BJP OBC Morcha, Bongaigaon District

BJP OBC Morcha, Bongaigaon District Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP OBC Morcha, Bongaigaon District, Political organisation, Bongaigaon.

22/06/2023

PM Modi's bold decisions and swift action during the pandemic saved precious lives.

06/03/2023
06/02/2023
আজি ১৪-১২-২০২২ তাৰিখে ভাৰতীয় জনতা পাৰ্টি অন্যান্য পিছ পৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি মাননীয় অশ্বিনী ৰায় সৰকাৰ ডাঙৰীয়াৰ...
14/12/2022

আজি ১৪-১২-২০২২ তাৰিখে ভাৰতীয় জনতা পাৰ্টি অন্যান্য পিছ পৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি মাননীয় অশ্বিনী ৰায় সৰকাৰ ডাঙৰীয়াৰ জিলা সমুহত প্ৰবাস কাৰ্যসুচীৰ লগত সংগতি ৰাখি বঙাইগাওঁ জিলা কাৰ্যালয়ত বঙাইগাওঁ জিলা অন্যান্য পিছ পৰা শ্ৰেণী মৰ্চাৰ সভাপতি বিনন দ্বীপ ৰায় ডাঙৰীয়াৰ সভাপতিত্বত এখনি বিশেষ সাংগঠনিক সভা হয় , আৰু সভাত উপস্থিত থাকে অ.বি.চি. মৰ্চা ৰাজ্যিক সভাপতি মাননীয় অশ্বিনী ৰায় সৰকাৰ, জিলা সভাপতি মাননীয় হিমানী অধিকাৰী, অবিচি মৰ্চা বঙাইগাও জিলা প্ৰভাৰী প্ৰনব বৰ্মন, ৰাজ্যিক কাৰ্যকৰী সদস্য অৰুপ নাথ, বঙাইগাওঁ জিলা যুৱ মৰ্চা সভাপতি সজ্ঞয় ৰায়, জিলা সা: সম্পাদক জ্যোতিৰ্ময় সৰকাৰ.

ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলাৰ কাৰ্যালয়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জিলা বিষয়বব...
06/12/2022

ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলাৰ কাৰ্যালয়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জিলা বিষয়ববীয়া আৰু বিভিন্ন স্তৰৰ কাৰ্য্যকৰ্তাসকলৰ লগত ৰাতিপুৱাৰ চাহ-জলপান খাই মতবিনিময় কৰা এটি সুন্দৰ মূহুৰ্ত।

Address

Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when BJP OBC Morcha, Bongaigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share