03/12/2024
ডাঙতল উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ৰ তত্বাৱধানত আজি ৩-১২-২০২৪ ইং তাৰিখ মাংলবাৰে "নাৰী সুৰক্ষা কোষ"ৰ সভা লগতে দুগ্ধ পান কেন্দ্ৰ* ৰ উন্মোচন কৰা হয় টুনিয়া মা CLF ত |
স্থান : টুনিয়া মা মণ্ডল সংগঠনৰ কাৰ্যালয় ঘৰ, মূলাগাওঁ ।