NSUI Dhemaji

NSUI Dhemaji Official page of Dhemaji District NSUI

আজি ধেমাজি সমষ্টি NSUI ৰ উদ্যোগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয...
11/08/2024

আজি ধেমাজি সমষ্টি NSUI ৰ উদ্যোগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়। আজিৰ সভাখন ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি Mahendra Buragohain ডাঙৰীয়াই উদ্বোধন কৰে। উক্ত সভাত APCC,অসম ৰাজ্যিক NSUI Assam আৰু জিলা NSUI সভাপতি আৰু বিষয়ববীয়া আৰু যুৱ কংগ্ৰেছ সমষ্টি সভাপতি,মহিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ
উপস্থিতিত সভাখন সাফল্য মণ্ডিত কৰা হয়।
সভাখনৰ বিশেষ আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট বক্তা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই চাৰ, ধেমাজি মহাবিদ্যালয়ৰ শিক্ষা তত্ব বিভাগৰ মুৰব্বী অধ্যাপক তথা মোৰ পিতৃ স্বৰূপ ক্ষীৰোদ গগৈ চাৰ, Sub Divisional Statical Officer Dimbeswar Pegu চাৰ উপস্থিত থাকে।
আজিৰ এই সভাখন সাফল্য মণ্ডিত কৰাত সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়োৱা , APCC , ধেমাজি জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ সকলো সভাপতি/ সম্পাদক তথা বিষয়ববীয়ালৈ আন্তৰিক শ্ৰদ্ধা, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
Varun Choudhary Bhaiya
KABIR Bhaiya
Krishanu Baruah Dada
National Students' Union of India (नेशनल स्टूडेंट्स यूनियन ऑफ इंडिया)

পোনপ্ৰথমে ধেমাজি সমষ্টি NSUI ৰ তৰফৰ পৰা জননায়ক ৰাহুল গান্ধী ডাঙৰীয়ালৈ তেখেতৰ ৫৪ তম্ জন্ম দিনৰ শুভেচ্ছা আৰু শুভকামানা জ...
19/06/2024

পোনপ্ৰথমে ধেমাজি সমষ্টি NSUI ৰ তৰফৰ পৰা জননায়ক ৰাহুল গান্ধী ডাঙৰীয়ালৈ তেখেতৰ ৫৪ তম্ জন্ম দিনৰ শুভেচ্ছা আৰু শুভকামানা জ্ঞাপন কৰিছো!
জননায়ক ৰাহুল গান্ধী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি ধেমাজি সমষ্টি NSUI সভাপতি Lakhyajit Mili ৰ উদ্যোগত ধেমাজি জিলা ইন্দিৰা ভৱনত জন্মদিন উদযাপনৰ লগতে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা বিতৰণ কৰা হয়!
Rahul Gandhi
Krishanu Baruah
RiNku Payeng
Bolin Doley

NEET 2024 প্ৰবেশিকা পৰীক্ষাৰ বিসংগতি পূৰ্ণ ফলাফল তথা ছাত্র-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ...
10/06/2024

NEET 2024 প্ৰবেশিকা পৰীক্ষাৰ বিসংগতি পূৰ্ণ ফলাফল তথা ছাত্র-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীৰে ধেমাজি সমষ্টি NSUI সভাপতি Lakhyajit Mili ৰ উদ্যোগত ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী লৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
NSUI Assam
Krishanu Baruah
Lakhyajit Mili
Kamaleswar Gime
Bolin Doley
RiNku Payeng

৫৪ সংখ্যক NSUI প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।NSUI Assam
09/04/2024

৫৪ সংখ্যক NSUI প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।
NSUI Assam

হোলিৰ এই শুভদিনত সকলো ৰাইজলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা ।
25/03/2024

হোলিৰ এই শুভদিনত সকলো ৰাইজলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা ।

হায়দৰাবাদৰ HETERO ফাৰ্মা নামৰ ফাৰ্মা কোম্পানী এটাত আই টি বিভাগে অভিযান চলাই তাৰ পিছত HETERO ফাৰ্মাই বিজেপিক ৪০ কোটি টকা...
15/03/2024

হায়দৰাবাদৰ HETERO ফাৰ্মা নামৰ ফাৰ্মা কোম্পানী এটাত আই টি বিভাগে অভিযান চলাই তাৰ পিছত HETERO ফাৰ্মাই বিজেপিক ৪০ কোটি টকাৰ ইলেক্টৰেল বণ্ড দিলে আৰু তাৰ পিছত HETERO ফাৰ্মাৰ সকলো ফাইল বন্ধ হৈ গ’ল।

