অসম ছাত্ৰ পৰিষদ,চাবুৱা লাহোৱাল সমষ্টি

  • Home
  • India
  • Chabua
  • অসম ছাত্ৰ পৰিষদ,চাবুৱা লাহোৱাল সমষ্টি

অসম ছাত্ৰ পৰিষদ,চাবুৱা লাহোৱাল সমষ্টি //নৱ জাগৰণৰ বাবে ছাত্ৰ//

11/12/2025

Punakan Baruah পোনাকণ বৰুৱা

অসমী আইৰ বুকুত অগপ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম শক্তিশালী ...
11/12/2025

অসমী আইৰ বুকুত অগপ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা...
Punakan Baruah পোনাকণ বৰুৱা
Trinayan Baruah
শ্ৰী হৰি প্ৰসাদ গোহাঁই
ৰক্তিম ৰাজখোৱা
অভিজিৎ সিংহ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে জনতাৰ কল্যাণৰ হকে আগবঢ়াই যোৱা সমাজসেৱাৰ প্ৰতি শ্ৰদ্ধা জনাই ১৮ নৱেম্বৰত অগপৰ উদ্যোগত উ...
15/11/2025

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে জনতাৰ কল্যাণৰ হকে আগবঢ়াই যোৱা সমাজসেৱাৰ প্ৰতি শ্ৰদ্ধা জনাই ১৮ নৱেম্বৰত অগপৰ উদ্যোগত উদযাপন হ'বলগীয়া "জাতীয় স্বাভিমান দিৱস"ত অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ সহযোগত আয়োজন কৰা ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ আহক…

ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰিবলৈ তলত উল্লেখ কৰা দূৰভাষ নম্বৰত যোগাযোগ কৰিব পাৰিব।
Punakan Baruah পোনাকণ বৰুৱা
Trinayan Baruah
শ্ৰী হৰি প্ৰসাদ গোহাঁই
ৰক্তিম ৰাজখোৱা
অভিজিৎ সিংহ

চাবুৱা বেতমেলা গাঁৱৰ নিৱাসী তথা অসম ছাত্ৰ পৰিষদৰ প্ৰাক্তন সক্ৰিয় সদস্য  নীলোৎপল হাজৰিকা (টিংকল)এজন সু দক্ষ ফুটবল খেলুৱৈ...
12/11/2025

চাবুৱা বেতমেলা গাঁৱৰ নিৱাসী তথা অসম ছাত্ৰ পৰিষদৰ প্ৰাক্তন সক্ৰিয় সদস্য নীলোৎপল হাজৰিকা (টিংকল)
এজন সু দক্ষ ফুটবল খেলুৱৈ। যোৱাকালি সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত তেওঁ মৃত্যুক আকোঁৱালি লয়। তেখেতলৈ অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে শোকসপ্ত পৰিয়ালবৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিলোঁ।

Punakan Baruah পোনাকণ বৰুৱা
Trinayan Baruah
শ্ৰী হৰি প্ৰসাদ গোহাঁই
ৰক্তিম ৰাজখোৱা
অভিজিৎ সিংহ
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

06/11/2025

Punakan Baruah পোনাকণ বৰুৱা অভিজিৎ সিংহ Trinayan Baruah ৰক্তিম ৰাজখোৱা

16/09/2025
শ্ৰী হৰি প্ৰসাদ গোহাঁই
02/08/2024

শ্ৰী হৰি প্ৰসাদ গোহাঁই

Breaking News

Address

Chabua LAC
Chabua
786184

Website

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ,চাবুৱা লাহোৱাল সমষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share