সেউজী ধৰনী গ্ৰাম্য সংঘ

সেউজী ধৰনী গ্ৰাম্য সংঘ Plant to save the Planet

আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ মাজত SeSTA NGO  সহায়ত বৃক্ষৰোপণ কৰা হ'ল। লগতে SeSTA NGO ই আমাক অনাগত দিনত সহায...
05/06/2026

আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ মাজত SeSTA NGO সহায়ত বৃক্ষৰোপণ কৰা হ'ল। লগতে SeSTA NGO ই আমাক অনাগত দিনত সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। গতিকে আমি সেউজী ধৰণী গ্ৰাম্য সংঘৰ জৰিয়তে SeSTA NGO সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আমাৰ সেউজী ধৰণী গ্ৰাম্য সংঘৰ সমূহ সদস্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

যোৱা 14/09/25 ইং তাৰিখ ৰবিবাৰে আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ সমূহ কাৰ্যকতা সকলে আগতে ৰোপন কৰা গছপুলি সমূহ ৰক্ষণাবেক্ষণ দি...
15/09/2025

যোৱা 14/09/25 ইং তাৰিখ ৰবিবাৰে আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ সমূহ কাৰ্যকতা সকলে আগতে ৰোপন কৰা গছপুলি সমূহ ৰক্ষণাবেক্ষণ দিয়াৰ লগতে। পুৰনি বস্তাবোৰ সলনি কৰি নতুনকৈ নেট দি ঘেৰি দিয়ে।

আজি 24/08/2025 ইং ৰবিবাৰ দিনা খন আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা আগতে ৰুই যোৱা গছপুলি বোৰৰ পুৰনি বস্তাবোৰ সলনি কৰি...
24/08/2025

আজি 24/08/2025 ইং ৰবিবাৰ দিনা খন আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা
আগতে ৰুই যোৱা গছপুলি বোৰৰ পুৰনি বস্তাবোৰ সলনি কৰি 18 জোপা গছ নতুকৈ নেট (জাল)ৰে ঘেৰি দিয়া হয়। আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ সমূহ সদস্য তথা কাৰ্য্যকতাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।

আজি ধলাগাওঁ ভাটি পাৰাৰ বাসিন্দা নীলমনি(নকুল) নাথৰ দুহিতা গীতাঞ্জলি নাথ আৰু প্ৰকাশ (হেলকু) নাথৰ পুত্ৰ তন্ময় নাথৰ জন্ম দি...
17/08/2025

আজি ধলাগাওঁ ভাটি পাৰাৰ বাসিন্দা নীলমনি(নকুল) নাথৰ দুহিতা গীতাঞ্জলি নাথ আৰু প্ৰকাশ (হেলকু) নাথৰ পুত্ৰ তন্ময় নাথৰ জন্ম দিন উপলক্ষে আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা সাধাৰন‌ সম্পাদক দিপু নাথ। যুটীয়া সম্পাদক খনিন নাথ লগতে সক্ৰিয় সদস্য সন্তোষ নাথ (সোন) উপস্থিত থাকি। এজোপা গছপুলি আৰু জন্ম দিনৰ অলেখ শুভকামনা জ্ঞাপন কৰে। ধন্যবাদ।

আজি 17/08/25 ইং তাৰিখ ৰবিবাৰ দিনা সেউজী ধৰনী গ্ৰাম্য সংঘ তৰফৰ পৰা আমাৰ বিগত দিনত যি গছপুলি ৰোপণ কৰা হৈছিল। সেই গছ পুলিবো...
17/08/2025

আজি 17/08/25 ইং তাৰিখ ৰবিবাৰ দিনা সেউজী ধৰনী গ্ৰাম্য সংঘ তৰফৰ পৰা আমাৰ বিগত দিনত যি গছপুলি ৰোপণ কৰা হৈছিল। সেই গছ পুলিবোৰ আজি নতুনকৈ নেট বা জাল দি সংৰক্ষন কৰা হয়। লগতে সেউজী ধৰনী গ্ৰাম্য সংঘৰ সমূহ সদস্য তথা কাৰ্য্যকতাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগুন্তক দিনত সহায় কামনা কৰিলোঁ।
লগতে আমাৰ গাওঁৰ শিল্পী নয়ন জ্যোতি নাথে আজিৰ গছপুলি ঘেৰি দিবলৈ নেট বা জালৰ যোগান ধৰে। তেওঁকো আমি আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।



সপোনৰ সেউজী গাওঁখনি আকৌ সেউজী কৰাৰ সপোন।🌳🌲💚
10/08/2025

সপোনৰ সেউজী গাওঁখনি আকৌ
সেউজী কৰাৰ সপোন।🌳🌲💚

Save tree
03/08/2025

Save tree

আজি 03/08/2025 ইং তাৰিখ ৰবিবাৰে 8 জোপা গছপুলি ৰোপণ কৰা হয়। সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা সভাপতি ৰিপন শৰ্মা, খনিন নাথ...
03/08/2025

আজি 03/08/2025 ইং তাৰিখ ৰবিবাৰে 8 জোপা গছপুলি ৰোপণ কৰা হয়। সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা সভাপতি ৰিপন শৰ্মা, খনিন নাথ,নিৰঞ্জন নাথ(মেন্টো),ৰাম‌ কিশোৰ শৰ্মা ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।লগতে আমাক গছবোৰ ঘেৰি দিবলৈ নেট (জাল) দি সহায় কৰে ডেকলিমাৰীৰ ৰীতা শৰ্মা বাইদেউ। তেওঁকো আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ

আজি সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা 10 জোপা গছপুলি ৰোপণ কৰা হয়। সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা চন্দন নাথ(চনো),খনিন ন...
27/07/2025

আজি সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা 10 জোপা গছপুলি ৰোপণ কৰা হয়। সেউজী ধৰনী গ্ৰাম্য সংঘৰ তৰফৰ পৰা চন্দন নাথ(চনো),খনিন নাথ, ৰাম কিশোৰ শৰ্মা, চত্ৰজিৎ নাথ আৰু আমাৰ সেউজী ধৰনী গ্ৰাম্য সংঘৰ সভাপতি ৰিপন শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

20/07/2025

সেউজী গ্ৰাম্য সংঘৰ আজিৰ প্ৰ'গ্ৰাম।

Address

Dhalagaon
Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when সেউজী ধৰনী গ্ৰাম্য সংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share