Aynul Hoque Fans Club

Aynul Hoque Fans Club Politician

পৱিত্ৰ ঈদ-উল-আজহা উপলক্ষে সমূহ দলগাওঁ সমষ্টিবাসীৰ লগতে অসমবাসী ৰাইজলৈ মই আন্তৰিক বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ঈদ-উল-আ...
27/05/2026

পৱিত্ৰ ঈদ-উল-আজহা উপলক্ষে সমূহ দলগাওঁ সমষ্টিবাসীৰ লগতে অসমবাসী ৰাইজলৈ মই আন্তৰিক বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ঈদ-উল-আজহাই আমাৰ মাজত কঢ়িয়াই আনক ভাতৃত্ববোধ, শান্তি আৰু একতা তাৰে কামনা কৰিলোঁ।

09/05/2026

নিৰ্বাচনৰ আগত উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া আৰু নিৰ্বাচনত জয়ী হৈ ক্ষমতাৰ অপ্ ব্যৱহাৰ কৰা মুঠেই ঠিক হোৱা নাই।

04/05/2026

04/05/2026

Postal vote: Aynul Haque leads in Dalgaon constituency.

শ্ৰদ্ধাৰ ৰাইজ,আপোনালোকৰ সমৰ্থন, বিশ্বাস আৰু সাহসে এই নিৰ্বাচন প্ৰক্ৰিয়াক সাফল্যমণ্ডিত কৰিছে। অহা কালি ভোট গণনা অনুষ্ঠিত ...
03/05/2026

শ্ৰদ্ধাৰ ৰাইজ,
আপোনালোকৰ সমৰ্থন, বিশ্বাস আৰু সাহসে এই নিৰ্বাচন প্ৰক্ৰিয়াক সাফল্যমণ্ডিত কৰিছে। অহা কালি ভোট গণনা অনুষ্ঠিত হ’ব, আৰু এইটো আমাৰ গণতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ পৰ্ব।
ফলাফল যিয়েই নহওক, আমাৰ লক্ষ্য সদায় ৰাইজৰ উন্নয়ন আৰু কল্যাণ। সকলোকে শান্তি-শৃঙ্খলা বজাই ৰাখিবলৈ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত সহায় কৰিবলৈ আন্তৰিকভাৱে অনুৰোধ জনালোঁ।
আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় আমাৰ লগত আছে আৰু থাকিব।

Aynul Hoque
Rakib Uddin Ahmed

Aynul Hoque Rakib Uddin Ahmed
17/04/2026

Aynul Hoque
Rakib Uddin Ahmed

সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো।
14/04/2026

সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো।

14/04/2026

এইবাৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী আইনুল হক ডাঙৰীয়া দলগাঁও সমষ্টিৰ অন্তৰ্গত ২৯ টা পঞ্চায়তৰ গোটেই কেইটা পঞ্চায়তত লিড ল'ব। নিৰ্বাচনত যুৱ ভোটৰৰ ৮০ শতাংশ ভোট নিৰ্দলীয় প্ৰাৰ্থীৰ পক্ষত পৰিছে। কোন পঞ্চায়তত কিমান ভোটত লীড ল'ব তাৰে আনুমানিক হিচাপ তলত উল্লেখ কৰা হ'ল 👇

১/ কাৱাডাঙা ৰাজা হাউলী - ৩,০০০
২/ পানবাৰী - ১৫০০
৩/ শ্যামটিলা - ১৫০০
৪/ দৈপাম - ১০০০
৫/ বালিগাঁও - ২৫০০
৬/ লালপুল- ২৫০০
৭/ বেছিমাৰী- ২০০০
৮/ ৫ নং বৰুৱাঝাৰ- ২০০০
৯/ বৰুৱাঝাৰ- ১৫০০
১০/ চকৰাবস্তি- ১৫০০
১১/ দলগাঁও- ২০০০
১২/ কৌপাটি- ২০০০
১৩/ শিলবৰী- ১০০০
১৪/ ৰাঙাগড়া বেছিমাৰী- ১৫০০
১৫/ কল্যাণ- ২০০০
১৬/ ৰৌমাৰী বৰকুৰ- ১৫০০
১৭/ শ্যামপুৰ - ২০০০
১৮/ আৰিমাৰী- ১৫০০
১৯/ বিহুদীয়া- ১৫০০
২০/ বুড়িগাও- ১০০০
২১/ বাহাবৰী- ১৫০০
২২/ নগাজান- ১৫০০
২৩/ গলন্দি- ৩০০০
২৪/ ফকিৰপাৰা বলগড়া- ২০০০
২৫/ শ্যাৰপুৰ- ১৫০০
২৬/ বালাবাৰী- ১৫০০
২৭/ খাটনীয়াপাৰা- ১৫০০
২৮/ নাংলী- ১৫০০
২৯/ ধৰিয়াখেইতি- ২০০০
---------------------------
মুঠ লিড ল'ব= ৫১,০০০

ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি। ইন্সাআল্লাহ।।

আইনুল হক= ১,৫৮,০০০
মজিবুৰ ৰহমান= ১,০৭,০০০
আজিজুৰ ৰহমান= ২১,০০০
কৃষ্ণা সাহা= ১৫,০০০
নটা= ২,০০০

*পৰৱৰ্তী সময়ত সৱিশেষ উল্লেখ কৰা হ'ব।*

10/04/2026

যাৰ লগত AIDUF ৰ তক্কৰ হব সেইজনে ইতিম্যেই পৰাজয় স্বীকাৰ কৰি ললেই।
আৰু দ্বিতীয় জনে মান সন্মান যোৱাৰ ভয়ত ঘৰৰ বাহিৰত ওলাব পৰা নাই।

Address

Dalgaon
Darrang
784514

Website

Alerts

Be the first to know and let us send you an email when Aynul Hoque Fans Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share