BJYM Sissiborgaon

BJYM Sissiborgaon BJP-BJYM Sissiborgaon Mondal official page
(1)

25/07/2026

বানপীড়িত অসহায় লোকৰ সহায়াৰ্থে ‘Cloth Bank’ - মানৱতাৰ এক উমাল প্ৰয়াস -

বানপানীৰ এই কঠিন সময়ত অসহায় আৰু আৰ্তজনৰ কাষত থিয় দিয়াৰ এক সৰু প্ৰয়াস হিচাপে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ‘Cloth Bank’ৰ আয়োজন কৰা হৈছে।
আপোনাৰ অতিৰিক্ত বা ব্যৱহাৰযোগ্য কাপোৰসমূহ দান কৰি বানপীড়িত আৰু আৰ্তজনৰ জীৱনলৈ অলপ উম আৰু আশাৰ স্পৰ্শ কঢ়িয়াই আনক। আহক, এই সংকটৰ সময়ত আমি সকলোৱে একেলগে মানৱতাৰ হাত আগবঢ়াওঁ।

বি:দ্ৰ: - আপুনিও যদি আৰ্ত জনক সহায়ৰ হাত আগবঢ়াবলৈ আগ্ৰহী তেন্তে আপোনাৰ ওচৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা জনক যোগাযোগ কৰক অন্যথা ফোন কৰক
📱 +91 88225 37317
+91 91012 25174

BJP Dhemaji District.
Rupa Kaman Rajdeep Chamuah

চিচিবৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী Jiban Gogoi   ডাঙৰীয়াৰ জন্মদাত্ৰী গুণন্তি গগৈ ডাঙৰীয়ানী যোৱা মঙ্গলবাৰে  পৰলোকগ...
24/07/2026

চিচিবৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী Jiban Gogoi ডাঙৰীয়াৰ জন্মদাত্ৰী গুণন্তি গগৈ ডাঙৰীয়ানী যোৱা মঙ্গলবাৰে পৰলোকগামী হয়।
সেয়েহে তেখেতৰ পৰিয়ালৰ কাষত এই দুখৰ মুহূৰ্তত চিচিবৰগাওঁ ভাৰতীয় জনতা যুৱ মৰ্চা পৰিয়ালে উপস্থিত হৈ দুখৰ সমভাগী হওঁ ।

এই গভীৰ শোকৰ মুহূৰ্তত আইগৰাকীৰ পৰলোকগামী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
BJYM Assam BJYM Dhemaji Rajdeep Chamuah Pradan Baruah Bhubon Pegu Ranoj Pegu

চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত Jiban Gogoi ডাঙৰীয়া ৰ পূজনীয়া মাতৃ গুনন্টি গগৈ ডাঙৰীয়ানী আজি ইহলী...
21/07/2026

চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত Jiban Gogoi ডাঙৰীয়া ৰ পূজনীয়া মাতৃ গুনন্টি গগৈ ডাঙৰীয়ানী আজি ইহলীলা ত্যাগ কৰে।

তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
ॐম শান্তি 🙏 🙏🙏

Congratulations 🎉🎉🎉
19/07/2026

Congratulations 🎉🎉🎉

ভাৰতীয় জনতা পাৰ্টী ধেমাজি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা ভাৰতীয় জনতা যুৱ মৰ্চা ধেমাজি জিলা সমিতিৰ প্ৰভাৰী শ্ৰীযুত...
16/07/2026

ভাৰতীয় জনতা পাৰ্টী ধেমাজি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা ভাৰতীয় জনতা যুৱ মৰ্চা ধেমাজি জিলা সমিতিৰ প্ৰভাৰী শ্ৰীযুত তুলসী ফুকন ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি চিচিবৰগাওঁ উন্নয়ন খণ্ডত "জন কল্যাণ শিবিৰ" অনুষ্ঠিত কৰা হয়।    "জন কল্যাণ শিবিৰত" জনসাধাৰণে বিভিন্ন চৰকাৰী আঁচনি, জনক...
20/06/2026

আজি চিচিবৰগাওঁ উন্নয়ন খণ্ডত "জন কল্যাণ শিবিৰ" অনুষ্ঠিত কৰা হয়।

"জন কল্যাণ শিবিৰত" জনসাধাৰণে বিভিন্ন চৰকাৰী আঁচনি, জনকল্যাণমুলক সেৱা আৰু অভিযোগ নিম্পন্তিৰ সুবিধা লাভ কৰে।

