01/02/2025
ৱাকফ(সংশোধনী) বিধেয়ক, ২০২৪ ৰ প্ৰস্তাৱিত সংশোধনীত অনুমোদন যুটীয়া সংসদীয় সমিতিৰ।
এই সমিতিৰ এগৰাকী অন্যতম সদস্য আছিল সন্মানীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত Dilip Saikia ডাঙৰীয়া।