District Agriculture Office, Dhemaji

District Agriculture Office, Dhemaji Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from District Agriculture Office, Dhemaji, Government Organization, Dhemaji.

♂ শুকুৰবাৰে ধেমাজি জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত  প্ৰণালীগত সাৰ বিক...
31/07/2026

♂ শুকুৰবাৰে ধেমাজি জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত প্ৰণালীগত সাৰ বিক্ৰী প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে অতিৰিক্ত জিলা আয়ুক্ত(কৃষি) মনালী ৰজকে। ইয়াৰ জৰিয়তে এতিয়াৰে পৰা কৃষকে ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ- "Framework for Fertilizer Sale" নামৰ মোবাইল এপৰ জৰিয়তে আবেদন কৰিব লাগিব। আৰু নিজৰ খেতি মাটিত প্ৰয়োজন অনুসৰি কিমান পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগিব মোবাইল এপে নিজে নিৰোপণ কৰিব আৰু সেই অনুসৰি সাৰ ক্ৰয় কৰিব পাৰিব। অনুষ্ঠানত কৃষি বিভাগৰ হৈ উপস্থিত থাকে জিলা কৃষি বিষয়া ৰবীন য়েইন, সহকাৰী কৃষি সঞ্চালক বদন লাহন, জিলা কৃষি তথ্য বিষয়া দেবমনি হাজৰিকা, মহকুমা কৃষি বিষয়া হৰেন বৰা আৰু ধেমাজি, বুটিকুৰ, মাছখোৱা, বৰদলনী, গোগামুখ আৰু চিচিবৰগাঁও কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াসহ বিভাগৰ বহুকেইগৰাকী বিষয়া- কৰ্মচাৰী। আজিৰ এই অনুষ্ঠানত ধেমাজিৰ বিভিন্ন কৃষি চক্ৰৰ বহুকেইগৰাকী কৃষকৰ লগতে উক্ত স্থানৰ সাৰৰ খুচুৰা বিক্রেতা প্ৰতিষ্ঠানৰ সত্বাধিকাৰী সকলে অংশগ্ৰহণ কৰে।।

Himanta Biswa Sarma CMO Assam Department of Agriculture, Assam District Administration, Dhemaji Pradan Baruah Ranoj Pegu Bhubon Pegu Kvk Dhemaji

♂ ধেমাজিৰ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে......Himanta Biswa Sarma CMO Assam District Administration, Dhemaji Department of Agricu...
28/07/2026

♂ ধেমাজিৰ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে......

Himanta Biswa Sarma CMO Assam District Administration, Dhemaji Department of Agriculture, Assam PMO India Pradan Baruah Ranoj Pegu Bhubon Pegu Pijush Hazarika

চৰাইদেউ জিলাত বান সাহায্য বিতৰণ ধেমাজি জিলা কৃষি বিভাগৰ। জিলা কৃষি বিষয়া শ্ৰী ৰবীন য়েইনৰ নেতৃত্বত জিলা কৃষি বিভাগৰ প্ৰায়...
27/07/2026

চৰাইদেউ জিলাত বান সাহায্য বিতৰণ ধেমাজি জিলা কৃষি বিভাগৰ। জিলা কৃষি বিষয়া শ্ৰী ৰবীন য়েইনৰ নেতৃত্বত জিলা কৃষি বিভাগৰ প্ৰায় ১৫ গৰাকী বিষয়া কৰ্মচাৰীয়ে শেহতীয়া প্ৰলয়ংকাৰী বানত বিস্তৰ ক্ষতি হোৱা চৰাইদেউত উপস্থিত হৈ বিতৰণ কৰে খাদ্য সামগ্ৰী।

Himanta Biswa Sarma CMO Assam Pradan Baruah Ranoj Pegu Bhubon Pegu Kvk Dhemaji District Administration, Dhemaji Department of Agriculture, Assam Directorate of Information and Public Relations, Assam DIPRO Dhemaji Janasanyog

♂ ধানৰ উৎপাদন বৃদ্ধি আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰসাৰৰ লক্ষ্যৰে আজি ধেমাজি জিলাৰ গোগামুখ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অ...
20/07/2026

♂ ধানৰ উৎপাদন বৃদ্ধি আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰসাৰৰ লক্ষ্যৰে আজি ধেমাজি জিলাৰ গোগামুখ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নাহৰবাৰী গাঁৱত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান (National Food Security and Nutrition Mission – NFSNM) আঁচনিৰ অধীনত গীতেশ জাতৰ শালি ধানৰ শাৰী পদ্ধতিত ৰূপন কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়।
এই কাৰ্যসূচীত গোগামুখৰ কৃষি উন্নয়ন বিষয়া দিব্য জ্যোতি বৰা উপস্থিত থাকি কৃষকসকলক ধানৰ শাৰী বা লাইন ৰূপন পদ্ধতিৰ উপকাৰিতা, সঠিক দূৰত্ব বজাই ৰূপন, উন্নত শস্য ব্যৱস্থাপনা আৰু অধিক উৎপাদন লাভৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰে।
অনুষ্ঠানত গোগামুখ কৃষি বিষয়া কাৰ্য্যালয়ৰ অন্যান্য কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে।

