Dergaon Youth Club

Dergaon Youth Club Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dergaon Youth Club, Social service, Dergaon.

“Dergaon Youth Club” is a platform provide the young generation to put forth their views to bring Positive Change in the Society so as to make it a better place for Living.

22/04/2022

🙏 আমি ভাষা সাহিত্য সংস্কৃতি ৰ প্ৰতি গুৰুত্ব দিয়া হ'ব 🙏 আপোনালৈ এৰিলোঁ মতামত....

16/12/2021

শ্ৰম কাৰ্ড বনাব কাৰণে যোগাযোগ কৰক
☎️ 9085444463
Dergaon Town
Moinaz Market

এটা যুগৰ অন্ত পৰিলতৰুণ গগৈ ডাঙৰীয়া আৰু নাই.প্ৰিয় ৰাজনীতিবিদ। আপোনালৈ অশ্ৰু শ্ৰদ্ধাঞ্জলি যাচিলো। আপোনাৰ আত্মাই চিৰশান্তি ...
23/11/2020

এটা যুগৰ অন্ত পৰিল
তৰুণ গগৈ ডাঙৰীয়া আৰু নাই.
প্ৰিয় ৰাজনীতিবিদ।
আপোনালৈ অশ্ৰু শ্ৰদ্ধাঞ্জলি যাচিলো। আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক।

18/07/2020
Interested and eligible candidates may apply online at     , Mobile - 9085444463    ,
17/05/2020

Interested and eligible candidates may apply online at , Mobile - 9085444463
,

Interested and eligible candidates may apply online at
Contact - 9085444463

Directorate of Medical Education, (DME) Assam has released an employment notification for the recruitment of 333 Grade-III Technical posts

Lakhimpur Medical College & Hospital, North Lakhimpur.

, 9085444463

Please do visit Sikarighat River Camp,COLD AIRDARK NIGHTWARM FIREBRIGHT STARSAt the bank of mighty Brahmaputra.
01/12/2019

Please do visit Sikarighat River Camp,

COLD AIR
DARK NIGHT
WARM FIRE
BRIGHT STARS
At the bank of mighty Brahmaputra.

20/08/2019

আমি মনত ৰাখিব লগা আৰু আমাৰ জীৱনত কামত অহা আব্দুল কালামৰ কেইটামান বাণী------

১/আপুনি বিচাৰিলেই আপোনাৰ ভৱিষ্যত ওলোটাব নোৱাৰিব।কিন্তু অভ্যাস অৱশ্যই পৰিবৰ্তন কৰিব পাৰিব আৰু এই অভ্যাস পৰিবৰ্তনেই নিৰ্ধাৰণ কৰিব আপোনাৰ ভৱিষ্যত।

২/তুমি তোমাৰ সপোন পুৰণৰ শেষ সীমা লৈকে সপোন দেখা,জাগি তুমি যি দেখা সেইটো সপোন নহয়,সপোন হ'ল সেইটোৱেই যিয়ে তোমাক টোপনি যাবলৈ নিদিয়ে।

৩/তোমাৰ কাষত ভাল এখন কিতাপ আছে তাৰ মানে এশজন ভাল বন্ধু তোমাৰ দখলত,কিন্তু এজন ভাল বন্ধু এটা সম্পূৰ্ণ গ্ৰন্থাগাৰৰ সমান।

৪/সফলতাৰ গল্প পঢ়ি ধাৰণা পোৱা নাযায়,পোৱা যায় বাৰ্তা।সফল হ'বলৈ হ'লে পঢ়িব লাগিব ব্যৰ্থতাৰ গল্প।য'ত ভাল এটা ধাৰণা অৱশ্যই পোৱা সম্ভৱ।

৫/ পৃথিৱীৰ সেৰা শিক্ষক -জীৱন আৰু সময়,জীৱনে শিকাই সময়ক ভালভাৱে কামত লগাবলৈ আৰু সময়ে কয় জীৱনক মূল্য দিয়া।

৬/কামক ভাল পাবা সকলো সময়ত কোম্পানীক নহয়,কাৰণ কোম্পানীয়ে তোমাক ভাল নাপাৱও পাৰে।

৭/সূৰ্যৰ দৰে পোহৰ বিলাবলৈ বিচাৰিলে,সূৰ্যৰ দৰে জ্বলিব লাগিব আগতে।

৮/জীৱনক সকলোতকৈ কঠিন খেল বুলি ক'ব পাৰি,তাক জয় কৰিবলৈ বিচাৰিলে সকলোতকৈ আগত যি প্ৰয়োজন সেইটো হৈছে ব্যক্তিত্ব অৰ্জন।

৯/সহজ কামতকৈ কঠিন কামত আনন্দ বেছি পোৱা যায়।

১০/এদিনতেই পৰম উৎকৰ্ষতা নাহে,তাক লাহে লাহে অৰ্জন কৰি নিব লাগে।

১১/মনৰ পৰা কাম নকৰিলে সেই কামত সফলতা অহা কঠিন,আংশিক আহিলেও সেইটো হৃদয়ৰ আংশিক সফলতা সম্পূৰ্ণ নহয়।

১২/এটা সম্পূৰ্ণ দুৰ্নীতিমুক্ত দেশত তিনি ধৰণৰ মানুহ থাকিব পাৰে,সেইবোৰ হ'ল- মা,দেউতা আৰু শিক্ষক।

১৩/জীৱনত সমস্যাৰ প্ৰয়োজন আছে, সমস্যা আছে বাবেই সফলতাৰ আমি তীব্ৰ স্বাদ ল'ব পাৰো।

১৪/সকলো সময়ত আমি কেৱল সাফল্যৰ বাবেই তৈয়াৰ নহয়,আমি ব্যৰ্থতাৰ বাবেও তৈয়াৰ।

১৫/এবাৰ ওপৰলৈ চোৱা দেখিবা আকাশক,আপুনি অকলে নহয় এই মহা বিশ্ব আপোনাৰ বন্ধুৰ দৰেই।

১৬/বহুত বেছি ইতিবাচক হোৱা কাৰণ নেতিবাচক সকলো সময়তেই হানিকাৰক।

১৭/শেষ সকলো সময়ত শেষ নহয়।END শব্দৰ অৰ্থ হ'ল- Effort Never Dies…অৰ্থাৎ প্ৰচেষ্টাৰ মৃত্যু নাই।

১৮/আপোনাৰ কাষত উত্তৰ নাই কোনো এটা প্ৰশ্নৰ,তাত চিন্তিত নহ'বা।NO শব্দৰ অৰ্থ হ'ল- Next Opportunity …অৰ্থাৎ পৰৱৰ্তী সুযোগ।

copy #

Address

Dergaon
785614

Website

Alerts

Be the first to know and let us send you an email when Dergaon Youth Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category