Dhekiajuli Municipal Board

Dhekiajuli Municipal Board This is an official page for Dhekiajuli Municipal Board. For any query, you can reach us through email or contact us here.

আজি ইংৰাজী ০৩-০৮-২০২৬ তাৰিখৰ পৰা ০৫-০৮-২০২৬ তাৰিখ পৰ্যন্ত লোকপিয়ল,২০২৭ ৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি পৌৰ এলেকাৰ Househol...
03/08/2026

আজি ইংৰাজী ০৩-০৮-২০২৬ তাৰিখৰ পৰা ০৫-০৮-২০২৬ তাৰিখ পৰ্যন্ত লোকপিয়ল,২০২৭ ৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি পৌৰ এলেকাৰ Household Listing কৰাৰ enumerator প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ।

ধন্যবাদ ।

ইংৰাজী ০২-০৮-২০২৬ তাৰিখৰ পৰা ১৬-০৮-২০২৬ তাৰিখলৈ লোকপিয়ল ২০২৭ ৰ লগত সংগতি ৰাখি self enumeration প্ৰক্ৰিয়া ঢেকিয়াজুলি প...
03/08/2026

ইংৰাজী ০২-০৮-২০২৬ তাৰিখৰ পৰা ১৬-০৮-২০২৬ তাৰিখলৈ লোকপিয়ল ২০২৭ ৰ লগত সংগতি ৰাখি self enumeration প্ৰক্ৰিয়া ঢেকিয়াজুলি পৌৰ এলেকাটো আৰম্ভ হৈছে, তাৰে প্ৰতীকী হিচাপে শুভাৰম্ভ কৰা হল ।

ধন্যবাদ ।

আজি ইং ১-৮-২৬ তাৰিখে ৰাজ্যিক ভিত্তিত অৰুনোদয় ৩.০ ৰ ২০২৬-২৭ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ হিতাধিকাৰীৰ ধনৰাশি Online Streming ৰ জৰি...
01/08/2026

আজি ইং ১-৮-২৬ তাৰিখে ৰাজ্যিক ভিত্তিত অৰুনোদয় ৩.০ ৰ ২০২৬-২৭ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ হিতাধিকাৰীৰ ধনৰাশি Online Streming ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভণী কৰে । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি পৌৰসভাইও নগৰ অঞ্চলৰ হিতাধিকাৰী সকলকো উপস্থিত ৰাখি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰে ।

ধন্যবাদ ।

Ashok Singhal

Today, a joint inspection of market vendors under the jurisdiction of Dhekiajuli Municipal Board was conducted by the Fo...
24/07/2026

Today, a joint inspection of market vendors under the jurisdiction of Dhekiajuli Municipal Board was conducted by the Food Safety Officials.
During the inspection, vendors found with unhygienic conditions or other discrepancies were directed to rectify the deficiencies within 24 hours. Failure to comply may invite further action under the provisions of the Food Safety and Standards Act.
The Dhekiajuli Municipal Board remains committed to ensuring safe, hygienic, and healthy food for all citizens.




Today, a joint inspection of market vendors under the jurisdiction of Dhekiajuli Municipal Board was conducted by the Fo...
24/07/2026

Today, a joint inspection of market vendors under the jurisdiction of Dhekiajuli Municipal Board was conducted by the Food Safety Officials.
During the inspection, vendors found with unhygienic conditions or other discrepancies were directed to rectify the deficiencies within 24 hours. Failure to comply may invite further action under the provisions of the Food Safety and Standards Act.
The Dhekiajuli Municipal Board remains committed to ensuring safe, hygienic, and healthy food for all citizens.




ঢেকিয়াজুলি পৌৰ সভাৰ অন্তৰ্গত  ৱাৰ্ড নং ৫ আৰু ৱাৰ্ড নং ৬ ৰ মাজেৰে যোৱা বলানটো  পৌৰ সভাৰ  চাফাই কৰ্মচাৰীৰ হতুৱাই চাফ চিকু...
21/07/2026

ঢেকিয়াজুলি পৌৰ সভাৰ অন্তৰ্গত ৱাৰ্ড নং ৫ আৰু ৱাৰ্ড নং ৬ ৰ মাজেৰে যোৱা বলানটো পৌৰ সভাৰ চাফাই কৰ্মচাৰীৰ হতুৱাই চাফ চিকুণ কৰা হৈছে ।

Ashok Singhal

আজি ইং ২০-৭-২৬ তাৰিখে ঢেকিয়াজুলি পৌৰসভাৰ কাৰ্যালয়ত স্বাধীনতা দিৱস আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চল (PMAY-URBAN) ৰ...
20/07/2026

আজি ইং ২০-৭-২৬ তাৰিখে ঢেকিয়াজুলি পৌৰসভাৰ কাৰ্যালয়ত স্বাধীনতা দিৱস আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চল (PMAY-URBAN) ৰ লগত সংগতি ৰাখি কুইজ, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল । প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল প্ৰায় ৫০ জনে ।

Ashok Singhal

ঢেকিয়াজুলি পৌৰ সভাৰ অন্তৰ্গত  ৱাৰ্ড নং ৬ ৰ   লোকনায়ক অমিয় কুমাৰ দাস পথটি পৌৰ সভাৰ  চাফাই কৰ্মচাৰীৰ উপৰিও ট্ৰেক্টৰ আৰু ল...
20/07/2026

ঢেকিয়াজুলি পৌৰ সভাৰ অন্তৰ্গত ৱাৰ্ড নং ৬ ৰ লোকনায়ক অমিয় কুমাৰ দাস পথটি পৌৰ সভাৰ চাফাই কৰ্মচাৰীৰ উপৰিও ট্ৰেক্টৰ আৰু লোডাৰ ব্যৱহাৰ কৰি চাফ চিকুণ কৰা হৈছে ।

Ashok Singhal

ঢেকিয়াজুলি পৌৰ সভাৰ অন্তৰ্গত  ৱাৰ্ড নং ৫ ৰ পুষ্পলতা দাস আৰু অনিল বৰা সংযোগী পথ পৌৰ সভাৰ ফালৰ পৰা চাফাই অভিযানৰ সময়ত, চ...
18/07/2026

ঢেকিয়াজুলি পৌৰ সভাৰ অন্তৰ্গত ৱাৰ্ড নং ৫ ৰ পুষ্পলতা দাস আৰু অনিল বৰা সংযোগী পথ পৌৰ সভাৰ ফালৰ পৰা চাফাই অভিযানৰ সময়ত, চাফাই কৰ্মচাৰীৰ উপৰিও ট্ৰেক্টৰ আৰু লোডাৰ ব্যৱহাৰ কৰি চাফ চিকুণ কৰা হৈছে ।

Ashok Singhal

16 July 2026A Street Play on "Catch the Rain" was successfully conducted in the market area under the Dhekiajuli Municip...
16/07/2026

16 July 2026
A Street Play on "Catch the Rain" was successfully conducted in the market area under the Dhekiajuli Municipal Board with the support of college students. The primary objective of the programme was to create public awareness about rainwater conservation, rainwater harvesting, and the reuse of rainwater to promote sustainable water management.

Address

Lachit Complex
Dhekiajuli
784110

Alerts

Be the first to know and let us send you an email when Dhekiajuli Municipal Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dhekiajuli Municipal Board:

Shortcuts

Share