Champupara Ancholik Minorities Students Union Aamsu

Champupara Ancholik Minorities Students Union Aamsu সত্য সদায় জয়
জয় আই অসম
বন্দে মাতৰম

AAMSU STANDS IN SOLIDARITY WITH SONAM WANGCHUKWe stand with Sonam Wangchuk in his peaceful hunger strike at Jantar Manta...
23/07/2026

AAMSU STANDS IN SOLIDARITY WITH SONAM WANGCHUK

We stand with Sonam Wangchuk in his peaceful hunger strike at Jantar Mantar.

•Save Democracy
• Protect Constitutional Rights
• Respect Peaceful Protest

Justice Through Dialogue, Not Silence.

শোক বাৰ্তা গৰৈমাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়ন ৰ প্ৰাক্তন সাধাৰণ সম্পাদক মনিৰুল হক চৌধুৰীৰ  দেউতা মুক্তাৰ হুছেইন আজি...
07/03/2026

শোক বাৰ্তা
গৰৈমাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়ন ৰ প্ৰাক্তন সাধাৰণ সম্পাদক মনিৰুল হক চৌধুৰীৰ দেউতা মুক্তাৰ হুছেইন আজি আকস্মিক বাবে মৃত্যু বৰণ কৰে। আমি চাম্পুপাৰা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
ইতি
সভাপতি/সাধাৰণ সম্পাদক
চাম্পুপাৰা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু)।

ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন ।ৰমজান মাহত, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হৈছে।আমেৰিকা-ইজৰাই...
01/03/2026

ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন ।
ৰমজান মাহত, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হৈছে।

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ৮৬ বছৰ বয়সত খামেনেইৰ মৃত্যু হয়। ইৰাণে ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোকৰ লগতে সাত দিনৰ ৰাজহুৱা বন্ধ ঘোষণা কৰিছে।

খামেনেইয়ে ১৯৮৯ চনৰ পৰা ইছলামিক বিপ্লৱৰ নেতৃত্ব দি আহিছিল।

15/02/2026

I got over 50 reactions on my posts last week! Thanks everyone for your support! 🎉

অসমৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।দোৱা আৰু আশীৰ্বাদ থাকিল সকলো ছাত্ৰ- ছাত্ৰীলৈ।                    ...
09/02/2026

অসমৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
দোৱা আৰু আশীৰ্বাদ থাকিল সকলো ছাত্ৰ- ছাত্ৰীলৈ।



Champupara Ancholik Minorities Students Union Aamsu

07/02/2026

Md Imtiaz Hussain, President of AAMSU ,workingpresidentofaamsumoment

Address

Champupara Gaon
Chhaygaon
788136

Website

Alerts

Be the first to know and let us send you an email when Champupara Ancholik Minorities Students Union Aamsu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category