Chabua Municipal Board - চাবুৱা পৌৰসভা

  • Home
  • India
  • Chabua
  • Chabua Municipal Board - চাবুৱা পৌৰসভা

Chabua Municipal Board - চাবুৱা পৌৰসভা Official page of Chabua Municipal Board Committed to cleanliness, development & public welfare. Together for a clean, green & better Chabua.

Sharing updates on civic services, awareness programs & municipal activities.

চাবুৱা পৌৰসভাই "Catch the Rain" সজাগতা কাৰ্যসূচী আয়োজন কৰে।Chabua Municipal Board organized a "Catch the Rain" awarenes...
17/07/2026

চাবুৱা পৌৰসভাই "Catch the Rain" সজাগতা কাৰ্যসূচী আয়োজন কৰে।

Chabua Municipal Board organized a "Catch the Rain" awareness programme.

16/07/2026

Throw waste in the dustbin, not on the streets

16/07/2026

আজি, চাবুৱা পৌৰসভাই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। Today, the Chabua Municipal Board celebrated World Environment Day...
05/06/2026

আজি, চাবুৱা পৌৰসভাই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।
Today, the Chabua Municipal Board celebrated World Environment Day. 🌲

05/06/2026

চাবুৱাৰ MES Tinali-ত নলাত হয় থকা আৱদ্ধ বাবে বৰষুণৰ পানী যাব পৰা নাছিল তাৰ ফলত নগৰ খনত এজাক বৰষুণতে পানীৰে ভৰি পৰে। সেয়েহে, এই আৱদ্ধ যোৱা কালি 04/06/2026 তাৰিখে মুকলি কৰি দিয়া হয়।

Due to the blockage in the drain at MES Tiniali, Chabua, rainwater could not flow properly, resulting in waterlogging in the town after even a single spell of rain. Therefore, the blocked drain was cleared and reopened on 04/06/2026.

যোৱা 29/05/2026 তাৰিখে চাবুৱা পৌৰসভাত মাননীয় বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা দেৱে চাবুৱা পৌৰসভাত পদেন সদস্য হিচাপে শপতগ্ৰ...
30/05/2026

যোৱা 29/05/2026 তাৰিখে চাবুৱা পৌৰসভাত মাননীয় বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা দেৱে চাবুৱা পৌৰসভাত পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে।

On 29/05/2026, Hon'ble MLA Shri Binod Hazarika took the oath as an Ex-officio Member of Chabua Municipal Board.

আজি 27/05/2026 তাৰিখে চাবুৱা পৌৰসভা দ্বাৰা চাবুৱা নগৰত অন্তৰ্গত মাংস বজাৰ নলা চাফা কৰা হয়।Today, on 27/05/2026, the dra...
27/05/2026

আজি 27/05/2026 তাৰিখে চাবুৱা পৌৰসভা দ্বাৰা চাবুৱা নগৰত অন্তৰ্গত মাংস বজাৰ নলা চাফা কৰা হয়।

Today, on 27/05/2026, the drain of the meat market under Chabua Town was cleaned by the Chabua Municipal Board.

Address

Chabua Municipal Board
Chabua
786184

Website

Alerts

Be the first to know and let us send you an email when Chabua Municipal Board - চাবুৱা পৌৰসভা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share