দান কৰা ব্যৱসায় লোৱা
এয়া বিজেপিৰ নতুন নীতি।
NSUI Assam

12/03/2024

শিক্ষিত যুৱ প্ৰজন্মই কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত , নাৰীয়ে নাৰী সুৰক্ষাৰ পৰা বঞ্চিত, কৃষকে শস্যৰ নূন্যতম মাছুল অধিকাৰৰ পৰা বঞ্চিত, শ্ৰমিকে নূন্যতম মজুৰি মাচুলৰ পৰা বঞ্চিত।
কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে CAA খনৰ জৰিয়তে বিদেশীক নাগৰিকত্ব প্ৰদান কৰি ভোট বেংক প্ৰস্তুত কৰাত ব্যস্ত।
জাগক অসমীয়া জাগক...
জাতি বিৰোধী 'কা ' আইনক কোনোপধ্যেই মানি লোৱা নহ'ব।

পবিত্ৰ মহা শিৱৰাত্ৰিৰ এই শুভক্ষণত সকলো ভক্তপ্ৰাণ ৰাইজলৈ ধেমাজি জিলা NSUI তৰফৰ  আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছ...
08/03/2024

পবিত্ৰ মহা শিৱৰাত্ৰিৰ এই শুভক্ষণত সকলো ভক্তপ্ৰাণ ৰাইজলৈ ধেমাজি জিলা NSUI তৰফৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ!
Har Har Mahadev

NSUI Assam

Krishanu Baruah
27/02/2024

Krishanu Baruah

চৰকাৰী মহাবিদ্যালয়ৰ একত্ৰীকৰণৰ নামত মহাবিদ্যালয় সমূহ বন্ধ কৰাৰ এই ষড়যন্ত্র আমি কোনো কাৰণত মানি নলওঁ।

23/02/2024

BJP চৰকাৰে ডাঙৰ ডাঙৰ কোম্পানী তথা আম্বানি,আডানিৰ দৰে পুঁজিপতিৰ পৰা ধন সংগ্ৰহ কৰা মাধ্যম অৰ্থাৎ "तुम मुझे चंदा दो में तुम्हें ढंडा दूंगा " Scheme Electoral Bond ক সৰ্বোচ্চ ন্যায়ালয়ে অবৈধ তথা অসাংবিধানিক বুলি ঘোষণা কৰাৰ পাছত এতিয়া BJP চৰকাৰৰ চকু NSUI ৰ ছাত্ৰ সকলৰ Memeber ship আৰু নিজস্ব সংগ্ৰহিত নূন্যতম ধনৰ ওপৰত।

আজি ইংৰাজী ২১/২/২০২৪ তাৰিখে ধেমাজি জিলা NSUI উদ্যোগত 'জয় জৱান' কাৰ্য সূচী ৰূপায়ন কৰা হয়। উক্ত সভাত অসম NSUI ৰ ৰাজ্যিক...
21/02/2024

আজি ইংৰাজী ২১/২/২০২৪ তাৰিখে ধেমাজি জিলা NSUI উদ্যোগত 'জয় জৱান' কাৰ্য সূচী ৰূপায়ন কৰা হয়। উক্ত সভাত অসম NSUI ৰ ৰাজ্যিক উপ-সভাপতি বলিন দলে ডাঙৰীয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক ৰিংকু পায়েং ডাঙৰীয়া উপস্থিত থাকে।
২০১৯-২২ বৰ্ষত Agniveer ৰ বাচনি পৰীক্ষাত ১.৫ লাখ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ পাছতো BJP চৰকাৰে নিযুক্ত যুৱক সকলক নিযুক্তি পত্ৰৰ পৰা বঞ্চিত কৰি থৈছে ।
উত্তীৰ্ণ সেইসকল প্ৰাৰ্থীক Agniveer ৰ ৪ বছৰীয়া অস্থায়ী নিযুক্তিৰ সলনি পূৰ্বৰ স্থায়ী নিযুক্তি প্ৰদান মাধ্যমেৰে স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ ধেমাজি জিলা NSUI য়ে চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায়।

NSUI Assam

Krisahnu Boruah

Address

Dhemaji

Website

Alerts

Be the first to know and let us send you an email when NSUI Dhemaji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share