06/04/2026
#জনহিতজনসেৱাৰ্থে
আগন্তুক বিধান সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি আজি ইং ০৬.০৪.২০২৬ তাৰিখে ধেমাজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ যৌথ উদোগত নিৰ্বাচন প্ৰক্ৰিয়াত জনসাধাৰণক সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ধেমাজি নগৰাঞ্চলৰ লগতে জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ তত্বাবধানত সমূহ আৰক্ষী থানাৰ অন্তৰ্গত নিজ নিজ এলেকাত সজাগতা মূলক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়।
Assam Police
DGPAssamPolice