Sunanda Borah

Sunanda Borah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sunanda Borah, Nature Preserve, Seujiapathar, Dhemaji.

Garbera avalable
17/09/2025

Garbera avalable

এক বিঘা মাটিত আপেল বগৰী খেতি কৰি আপুনি বছৰি  উপাৰ্জন  কৰক ৩০০০০০ পৰা ৩৫০০০০ টকা
19/03/2025

এক বিঘা মাটিত আপেল বগৰী খেতি কৰি আপুনি বছৰি উপাৰ্জন কৰক ৩০০০০০ পৰা ৩৫০০০০ টকা

বৰজামূক পুলি লাগিলে  ৮৬৩৮২৭১১৯০ ফুন কৰক
07/09/2024

বৰজামূক পুলি লাগিলে ৮৬৩৮২৭১১৯০ ফুন কৰক

G9 BANANA
05/09/2024

G9 BANANA

Good morning 🌅🌞 to all সুপ্ৰভাত  জনাইছোঁ মোৰ পেজ ৰ সকলোকে,দিনটো সকলোৰে শুভ হওঁক।
21/08/2024

Good morning 🌅🌞 to all
সুপ্ৰভাত জনাইছোঁ মোৰ পেজ ৰ সকলোকে,দিনটো সকলোৰে শুভ হওঁক।

30/03/2024

চাপৰত লগা হাইব্ৰিড ছোমাংগালা প্ৰজাতিৰ তামুল পুলি আৰু চাপৰত লগা ভিয়েতনামিজ(হেজাৰী) নাৰিকল পুলি লাগিলে যোগাযোগ কৰক - 086382 71190 |
(১) উৎপাদন বেছি হয় আৰু তিনি বছৰৰ পৰা ফল লাগিব |
(২) ৪ ৰ পৰা ৫ ফুট ওখত ফল লাগিব |
(৩) ২৭ ৰ পৰা ৩০ বছৰ লৈকে ফল দিব |
(৪) লোকেল তামুলৰ দৰে সোৱাদ |
(৫) অসমৰ জলবয়ুত ভাল ফল দিব |
(৬)লোকেল তামুলতকৈ ২/৩ গুণ বেছি তামুল লাগে |
প্ৰতিটো পুলিৰ দাম ৮০ টকা |

Rose 🌹🌹🌹
13/12/2023

Rose 🌹🌹🌹

এনে লাগে তোমাক চালে সময় থমকি ৰয় ✨❤️❤️
14/11/2023

এনে লাগে তোমাক চালে সময় থমকি ৰয় ✨❤️❤️

মেহগণি খেতি...     বন্ধুসকল আহক "মেহ্গনি/ মহাগুণি/মহৌগুণি"(Mehgony) গছৰ খেতি কৰো ৷ মেহগণি গছৰ চাল, পাত, শিপা, ফল আৰু কাঠ...
13/09/2023

মেহগণি খেতি...


বন্ধুসকল আহক "মেহ্গনি/ মহাগুণি/মহৌগুণি"(Mehgony) গছৰ খেতি কৰো ৷

মেহগণি গছৰ চাল, পাত, শিপা, ফল আৰু কাঠ সকলো ব্যৱসায়ীক ৷ ইয়াৰ কাঠৰ ব্যৱহাৰ জাহাজ, ভূমিকম্প প্ৰতিৰোধী ঘৰ, বাদ্যযন্ত্ৰ , বন্দুকৰ কুন্দা আৰু সকলো ধৰনৰ আচবাব ফাৰ্নিচাৰ আদিত ব্যৱহাৰ কৰে ৷ ই ওজনত কম হয় , পানী পালেও নপচে আৰু ঘূনেও নাখায় ৷ এইবিধ কাঠত কোনো ৰং পলিচ দৰকাৰ নহয় ৷

বৰ্তমান মেহগণি কাঠৰ বজাৰ মূল্য প্ৰতি ঘন ফুটত ২৫০০টকাৰ পৰা ৪০০০টকা ৷

এই বিধ গছ ভাৰতত ৮০-১oo ফুট হয় ৷ বিদেশত ই ১০০ফুটৰ পৰা ২০০ ফুট পয্যন্ত হয় ...

