Madar Pur Sunrise Unite Committee AAMSU

Madar Pur Sunrise Unite Committee AAMSU #আমাক লাগে ন্যায় আৰু অধিকাৰ ।

আজি মাদাৰপুৰ এম.ই স্কুলত বাৰ্ষিক পৰীক্ষাৰ ফলাফলৰ সভাত আমন্ত্ৰণ ক্ৰমে আমি মাদাৰপুৰ ছানৰাইছ শাখা সমিতিৰ ফালৰ পৰা উপস্থিত থ...
31/03/2026

আজি মাদাৰপুৰ এম.ই স্কুলত বাৰ্ষিক পৰীক্ষাৰ ফলাফলৰ সভাত আমন্ত্ৰণ ক্ৰমে আমি মাদাৰপুৰ ছানৰাইছ শাখা সমিতিৰ ফালৰ পৰা উপস্থিত থাকোঁ। লগতে আমন্ত্ৰন মৰ্মে উপস্থিত থাকে আমাৰ নাঙলভাঙা আঞ্চলিক আমছুৰ সভাপতি ছানোৱাৰ হুছেইন ডাঙৰীয়া আৰু সহ: সম্পাদক আব্দুল হক ডাঙৰীয়া।

তাৰে কিছু আলোক চিত্ৰ।31/03/2026

18/02/2026
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু'ৰ চিৰাং জিলা সমিতিৰ উদ্যোগত নাঙল ভাঙা আঞ্চলিক সমিতিৰ সহযোগত ১৮ ফেব্ৰুৱাৰী ১৯৮৩ ইং চ...
18/02/2026

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু'ৰ চিৰাং জিলা সমিতিৰ উদ্যোগত নাঙল ভাঙা আঞ্চলিক সমিতিৰ সহযোগত ১৮ ফেব্ৰুৱাৰী ১৯৮৩ ইং চনৰ নেলীৰ গণহত্যাৰ ন্যায় প্ৰদান কৰাৰ দাবীত আৰু তেৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত ক'লাবেজ পৰিধান কৰি কলা দিৱস পালন কৰা হয়।

নেলীৰ হত্যাকাণ্ড বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়। ১৮ ফেব্ৰুৱাৰীৰ দিনা ছঘণ্টা জুৰি চলা এই হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল। আৰু (বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০ হাজাৰ মান আক্ৰান্ত) আৰু ১৪ খন গাঁও আছিল।I আজি লৈকে কোনো ধৰণৰ ক্ষতি পূৰণ পোৱা নাই

নেলি গণ আন্দোলনৰ লগত জড়িত থকা প্ৰতিগৰাকী দুস্কৃতি কাৰিৰ লগতে বিশেষকৈ সেই সময়ৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ যি ভূমিকা তাক আমি অৰ্থাৎ নাঙল ভাঙা আঞ্চলিক সমিতিৰ তৰফৰ পৰাও তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ধিক্কাৰ জনাইছোঁ। আজি তিনি যুগ পাৰ হোৱাৰ পিছতো নেলীবাসি ৰাইজে উচিত বিচাৰ পোৱা নাই।

সকলো ৰাইজৰ সহায় আৰু সহযোগীতা কামনা কৰিলো
18/02/2026

সকলো ৰাইজৰ সহায় আৰু সহযোগীতা কামনা কৰিলো

আজি 18/02/2026 ইং তাৰিখত ডেবৰবিল L.P স্কুলত খেল ধেমালিৰ বঁটা বিতৰণী সভাত নাঙলভাঙা আঞ্চলিক আমছুৰ ফালৰ পৰা  আমন্তণ মৰ্মে উ...
18/02/2026

আজি 18/02/2026 ইং তাৰিখত ডেবৰবিল L.P স্কুলত খেল ধেমালিৰ বঁটা বিতৰণী সভাত নাঙলভাঙা আঞ্চলিক আমছুৰ ফালৰ পৰা আমন্তণ মৰ্মে উপস্থিত থাকো। মোৰ লগতে উপস্থিত থাকে মাদাৰ পুৰ শাখা সমিতিৰ সম্পাদক ছবিয়াৰ আলী ডাঙৰীয়া।

আজি 16/02/2026 ইং তাৰিখত মাদাৰপুৰ এম ই স্কুলত অমন্ত্ৰণ মৰ্মে খেল-ধেমালিৰ বটা বিতৰণী সভাত উপস্থিত থাকো।
16/02/2026

আজি 16/02/2026 ইং তাৰিখত মাদাৰপুৰ এম ই স্কুলত অমন্ত্ৰণ মৰ্মে খেল-ধেমালিৰ বটা বিতৰণী সভাত উপস্থিত থাকো।

15/02/2026

আজি শপতবাক্য পাঠ কৰাৰ মূহুৰ্তত

আজি 15/02/2026 ইং তাৰিখত নাঙলভাঙা আঞ্চলিক সমিতি আমছুৰ উদ্যোগত জয়পুৰ শাখা সমিতিখণ পুৰণা কমিটি ভংগকৰি নতুনকৈ কমিটি গঠনাৰ্...
15/02/2026

আজি 15/02/2026 ইং তাৰিখত নাঙলভাঙা আঞ্চলিক সমিতি আমছুৰ উদ্যোগত জয়পুৰ শাখা সমিতিখণ পুৰণা কমিটি ভংগকৰি নতুনকৈ কমিটি গঠনাৰ্থে আৰু জয়পুৰ শাখা সমিতি, মাদাৰ পুৰ ছানৰাইছ শাখা সমিতি, আৰু নৱউদয় হাই ছেকেণ্ডেৰী স্কুলৰ শাখা সমিতি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
উক্ত সভাত চিৰাং জিলা সমিতি আমছুৰ মুখ্য উপদেষ্টা মফিদুল আলম ডাঙৰীয়া আৰু চিৰাং জিলা সমিতি আমছুৰ সভাপতি/সাধাৰণ সম্পাদক ক্ৰমে নাজিৰ ৰহমান ডাঙৰীয়া আৰু ময়েজ উদ্দিন আহমেদ ডাঙৰীয়া উপস্থিত থাকি উপস্থিতি মুৰব্বী আৰু আঞ্চলিক শাখা সমিতিৰ বিষয় ববীয়াৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে উক্ত কাৰ্যসূচীত জিলা সমিতিৰ উপ সভাপতি মছতাফিজুৰ ৰহমান মুবাৰক আলী এই অঞ্চলৰ মুৰব্বী শিক্ষক সমাজ তথা আঞ্চলিক শাখা সমিতিৰ দেৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে। উক্ত সভাতেই তিনি খন শাখা সমিতিৰ শপত বাক্য জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ জৰিয়তে পাঠ কৰোৱা হয়। আৰু সংগঠন টোৰ এই অঞ্চলৰ ভৱিষ্যত কাৰ্যপন্থা হাতত লোৱা হয়।

*সভাৰ কিছু আলোকচিত্ৰ*

15/02/2026

আমছু যে অসমৰ সংখ্যালঘু ৰাইজৰ বলিষ্ঠ কণ্ঠ সেয়া আপুনি ভাল কৈ জানে। নাটক কিয় কৰে?

Address

Bongaigaon
783394

Alerts

Be the first to know and let us send you an email when Madar Pur Sunrise Unite Committee AAMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Madar Pur Sunrise Unite Committee AAMSU:

Share

Category