খগৰপুৰ আঞ্চলিক যুৱ পৰিষদ - অগপ

  • Home
  • India
  • Bongaigaon
  • খগৰপুৰ আঞ্চলিক যুৱ পৰিষদ - অগপ

খগৰপুৰ আঞ্চলিক যুৱ পৰিষদ - অগপ 👉 “উন্নয়নৰ এক সংকল্পেৰে যুৱ শক্তিৰ নতুন যাত্ৰা — আজিৰ যুৱই কালিৰ নেতৃত্ব।”

31/12/2025

প্ৰগতিশীল জাতীয়তাবাদৰ মূল মন্ত্ৰৰে, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে, বহু নতুন মুখৰ সমাহাৰেৰে মাননীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়াৰ সবল নেতৃত্বত অগপই এক নতুন যাত্ৰা আৰম্ভ কৰিছে। আমাৰ শুভাকাংক্ষী সকলে www.agpofficial.in ৱেবছাইটৰ জৰিয়তে অগপ দলৰ সদস্য পদ গ্ৰহণ কৰিব পাৰিব। লগতে দলৰ সদস্য সকলে সদস্য পদ নৱীকৰণ কৰিব পাৰিব।

ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিলোঁ। আহক, অসম গণ পৰিষদৰ এই নব্য যাত্ৰাৰ অংশীদাৰ হওঁ।

23/12/2025

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় শ্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ আজি ওপজা দিনত অসম গণ পৰিষদ পৰিয়ালে তেখেতলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঐতিহাসিক অসম আন্দোলনৰ কাণ্ডাৰী, অসম তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক সগৌৰৱেৰে প্ৰতিষ্ঠা কৰা শ্ৰদ্ধাৰ মহন্ত ডাঙৰীয়াৰ আজিৰ এই বিশেষ দিনটোত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।

Address

Khagarpur
Bongaigaon
783383

Website

Alerts

Be the first to know and let us send you an email when খগৰপুৰ আঞ্চলিক যুৱ পৰিষদ - অগপ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share