Bongaigaon District NSUI

Bongaigaon District NSUI Official page of National Students' union of India, Bongaigaon District Committee

বিজেপিৰ ছত্ৰছায়াত থাকি শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলে এনে অপৰাধীয়ে...
13/05/2026

বিজেপিৰ ছত্ৰছায়াত থাকি শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলে এনে অপৰাধীয়ে...

13/05/2026

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ সৰৱ NSUI….

NSUI Assam
Vinod Jakhar
Kaushik Kashyap Kalita

আজি অসম ৰাজ্যিক NSUI ৰ উদ্যোগত আৰু বঙাইগাঁও জিলা NSUI ৰ সহযোগত ঐকান্তিক প্ৰচেষ্টাত, শ্ৰী Merajul Hoque  ডাঙৰীয়াৰ দক্ষ ন...
03/05/2026

আজি অসম ৰাজ্যিক NSUI ৰ উদ্যোগত আৰু বঙাইগাঁও জিলা NSUI ৰ সহযোগত ঐকান্তিক প্ৰচেষ্টাত, শ্ৰী Merajul Hoque ডাঙৰীয়াৰ দক্ষ নেতৃত্বত ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক এক গৌৰৱময় সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সন্মান জনোৱা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক শ্ৰী Nurul Islam ডাঙৰীয়া লগতে উপস্থিত থাকে জিলা কংগ্ৰেছ আৰু জিলা NSUI ৰ সন্মানীয় বিষয়ববীয়া সকল।

এইয়া ছাত্ৰ ছাত্ৰী সকলৰ অবিৰাম পৰিশ্ৰম, অধ্যৱসায় আৰু নিষ্ঠাৰ যথাযোগ্য স্বীকৃতি আগবঢ়োৱাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস।

সকলো কৃতকাৰ্য ছাত্ৰ-ছাত্ৰীলৈ অন্তৰিক অভিনন্দন আৰু শুভাশীষ জ্ঞাপন কৰিছো। আগন্তুক জীৱনত অধিক দীপ্তিময় সফলতাৰে আগবাঢ়ি,নিজৰ দক্ষতা আৰু সামৰ্থ্যৰে সমাজ আৰু দেশৰ উন্নয়ন যাত্ৰাত এক গৌৰৱময় অৱদান আগবঢ়োৱা এয়াই আমাৰ কাম্য।

NSUI Assam
Indian National Congress - Assam
Kaushik Kashyap Kalita

12/04/2026

আজি ভাৰতৰ এক জনপ্ৰিয় তথা কিংবদন্তি গায়িকা আশা ভোঁচলে দেহাৱসান ঘটিল। তেওঁৰ অমৰ কণ্ঠস্বৰ আৰু সংগীতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানে এটা অবিস্মৰণীয় উত্তৰাধিকাৰ ৰাখি গৈছে, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ প্ৰেৰণা যোগাই যাব।

তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।

অহাকালি প্ৰত্যেক গৰাকী অসমীয়াৰ ভোট দাদাৰ হত্যাকাৰী সকলৰ বিৰুদ্ধে....
08/04/2026

অহাকালি প্ৰত্যেক গৰাকী অসমীয়াৰ ভোট দাদাৰ হত্যাকাৰী সকলৰ বিৰুদ্ধে....

Mr. Ikbal Hussain is hereby expelled from NSUI, Assam with immediate effect for engaging in anti-party activities.
06/04/2026

Mr. Ikbal Hussain is hereby expelled from NSUI, Assam with immediate effect for engaging in anti-party activities.

ৰিণিকী ভূঞা শৰ্মাৰ চাৰিখন দেশৰ নাগৰিকত্ব আছে: ইজিপ্ত, UAE, এণ্টিগুৱা বাৰ্বুডা লগতে ভাৰত। তেওঁৰ আমেৰিকাৰ উইয়োমিং ৰাজ্যত আ...
05/04/2026

ৰিণিকী ভূঞা শৰ্মাৰ চাৰিখন দেশৰ নাগৰিকত্ব আছে: ইজিপ্ত, UAE, এণ্টিগুৱা বাৰ্বুডা লগতে ভাৰত। তেওঁৰ আমেৰিকাৰ উইয়োমিং ৰাজ্যত আৰু লগতে ডুবাইত বিলিয়ন ডলাৰৰ পৰ্বত সম সম্পত্তি আছে। পৰ্দা ফাচ;!

NSUI ৰাষ্ট্ৰীয় তত্বাৱধায়ক শ্ৰী Kanhaiya Kumar ডাঙৰীয়াক পুণ্যভূমি অসমলৈ স্বাগতম জনাইছো। #ছাত্ৰইআনিবপৰিৱৰ্তন
05/04/2026

NSUI ৰাষ্ট্ৰীয় তত্বাৱধায়ক শ্ৰী Kanhaiya Kumar ডাঙৰীয়াক পুণ্যভূমি অসমলৈ স্বাগতম জনাইছো।

#ছাত্ৰইআনিবপৰিৱৰ্তন

টাপাট্টাৰী ব্লক যুৱ কংগ্ৰেছ কমিটীৰ অন্তৰ্গত ব্লক যুৱ কংগ্ৰেছ, বঙাইগাঁও জিলা NSUI আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টি যুৱ কংগ্ৰ...
04/04/2026

টাপাট্টাৰী ব্লক যুৱ কংগ্ৰেছ কমিটীৰ অন্তৰ্গত ব্লক যুৱ কংগ্ৰেছ, বঙাইগাঁও জিলা NSUI আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ যৌথ উদ্যোগত বিভিন্ন বজাৰত সৃজনগ্ৰাম সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নুৰুল ইছলাম ডাঙৰীয়াৰ সমৰ্থনত প্ৰচাৰ কাৰ্য্য দৃঢ়তাৰে অব্যাহত ৰাখা হৈছে।
এই প্ৰচাৰ অভিযানত ৰাইজৰ ব্যাপক সঁহাৰি আৰু উৎসাহ স্পষ্টকৈ লক্ষ্য কৰা গৈছে। প্ৰতিটো বজাৰ, তিনি আলি আৰু চাৰি আলিত জনতাৰ বিপুল উপস্থিতি আৰু সমৰ্থনে পৰিৱৰ্তনৰ এক শক্তিশালী সংকেত প্ৰদান কৰিছে।
ৰাইজৰ এই মৰম, বিশ্বাস আৰু আশাক সন্মান জনাই আমি একে লক্ষ্য আৰু একে সংকল্প লৈ আগবাঢ়িছোঁ—এখন উন্নত, শান্তিপূৰ্ণ আৰু সমৃদ্ধ অসম গঢ়াৰ বাবে।

✋ এইবাৰ—জনতাৰ চৰকাৰ, কংগ্ৰেছ চৰকাৰ!

NSUI বঙাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা সন্মানীয় Imran Pratapgarhi ডাঙৰীয়াক সৃজনগ্ৰামৰ পৱিত্ৰ ভূমিত আন্তৰিক অভিনন্দন আৰু উষ...
03/04/2026

NSUI বঙাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা সন্মানীয় Imran Pratapgarhi ডাঙৰীয়াক সৃজনগ্ৰামৰ পৱিত্ৰ ভূমিত আন্তৰিক অভিনন্দন আৰু উষ্ম আদৰণি জনালোঁ।

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Bongaigaon District NSUI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share