Department of Agriculture, Assam

ধেমাজি জিলাৰ চিমেন চাপৰি কৃষি উন্নয়ন চক্ৰত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ উদ্যোগত কৃষক পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যো...
17/07/2026

ধেমাজি জিলাৰ চিমেন চাপৰি কৃষি উন্নয়ন চক্ৰত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ উদ্যোগত কৃষক পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম কৰি থকা হৈছে।

Himanta Biswa Sarma Department of Agriculture, Assam District Administration, Dhemaji Bhubon Pegu Pradan Baruah

জোনাইত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ উদ্যোগত কৃষক পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ওপৰত শিবিৰ আয়োজন কৰাৰ দৃশ্য।Him...
17/07/2026

জোনাইত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ উদ্যোগত কৃষক পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ওপৰত শিবিৰ আয়োজন কৰাৰ দৃশ্য।

Himanta Biswa Sarma Department of Agriculture, Assam Bhubon Pegu Pradan Baruah CMO Assam

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত ধেমাজি জিলা কৃষি বিভাগে ৰাইজৰ মাজত বিতৰণ কৰা গীতেশ ধানৰ কঠিয়া জিলাখনৰ মাছখোৱা কৃষি...
17/07/2026

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত ধেমাজি জিলা কৃষি বিভাগে ৰাইজৰ মাজত বিতৰণ কৰা গীতেশ ধানৰ কঠিয়া জিলাখনৰ মাছখোৱা কৃষি উন্নয়ন চক্ৰত ৰূপন হয় শেহতীয়াকৈ। মাছখোৱা মাজগাঁৱৰ কৃষক ৰবীন কোঁচে জিলা কৃষি বিভাগৰ ফালৰ পৰা লাভ কৰা এই ধান প্ৰথম বাৰলৈ নিজৰ পথাৰত কৰিছে এইদৰে।।

Himanta Biswa Sarma Department of Agriculture, Assam District Administration, Dhemaji Pradan Baruah

ধেমাজি জিলাত শেহতীয়ায়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা জোনাইৰ অৰুণ চাপৰি, জামুগুৰি আৰু মধুপুৰৰ প্ৰায় শতাধিক বানপীড়িত কৃষকক অসম ...
17/07/2026

ধেমাজি জিলাত শেহতীয়ায়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা জোনাইৰ অৰুণ চাপৰি, জামুগুৰি আৰু মধুপুৰৰ প্ৰায় শতাধিক বানপীড়িত কৃষকক অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা অৰুণ নামৰ কমদিনীয়া ধানৰ জাত বিতৰণ কৰা হয় জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ইয়াত সহযোগিতা আগবঢ়াই জিলা কৃষি বিভাগে।।

Department of Agriculture, Assam PMO India CMO Assam Sanskritic Mancha Assam
Ranoj Pegu Bhubon Pegu
Pradan Baruah

ধেমাজি জিলা কৃষি বিভাগৰ উদ্যোগত আমগুৰি জামুগুৰিত কৃষক পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা(PMFBY)ৰ কাম কৰি থকা দৃশ্য...
17/07/2026

ধেমাজি জিলা কৃষি বিভাগৰ উদ্যোগত আমগুৰি জামুগুৰিত কৃষক পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা(PMFBY)ৰ কাম কৰি থকা দৃশ্য।

Himanta Biswa Sarma Pradan Baruah Atul Bora অতুল বৰা Ranoj Pegu Department of Agriculture, Assam

♂ ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিন্ন স্থানত জিলা কৃষি বিভাগৰ ফালৰ পৰা শেহতীয়াকৈ বানপানীয়ে সৃষ্টি কৰা ক্ষ...
03/07/2026

♂ ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিন্ন স্থানত জিলা কৃষি বিভাগৰ ফালৰ পৰা শেহতীয়াকৈ বানপানীয়ে সৃষ্টি কৰা ক্ষয়- ক্ষতিৰ তথ্য প্ৰতিদিনে সংগ্ৰহ কৰি থকা হৈছে এইদৰে.....।।
Himanta Biswa Sarma CMO Assam Department of Agriculture, Assam District Administration, Dhemaji Directorate of Information and Public Relations, Assam Pradan Baruah Bhubon Pegu Ranoj Pegu Kvk Dhemaji

Address

Dhemaji
787057

Telephone

+919706857167

Website

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Dhemaji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Agriculture Office, Dhemaji:

Shortcuts

Share