Arup Saikia

Arup Saikia freelance, social media marketing, public issues etc

মানে শিক্ষা দান কৰা গুৰু শিক্ষক সকলক আঙুলি টোৱাই কথা কৱ পাৰি 👉👉 অপমান নকৰিব মামা,, এজন শিক্ষক হবলৈ শিক্ষাৰ জ্ঞান লাগে ,,...
30/05/2026

মানে শিক্ষা দান কৰা গুৰু শিক্ষক সকলক আঙুলি টোৱাই কথা কৱ পাৰি 👉👉
অপমান নকৰিব মামা,, এজন শিক্ষক হবলৈ শিক্ষাৰ জ্ঞান লাগে ,,কিন্তু MLA হবলৈ কোনো জ্ঞানৰ দৰকাৰ নাই ।

27/05/2026
27/05/2026

মিয়া যুৱকে হিন্দু কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি ৰাইজৰ
ৰোষত৷

এই হাঁহিৰে উজলিব ছিপাঝাৰ 🙏Dr. Paramananda Rajbongshi Himanta Biswa Sarma Dilip Saikia ৰূপম যোগী CMO Assam
27/05/2026

এই হাঁহিৰে উজলিব ছিপাঝাৰ 🙏
Dr. Paramananda Rajbongshi
Himanta Biswa Sarma
Dilip Saikia
ৰূপম যোগী
CMO Assam

Congratulations Kunki Chowdhury
21/05/2026

Congratulations Kunki Chowdhury

জুবিন দাৰ নামত ৰাজনীতি নকৰা একমাত্ৰ  ব্যক্তিজন।।Himanta Biswa Sarma CMO Assam
20/05/2026

জুবিন দাৰ নামত ৰাজনীতি নকৰা একমাত্ৰ ব্যক্তিজন।।
Himanta Biswa Sarma
CMO Assam

খাদ্য সুৰক্ষা বিভাগ আৰু সাধাৰণ ৰাইজলৈ : এই যে ফটোখন গুৱাহাটীৰ ৰাজপথত আৰু তেওঁৰ গন্তব্যস্থান আছিল গুৱাহাটী বিশ্ববিদ্যালয়...
20/05/2026

খাদ্য সুৰক্ষা বিভাগ আৰু সাধাৰণ ৰাইজলৈ : এই যে ফটোখন গুৱাহাটীৰ ৰাজপথত আৰু তেওঁৰ গন্তব্যস্থান আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখ। মোৰ প্ৰশ্ন আছিল তেওঁলৈ,এই যে বাকলি গুচাই অনা কুহিয়াৰ কাক খুৱাব,বাকলি গুচাই আনিছে একো নাই কিন্তু এখন পৰিষ্কাৰ কাপোৰ বা অইন কিবাৰে ঢাকি আনিলে হ'ল(কিমান ধূলি-বালি আৰু ক'ত কি লাগিছে)উত্তৰ নিমাত।তেওঁৰ হেনো সময় নাই।
সেয়েহে সাধাৰণ ৰাইজ নিজে অলপ সজাগ হ'ব।গৰম বুলিয়ে যিকোনো পনীয় খোৱাৰ আগত অলপ সজাগ হ'ব।

Dhiraj Kumar Sarma congratulations bhai 👏
18/05/2026

Dhiraj Kumar Sarma congratulations bhai 👏

Public Reporter
16/05/2026

Public Reporter

Address

Guwahati
Darrang

Telephone

+916000854327

Website

Alerts

Be the first to know and let us send you an email when Arup Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Arup Saikia:

Share