উপস্থিত থাকে চিচিবৰগাওঁ সমষ্টিৰ বিধায়ক মাননীয় Jiban Gogoi জীৱন গগৈ ডাঙৰীয়া চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ বিষয়া মাননীয়া Ashlesha Bordoloi ডাঙৰীয়ানি ধেমাজি জিলা পৰিষদৰ সভাপতি Bhupen Chutia ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি চিচিবৰগাওঁ মণ্ডলৰ সভানেত্ৰী Junmoni Konwar ডাঙৰীয়ানি ভাৰতীয় জনতা পাৰ্টি চিলাপথাৰ মণ্ডলৰ সভাপতি Ganga Pegu ডাঙৰীয়া ।
BJYM Assam BJYM Dhemaji BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী Nitin Nabin  ডাঙৰীয়াক তেখেতৰ জন্মদিনৰ আন্তৰিক অভিনন্দন আৰু অশেষ শ...
23/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী Nitin Nabin ডাঙৰীয়াক তেখেতৰ জন্মদিনৰ আন্তৰিক অভিনন্দন আৰু অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ।

সাধাৰণ কাৰ্যকৰ্তাৰূপে আৰম্ভ হোৱা তেখেতৰ সংগ্ৰামী যাত্ৰাই আজি নিষ্ঠা, শৃংখলাবোধ আৰু দূৰদৰ্শী নেতৃত্বৰ এক উজ্জ্বল নিদৰ্শন স্থাপন কৰিছে। বিশ্বৰ সর্ববৃহৎ ৰাজনৈতিক সংগঠনক সুদৃঢ়ভাৱে নেতৃত্ব প্ৰদান কৰি তেখেতে কোটি কোটি যুৱক আৰু কাৰ্যকৰ্তাক সদায় অনুপ্ৰাণিত কৰি আহিছে।

এই শুভক্ষণত মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ শ্ৰীচৰণত তেখেতৰ সুদীৰ্ঘায়ু, সুস্বাস্থ্য আৰু সফল কৰ্মময় জীৱনৰ বাবে আন্তৰিক প্ৰাৰ্থনা জনালোঁ।

18/05/2026

মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াক ছুইডেনৰ সৰ্বোচ্চ অসামৰিক সন্মান “Royal Order of the Polar Star, Commander Grand Cross” ৰে সন্মানিত কৰাটো প্ৰতিজন ভাৰতবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

এই সন্মানে পুনৰ এবাৰ বিশ্বৰ দৰবাৰত ভাৰতৰ ক্ৰমবৰ্দ্ধমান শক্তি, নেতৃত্ব আৰু মৰ্যাদাক প্ৰতিফলিত কৰিলে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশ্বৰ বিভিন্ন দেশে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মানৰ সংখ্যা ৩১টালৈ বৃদ্ধি পোৱাটো ১৪০ কোটিতকৈ অধিক ভাৰতীয়ৰ গৌৰৱ আৰু আত্মবিশ্বাসৰ প্ৰতীক।

বিশ্বমঞ্চত ভাৰতৰ স্থান আজিৰ দিনত অধিক শক্তিশালী, অধিক সন্মানীয় আৰু অধিক প্ৰভাৱশালী - এই সন্মান তাৰেই এক উজ্জ্বল নিদৰ্শন। 🇮🇳✨

চৌদিশে পদুম ফুলিছে...
04/05/2026

চৌদিশে পদুম ফুলিছে...

মাননীয় সাংসদ শ্ৰী প্ৰদান বৰুৱা ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ।তেওঁ সদায়েই জনসাধাৰণৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম ...
30/04/2026

মাননীয় সাংসদ শ্ৰী প্ৰদান বৰুৱা ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ।

তেওঁ সদায়েই জনসাধাৰণৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে আৰু লগতে আমাৰ দলক শক্তিশালী কৰাতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

মা কামাখ্যাৰ আশীৰ্বাদত তেওঁ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন লাভ কৰক তাকেই কামনা কৰিছোঁ।

Address

Dhemaji

Telephone

+919957593571

Website

Alerts

Be the first to know and let us send you an email when BJYM Sissiborgaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share