এইবিধ গছ ৫o ডিগ্ৰী উষ্ণতা ছেলচিয়াছ পয্যন্ত জীয়াই থাকিব পৰা ক্ষমতা আছে।..মেহগণি গছে আন কোনো গছক অপকাৰ নকৰে আৰু এই বিধ গছ যি কোনো ঠাইত ৰুৱ পাৰি। মেহগণি গছৰ আশে পাশে মহ মাখি সাধাৰণতে নাহে। ইয়াৰ পাতৰ পৰাই মহ খেদোৱা কইল তৈয়াৰ কৰা হয়।

এই গছৰ শিপা আৰু সৰি যোৱা গছৰ পাতে নাইট্ৰজেন তৈয়াৰ কৰি লয় গতিকে ইয়াক কোনো সাৰৰ প্ৰয়োজন নহয় ৷ এই গছৰ তলত ধানখেতিৰ বাদে সকলো খেতি কৰিব পাৰি ৷ এই বিধ গছৰ তলৰ অংশত দাল নাথাকে , ই লেংলেঙীয়া আৰু ওখ হয় ৷ যিকোনো মাটিতে মেহগণি খেতি কৰিব পাৰি ৷

মেহগনি গছৰ ফল বিধক Sky fruit বুলি কয় ৷ ফল পাচঁ বছৰত এবাৰ লাগে আৰু সেই ফল পাঁচৰ পৰা সাত কেজি পৰ্যন্ত হয়।প্ৰতি কেজি ফলৰ দাম ১০০০/৩০০০ টকা।

এই গছ পুৰঠ হয় ১৫পৰা ২০ বছৰত ৷ মেহগণি গছৰ পুলি বিঘা প্ৰতি ১৫০/৩০০ লগাব পাৰি।এই মেহগণি গছ আমাৰ চাহ বাগানত ছেদ ট্ৰি হিচাবে লগাব পাৰে আৰু চাহ বাগানৰ মাটি দৰা সাৰুৱা হয় কাৰণ মেহগণি গছে নাইট্ৰজেন নিজেই তৈয়াৰ কৰিব লৱ পাৰে লগতে চাহ বাগান খন মহৰ উপদ্ৰপৰ পৰা ৰক্ষা পোৱা যায়।

এই মেহগনি গছে আপোনাক ১৫/২০বছৰত কোটি টকাৰ অধিকাৰী কৰিব ৷ ইতিমধ্যে নামনি অসমৰ ধুবুৰী, গোসাঁইগাওঁ, গোৱালপাৰা জিলাত ইয়াৰ ৰুপণ ১০বছৰত ভৰি দিছে ৷আমাৰ গোলাঘাট জিলাৰ উদ্যোগী তথা চাহ খেতিয়ক নেপোল শইকীয়া ডাঙৰীয়াই মেহগণি খেতি কৰা দেখিবলৈ পোৱা গৈছে ।নেপোলো শইকীয়া ডাঙৰীয়াই বৰপথাৰ পাভজান চাহ বাগিচা আৰু কমাৰবন্ধা অঞ্চলত মেহগণি গছ ৰোপণ কৰা দেখা পোৱা গৈছে। গতিকে উজনি অসমত এইবিধ গছৰ খেতি কৰি লাভান্বিত হব পাৰিব ৷ আপোনালোকে আহিব লগিয়া প্ৰজন্মৰ বাবে মেহগনি গছৰ পুলি ৰোপণ কৰক লগতে পৰিবেশ উন্নিত কৰাত সহায় কৰক ৷ উন্নত কাঠৰ বাবে কোনো বজাৰৰ দৰকাৰ নহয় ৷ অহা 20বছৰত ভাল কাঠ কিমান মূল্যবান হব আপোনালোকে নিশ্চয় জ্ঞাত ৷

যদিহে আপোনালোকে মেহগণি গছৰ খেতি কৰে ইয়াৰ পুলি যোগান দিব পৰা যাব।ফোন নং 086382 71190 ঠিকনা: Seujiapather, Dhemaji জিলা ৷

বিঃদ্ৰঃ- যিকোনো ঠাইত ডেলিভাৰী দিয়া হব। যাতায়তৰ দূৰত্ব অনুসৰি হে দাম নিৰ্ধাৰণ কৰা হব ৷ বৰ্তমান এটা মেহগণি পুলিৰ মূল্য ৩৫ টকা।মেহগণি ৰোৱক ভৱিষ্যত সুৰক্ষিত কৰক। ধন্যবাদ

যিকোনো ধৰণৰ পুলি লাগিলে যোগাযোগ কৰক - 8638271190 | আমাৰ ইয়াত, আপেল বগৰী পুলি, মেহগনি পুলি, ৰঙা আৰু বগা চন্দন পুলি, G9 কল...
22/08/2023

যিকোনো ধৰণৰ পুলি লাগিলে যোগাযোগ কৰক - 8638271190 |

আমাৰ ইয়াত, আপেল বগৰী পুলি, মেহগনি পুলি, ৰঙা আৰু বগা চন্দন পুলি, G9 কল পুলি, গুল আৰু কাজি নেমু পুলি, Red lady অমিতা পুলি, Burmese চেগুন পুলি আদি যিকোনো ধৰণৰ পুলি লাগিলে যোগাযোগ কৰক | {কানান না´ছাৰী}

Address

Seujiapathar
Dhemaji
787058

Website

Alerts

Be the first to know and let us send you an email when Sunanda Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sunanda Borah:

Share