ/ এপাৰ্ট-আটমাৰ অধীনৰ এ টি এম আৰু বি টি এম-সকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।

Narendra Modi
Himanta Biswa Sarma
Atul Bora অতুল বৰা
CMO Assam
Directorate of Information and Public Relations, Assam

28/12/2024

কৃষকৰ কল্যাণাৰ্থে পোনপটীয়াকৈ ন্যূনতম সমৰ্থন মূল্যত কৃষকৰপৰা ধান ক্ৰয়ৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। প্ৰতি কুইণ্টলত ন্যূনতম সমৰ্থন মূল্য ২,৩০০ টকাত কৃষক ৰাইজে জিলাসমূহৰ সংশ্লিষ্ট ক্ৰয় কেন্দ্ৰসমূহত ধান বিক্ৰী কৰিব পাৰিব।

Himanta Biswa Sarma
CMO Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
Assam Agribusiness Rural Transformation Project - APART Assam

28/12/2024

ৰাজ্যৰ কৃষক সমাজৰ বাবে এই বাৰ্তা৷ আপোনাৰ শস্যভূমিক সম্ভাব্য সকলো ক্ষয়-ক্ষতিৰ পৰা মুক্ত কৰিবলৈ অনতিপলমে নিৰ্ধাৰিত সময়ৰ পূৰ্বে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়ন কৰক৷

20/12/2024

📢 কৃষক ৰাইজৰ জ্ঞাতাৰ্থে...

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)ৰ অধীনত ৰবি ২০২৪-২৫ বৰ্ষৰ বাবে মাকৈ, সৰিয়হ আৰু আলুৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ : ৩১ ডিচেম্বৰ ২০২৪ আৰু বৰো ধান, কুঁহিয়াৰৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম দিন : ১৫ ফেব্ৰুৱাৰী ২০২৫। 🌽🌾

শস্য বীমাকৰণৰ বাবে ইচ্ছুক কৃষক ৰাইজক বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।

Himanta Biswa Sarma
CMO Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam

বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত মহকুমা ভিত্তিত বঙাইগাঁও মহকুমাৰ অন্তৰ্গত পোপৰাগাঁও আৰু উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ...
18/10/2024

বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত মহকুমা ভিত্তিত বঙাইগাঁও মহকুমাৰ অন্তৰ্গত পোপৰাগাঁও আৰু উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত সাকোমৰাত কাতি বিহু পালন কৰাৰ কিছু দৃশ্যাংশ।

Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam

Address

FH55+PVP, Barpara
Bongaigaon
783380

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Agriculture Office, Bongaigaon:

Share