Co-District Administration Dhakuakhana

Co-District Administration Dhakuakhana Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Co-District Administration Dhakuakhana, Government Website, Bantow Pathar , PO Dhakuakhana, Dhakuakhana.

আজি ঢকুৱাখনাৰ নতুন আবৰ্ত ভৱনৰ সভাকক্ষত **বিকশিত গ্ৰাম পঞ্চায়ত পৰিকল্পনা (VGPP)**ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।     ...
05/09/2026

আজি ঢকুৱাখনাৰ নতুন আবৰ্ত ভৱনৰ সভাকক্ষত **বিকশিত গ্ৰাম পঞ্চায়ত পৰিকল্পনা (VGPP)**ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।
সভাত লখিমপুৰ জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া শ্ৰী জিতু কুমাৰ দাস ডাঙৰীয়া, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী ছোনিয়া বৰগোঁহাই ডাঙৰীয়ানী, ঢকুৱাখনাৰ সমজিলা আয়ুক্ত শ্ৰী অপূৰ্ব কুমাৰ নাথ ডাঙৰীয়া , ঢকুৱাখনা সমষ্টিৰ বিধায়ক প্ৰতিনিধি শ্ৰী বজ্ৰ দলে ডাঙৰীয়া, সহকাৰী আয়ুক্ত শ্ৰী সৰোজ কুমাৰ ডেকা ডাঙৰীয়া, ঢকুৱাখনা আৰু ঘিলামৰাৰ খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্যে বিভিন্ন বিষ়য়ববীয়া আৰু কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
সভাত পৰিকল্পনাৰ অধীনত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ লগতে, সেইসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

📢 **মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা ২০২৬**মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা ২০২৬ প্ৰকাশ কৰা হৈ...
19/08/2026

📢 **মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা ২০২৬**

মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা ২০২৬ প্ৰকাশ কৰা হৈছে। সকলো ভোটাৰে নিজৰ নাম ভোটাৰ তালিকাত পৰীক্ষা কৰক।

🔗 https://ermssec.assam.gov.in
🗓️ **দাবী আৰু আপত্তি দাখিলৰ অন্তিম তাৰিখ: ০৩/০৯/২০২৬**

নিজৰ নাম পৰীক্ষা কৰক আৰু প্ৰয়োজন হ’লে সময়মতে দাবী বা আপত্তি দাখিল কৰক।

লখিমপুৰ জিলাৰ বাবে এক গৌৰৱৰ খবৰ -লখিমপুৰ জিলাৰ বিস্তুৰাম দলে মিনি ষ্টেডিয়াম স্প’ৰ্টছ কমপ্লেক্সত এতিয়াৰে পৰা অসম ফুটবল সন...
18/08/2026

লখিমপুৰ জিলাৰ বাবে এক গৌৰৱৰ খবৰ -
লখিমপুৰ জিলাৰ বিস্তুৰাম দলে মিনি ষ্টেডিয়াম স্প’ৰ্টছ কমপ্লেক্সত এতিয়াৰে পৰা অসম ফুটবল সন্থা (AFA)-ই নিয়মীয়া ফুটবল প্ৰশিক্ষণ, প্ৰশিক্ষণ শিবিৰ আৰু বিভিন্ন ফুটবল প্ৰতিযোগিতা আয়োজন কৰিব পাৰিব।
আমাৰ জিলাৰ যুৱ ফুটবল প্ৰতিভাসকলৰ বাবে উন্নতমানৰ প্ৰশিক্ষণ গ্ৰহণ আৰু প্ৰতিযোগিতাত অংশগ্ৰহণৰ অধিক সুযোগ সৃষ্টি হোৱাটো নিশ্চিতভাৱে এক অতি আনন্দ আৰু গৌৰৱৰ বিষয়।
এই পদক্ষেপে লখিমপুৰ জিলাত ফুটবলৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে নৱপ্ৰজন্মৰ প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই যোৱাত নতুন উৎসাহ আৰু সুযোগ প্ৰদান কৰিব বুলি আশাবাদী।

ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত আজি ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত ৮০ সংখ্যক স্বাধীনতা দিৱস গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱেৰে উদযাপন...
15/08/2026

ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত আজি ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত ৮০ সংখ্যক স্বাধীনতা দিৱস গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱেৰে উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত বিভিন্ন কাৰ্যসূচীত বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰি সমূহ কাৰ্যসূচী সুকলমে সম্পন্ন কৰাত সহযোগিতা আগবঢ়ায়।

সকলোলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিল।

লোকপিয়ল– ২০২৭ ......🌐 স্ব-গণনা পৰ্টেলৰ লিংক: https://se.census.gov.in
02/08/2026

লোকপিয়ল– ২০২৭ ......
🌐 স্ব-গণনা পৰ্টেলৰ লিংক: https://se.census.gov.in

আজি চাউলধোৱা গাঁও পঞ্চায়তত অনুষ্ঠিত অৰুণোদয় ৩.০-ৰ আৰ্থিক সাহায্য বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীৰ কিছু মুহূৰ্ত -
01/08/2026

আজি চাউলধোৱা গাঁও পঞ্চায়তত অনুষ্ঠিত অৰুণোদয় ৩.০-ৰ আৰ্থিক সাহায্য বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীৰ কিছু মুহূৰ্ত -

বানপীড়িত পৰিয়ালসমূহৰ সহায়ৰ উদ্দেশ্যে ঢকুৱাখনা সম-জিলাৰ উদ্যোগত ...
29/07/2026

বানপীড়িত পৰিয়ালসমূহৰ সহায়ৰ উদ্দেশ্যে ঢকুৱাখনা সম-জিলাৰ উদ্যোগত ...

A review meeting was held today with the staff of Chaowldhua GP . The meeting reviewed the progress of various PNRD sche...
28/07/2026

A review meeting was held today with the staff of Chaowldhua GP . The meeting reviewed the progress of various PNRD schemes and discussed ways to improve their implementation and ensure better service delivery to the public.

A preparatory meeting for the celebration of the Independence Day was held today at the Co-District Commissioner Office,...
21/07/2026

A preparatory meeting for the celebration of the Independence Day was held today at the Co-District Commissioner Office, Dhakuakhana. The meeting discussed the arrangements for the celebration and assigned responsibilities to the concerned officials and staff for flag hoisting, guest reception, cleanliness and other related activities to ensure the smooth conduct of the event.
আজি সম-জিলা আয়ুক্তৰ কাৰ্যালয়, ঢকুৱাখনাত আগন্তুক স্বাধীনতা দিৱস উদযাপন উপলক্ষে এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাত স্বাধীনতা দিৱসৰ অনুষ্ঠান সুচাৰুৰূপে আৰু সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰস্তুতি আৰু ব্যৱস্থাপনা সম্পৰ্কে আলোচনা কৰা হয়।

সভাত পতাকা উত্তোলন, অতিথি আদৰণি ,পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অন্যান্য আনুষংগিক কাৰ্যসূচীৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলৰ মাজত দায়িত্ব বণ্টন কৰা হয়। অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোকে নিষ্ঠা আৰু সমন্বয়ৰে কাম কৰিবলৈ আহ্বান জনোৱা হয়।

A review meeting on the activities of the Health Department was held today at the Conference Hall of the Co-District Com...
17/07/2026

A review meeting on the activities of the Health Department was held today at the Conference Hall of the Co-District Commissioner's Office, Dhakuakhana.

The meeting reviewed the progress of various health programmes and discussed measures to ensure better and more effective healthcare services.

আজি সম-জিলা আয়ুক্ত, ঢকুৱাখনাৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ কাৰ্যকলাপৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

সভাত বিভিন্ন স্বাস্থ্য সম্বন্ধীয় কাৰ্যসূচীৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে স্বাস্থ্যসেৱাৰ অধিক ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰা হয়।

Address

Bantow Pathar , PO Dhakuakhana
Dhakuakhana
787055

Telephone

+913752299911

Website

Alerts

Be the first to know and let us send you an email when Co-District Administration Dhakuakhana posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Co-District Administration Dhakuakhana:

Shortcuts

Share