ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডল মহিলা মৰ্চা

  • Home
  • India
  • Dhemaji
  • ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডল মহিলা মৰ্চা

ভাৰতীয় জনতা পাৰ্টি  ধেমাজি নগৰ মণ্ডল মহিলা মৰ্চা unity
social worker

অসম বিধান সভা  নিৰ্বাচন 2026 আজি ভোট গ্ৰহণৰ ধেমাজি বিধনসভা সমষ্টিৰ ভোটকেন্দ্ৰ হতিগড় পঞ্চায়তৰ বুথ নং 175
09/04/2026

অসম বিধান সভা নিৰ্বাচন 2026 আজি ভোট গ্ৰহণৰ ধেমাজি বিধনসভা সমষ্টিৰ ভোটকেন্দ্ৰ হতিগড় পঞ্চায়তৰ বুথ নং 175

আজি 28.03.2026 তাৰিখে ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ মুখ্য কাৰ্যালয়ত নগৰ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত মহিলা মৰ্চাৰ বুথ ...
28/03/2026

আজি 28.03.2026 তাৰিখে ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ মুখ্য কাৰ্যালয়ত নগৰ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত মহিলা মৰ্চাৰ বুথ বাহিনীৰ এখন সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ উপ সভানেত্ৰী সন্মানীয় ৰঞ্জনা দত্ত বাইদেউ আৰু ধেমাজি জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী পুষ্পঞ্জলি চেতিয়া বাইদেউ আৰু নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মীনা চিৰিং বাইদেউ

বুথ নং 189 ৰ চোতাল বৈঠক ৰ দৃশ্য
28/03/2026

বুথ নং 189 ৰ চোতাল বৈঠক ৰ দৃশ্য

বুথ নং 189 আৰু 182 চোতাল বৈঠক  অনুষ্ঠিত কৰা দৃশ্য
27/03/2026

বুথ নং 189 আৰু 182 চোতাল বৈঠক অনুষ্ঠিত কৰা দৃশ্য

2 নং ৱাৰ্ডৰ বুথ নং 196 আজি চোতাল বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ মনৰ বতৰা বুজ লবলৈ সাধাৰণ সম্পাদিকা জানমণি দত্ত সজাতি বাইদেউ,...
20/03/2026

2 নং ৱাৰ্ডৰ বুথ নং 196 আজি চোতাল বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ মনৰ বতৰা বুজ লবলৈ সাধাৰণ সম্পাদিকা জানমণি দত্ত সজাতি বাইদেউ,নিৰুপ্ৰবা কুটুম বাইদেউ আৰু মই প্ৰিয়ংকা চিন্তে উপস্থিত থকাৰ দৃশ্য

বুথ নং 117ৰ চোতাল বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ মনৰ বতৰা বুজ লবলৈ  সভাপতি মীনা বৰা  বাইদেউ আৰু সম্পাদিকা বিউতি পাংগিং বাইদে...
20/03/2026

বুথ নং 117ৰ চোতাল বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ মনৰ বতৰা বুজ লবলৈ সভাপতি মীনা বৰা বাইদেউ আৰু সম্পাদিকা বিউতি পাংগিং বাইদেউ উপস্থিত থকাৰ দৃশ্য

বুথ নং 126ৰ  চোতাল বৈঠকৰ দৃশ্য
20/03/2026

বুথ নং 126ৰ চোতাল বৈঠকৰ দৃশ্য

বুথ নং 203 ৰ 4নং ৱাৰ্ড ৰ চোতাল বৈঠকৰ দৃশ্য
20/03/2026

বুথ নং 203 ৰ 4নং ৱাৰ্ড ৰ চোতাল বৈঠকৰ দৃশ্য

বুথ নং 198 আৰু 145 ত চোতাল বৈঠক অনুষ্ঠিত কৰা সময়ৰ কিছু দৃশ্য
20/03/2026

বুথ নং 198 আৰু 145 ত চোতাল বৈঠক অনুষ্ঠিত কৰা সময়ৰ কিছু দৃশ্য

Address

Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডল মহিলা মৰ্চা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category