02/09/2026
বঙাইগাঁও ৰাজীৱ ভৱন প্ৰাংগণত,
বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু জননায়ক Rahul Gandhi ৰ বিৰুদ্ধে হকে বিহকে মোকৰ্দমা দাখিল কৰাৰ বিৰুদ্ধে আজি বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।