No 5 Baruajhar Gaon Panchayat

No 5 Baruajhar Gaon Panchayat Social service ( সপোনৰ পঞ্চায়ত)

Opening ceremony of 15th fc work at no 5 Baruajhar  village  under of no 5 baruajhar gaon panchayat
01/08/2026

Opening ceremony of 15th fc work at no 5 Baruajhar village under of no 5 baruajhar gaon panchayat

Orunodoi 3.0
01/08/2026

Orunodoi 3.0

সৰু সৰু প্ৰাপ্তি বোৰে বৰকৈ আমোদ দিয়ে। আজি দৰং-ওদালগুৰি মিস্ত্ৰী ও শ্ৰমিক সন্থাই দিয়া সন্মান আৰু মৰমে আগুৱাই যাবলৈ সাহস...
30/07/2026

সৰু সৰু প্ৰাপ্তি বোৰে বৰকৈ আমোদ দিয়ে। আজি দৰং-ওদালগুৰি মিস্ত্ৰী ও শ্ৰমিক সন্থাই দিয়া সন্মান আৰু মৰমে আগুৱাই যাবলৈ সাহস আৰু অণুপ্ৰেৰণা দিলে। ধন্যবাদ মিস্ত্ৰী ও শ্ৰমিক সন্থাক।

Opening ceremony of 15th fc work at kahibari of no 5 baruajhar gp
06/07/2026

Opening ceremony of 15th fc work at kahibari of no 5 baruajhar gp

আলহামদুলিল্লাহ,আজি প্ৰায় এটা বছৰ অতিক্ৰম কৰিলোঁ এগৰাকী পঞ্চায়তৰ সভানেত্ৰী হিচাপে । এই এটা বছৰত জনসাধাৰনৰ হৈ বহু খিনি কা...
02/07/2026

আলহামদুলিল্লাহ,
আজি প্ৰায় এটা বছৰ অতিক্ৰম কৰিলোঁ এগৰাকী পঞ্চায়তৰ সভানেত্ৰী হিচাপে । এই এটা বছৰত জনসাধাৰনৰ হৈ বহু খিনি কাম কৰিবলৈ সক্ষম হৈছোঁ।
আজিৰ দিনটোৰ পৰাই মই সভানেত্ৰী ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিলোঁ ৫নং বৰুৱাঝাৰ গাওঁ পঞ্চায়তত।
বিগত দিনবোৰ মোৰ বাবে খুবেই অভিজ্ঞতা পূৰ্ণ আছিল । যাৰ যোগেদি মই বহু নজনা কাম, বহু নজনা অভিজ্ঞতা আহৰণ কৰিছোঁ।। ৰাইজে দিয়া মৰম চেনেহ শলাগিবলগীয়া। বহু ক্ষেত্ৰত মই জনসাধাৰণৰ বাবে সুবিধাসমূহ প্ৰদান কৰিবলৈ সাধ্য অনুযায়ী চেষ্টা কৰিছোঁ। বিগত দিনবোৰৰ দৰে যাতে আগন্তুক দিনবোৰ ৰাইজৰ সুবিধাৰ অৰ্থে কাম কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকে মোক বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ, আশীৰ্বাদ ও দুৱা কৰিব বুলি আশা ৰাখিলোঁ।

ধন্যবাদেৰে।

পাৰবিনা ইয়াছমিন
সভানেত্ৰী
৫নং বৰুৱাঝাৰ গাওঁ পঞ্চায়ত।

৫ নং বৰুৱাঝাৰ গাওঁ পঞ্চায়তৰ  সচিব ডাঙৰীয়াৰ বিদায় দিয়াৰ  আলোকচিত্ৰ স্মৃতি হিচাপে ফেচবুকত সাচিঁ ৰাখিলোঁ।
24/05/2026

৫ নং বৰুৱাঝাৰ গাওঁ পঞ্চায়তৰ সচিব ডাঙৰীয়াৰ বিদায় দিয়াৰ আলোকচিত্ৰ স্মৃতি হিচাপে ফেচবুকত সাচিঁ ৰাখিলোঁ।

22/05/2026
আমাৰ 5নং বৰুৱাঝৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ কাৰ্য্যালয়ৰ ভিতৰৰ মনোমোহা ছবিবোৰ এই ফেচবুকৰ পাতত সাঁচি ৰাখিবলৈ যত্ন কৰিলোঁ। ...
20/05/2026

আমাৰ 5নং বৰুৱাঝৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ কাৰ্য্যালয়ৰ ভিতৰৰ মনোমোহা ছবিবোৰ এই ফেচবুকৰ পাতত সাঁচি ৰাখিবলৈ যত্ন কৰিলোঁ।







Address

Dalgaon Khuti
Darrang
784116

Website

Alerts

Be the first to know and let us send you an email when No 5 Baruajhar Gaon Panchayat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share