21/08/2026
একেখন আসনতে এজন ব্যক্তিক দীৰ্ঘদিন ধৰি বহুৱাই ৰখাৰ নীতি একেবাৰেই গ্ৰহণযোগ্য নহয়। ইয়াৰ ফলত সাধাৰণ জনসাধাৰণ নিজৰ প্ৰাপ্য অধিকাৰ আৰু প্ৰগতিৰ পৰা বঞ্চিত হ’ব লগাত পৰে। এই ক্ষেত্ৰত Akhil Gogoi ডাঙৰীয়াই লোৱা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় আৰু সুন্দৰ। প্ৰশাসনৰ ভুল নীতিৰ বিৰুদ্ধে তেওঁ কৰা এই প্ৰতিবাদ আদৰণীয়।
Himanta Biswa Sarma CMO Assam