Abu Taleb Ahmed-BJP

Abu Taleb Ahmed-BJP Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abu Taleb Ahmed-BJP, Political organisation, Kharupetia, Darrang.

27/08/2023
আজি এছ চি চি ৰ বঙাইগাওঁ জিলা সমিতি গঠন উদ্দেশ্য গ্ৰীণভেলী একাডেমীত উপস্থিত হৈ নথৈ আনন্দিত হওঁ। গ্ৰীণভেলী একাডেমী এছ চি চ...
26/08/2023

আজি এছ চি চি ৰ বঙাইগাওঁ জিলা সমিতি গঠন উদ্দেশ্য গ্ৰীণভেলী একাডেমীত উপস্থিত হৈ নথৈ আনন্দিত হওঁ। গ্ৰীণভেলী একাডেমী এছ চি চি ইউনিটৰ ছাত্ৰ ছাত্ৰীয়ে কোচ কৱাজেৰে আমাক অভিবাদন জানোৱাত নথৈ আনন্দিত হৈছোঁ। জিলা সমিতি গঠনৰ পূৰ্বে ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপ শীৰ্ষক কাৰ্যসচীত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। এছ চি চি ৰ গ্ৰীণভেলী একাডেমীৰ কেডেটৰ অনুশীলনত অনান্দিত হৈছোঁ, মই ভাৱো গ্ৰীণভেলী একাডেমী এছ চি চি ইউনিট সকলোৰে কাৰণে আদৰ্শ হব লাগে। গ্ৰীণভেলী একাডেমী আৰু বৰপেটা জিলা সমিতিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই কাৰ্যসচীত উপস্থিত আছিল এছ চি চিৰ ৰাজ্যিক সভাপতি মাননীয় ছাব্বিৰ হুছেইন ডাঙৰীয়া, ৰাজ্যিক উপদেষ্টা ড০ ইফতিকাৰ আলী আহমেদ ডাঙৰীয়া,গ্ৰীণভেলী একাডেমীৰ সন্মানীয় অধ্যক্ষ ৰফিকুল ইছলাম ডাঙৰীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, উপ সভাপতি সম্পাদক,দৰং জিলাৰ জিলা সম্পাদক শ্ৰী মৃণাল কান্তি দাস, বৰপেটা জিলা সমিতিৰ অভিভাৱক মজিবুৰ আলী, জিলা সভাপতি আইনাল হক, জিলা সাধাৰন সম্পাদক ৰাজিবুল ইছলাম আৰু অনান্য বিশিষ্ট ব্যক্তি সকল।

Mohila sanmilon at Pathorighat
26/08/2023

Mohila sanmilon at Pathorighat

Address

Kharupetia
Darrang
784115

Telephone

+919678775633

Website

Alerts

Be the first to know and let us send you an email when Abu Taleb Ahmed-BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share