Azahar Uddin Ahmed

Azahar Uddin Ahmed Student ॥ Social Activist ॥ Being Human

যি লুৰীণজ্যোতি গগৈ NRC ৰ সময়ত লাখ লাখ সংখ্যালঘু মানুহক বাংলাদেশী সজাবলৈ মাজ নিশাত চেষ্টা চলাইছিল সেই লুৰীণজ্যোতি গগৈয়ে ...
05/04/2026

যি লুৰীণজ্যোতি গগৈ NRC ৰ সময়ত লাখ লাখ সংখ্যালঘু মানুহক বাংলাদেশী সজাবলৈ মাজ নিশাত চেষ্টা চলাইছিল সেই লুৰীণজ্যোতি গগৈয়ে সেনো সংখ্যালঘু মানুহৰ দায়িত্ব ল'ব!

যি অখিল গগৈৰ বিধানসভা সমষ্টি শিৱসাগৰৰ পৰা আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক So Called মিঞা বুলি চিঞৰি চিঞৰি আমাৰ সংখ্যালঘু মানুহৰ পিঠি ফালি, অত্যাচাৰ চলাই থাকে কিন্তু সেই সময়ত অখিল গগৈৰ দৰে ব্যক্তিয়ে কোনো ধৰণৰ প্ৰতিবাদ নকৰা এজন অমানৱীয় মানুহ এজন হেনো মুছলমান সমাজৰ দায়িত্ব ল'ব !

যি গৌৰৱ গগৈয়ে ৫০,০০০ ৰ অধিক সংখ্যালঘু সম্প্ৰদায় পৰিয়ালক অমানৱীয় ভাৱে উচ্ছেদ কৰাৰ পিছতো এবাৰ মুখ নখুলা, সংখ্যালঘু ৰাইজৰ কাষত থিয় নিদিয়া, উচ্ছেদিত পৰিয়ালৰ হৈ এটাও প্ৰতিবাদী সমদল উলিয়াব নোৱাৰা গৌৰৱ গগৈয়ে হেনো সংখ্যালঘু ৰাইজৰ অভিভাৱক হ'ব !

আৰু আমাৰ সংখ্যালঘু সম্প্ৰদায় মানুহ ইমানেই মাচুম যে এখেত সকলৰ কথাও সহজেই বিশ্বাস কৰে 🙏

সংখ্যাগৰিষ্ঠ ৰাইজে কংগ্ৰেছক অন্তৰৰ পৰা বিদায় দিছে কিন্তু এতিয়া চৰকাৰ বনোৱাৰ দায়িত্ব সংখ্যালঘু ৰাইজৰ বুলি তেখেত সকলে আশাবাদী। unfortunately যদি বেলেগ দল-বোল কৈ কংগ্ৰেছে চৰকাৰ গঠন কৰিলেও কিন্তু আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ বাবে একো নকৰিব কাৰণ কংগ্ৰেছৰ ইতিহাস তাকেই বুজায় ! ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ য'ত সকলো ধৰ্মৰ সকলো বৰ্গৰ ১৪০ কোটি জনতাৰ সমান অধিকাৰ আছে, সকলো ধৰ্মৰ সকলো জাতি জনগোষ্ঠীক একেই নজৰে চোৱাৰ বাবে দ্যায়বদ্ধ যদিও কিন্তু কংগ্ৰেছে মতে আমাৰ সংখ্যালঘু ৰাইজৰ বাবে এটাই কথা যে আমি চৰকাৰ আহিলে তোমালোকে শান্তিত থাকিব পাৰিবা বাকী আশা নকৰাই ভাল ! আৰু আমি সেইবোৰ লৈয়েই উৎফুল্লিত তেনে ক্ষেত্ৰত সংখ্যালঘু ৰাইজৰ উন্নয়ন হোৱাৰ কোনো প্ৰশ্নই নুঠে । এইবোৰ কথা উত্থাপন কৰিলে আকৌ আমাৰে কিছুমান Pocket নেতা বোৰে জ্ঞান দিব যে তুমি BJP ৰ Agent ।।।।

অসমৰ সংখ্যালঘু সকলৰ গনতান্ত্ৰিক অধিকাৰ সুৰক্ষিত আৰু সুনিশ্চিত কৰাৰ দাবীত নতুন দিল্লীৰ যন্তৰ মন্তৰত আমছুৰ প্ৰতিবাদ।
16/07/2025

অসমৰ সংখ্যালঘু সকলৰ গনতান্ত্ৰিক অধিকাৰ সুৰক্ষিত আৰু সুনিশ্চিত কৰাৰ দাবীত নতুন দিল্লীৰ যন্তৰ মন্তৰত আমছুৰ প্ৰতিবাদ।

22/06/2025

আমাৰ গৌৰীপুৰৰ গৌৰৱ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে আৰু ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা ♥️
আমাৰ দুই হীৰা একেলগে দেখি গৌৰৱ অনুভৱ কৰিলোঁ 🙏

সেউজীয়াৰ মাজত এটি সৰু ঘৰ! ❤️গাঁও ❤️
03/11/2024

সেউজীয়াৰ মাজত এটি সৰু ঘৰ! ❤️

গাঁও ❤️

দেশৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি তথা সমাজহিতৈষী ৰতন টাটা ডাঙৰীয়াৰ দেহাৱসানত মৰ্মাহত হৈছোঁ। সফলতাৰ শিখৰ চুমিও মাটি আৰু মানু...
09/10/2024

দেশৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি তথা সমাজহিতৈষী ৰতন টাটা ডাঙৰীয়াৰ দেহাৱসানত মৰ্মাহত হৈছোঁ। সফলতাৰ শিখৰ চুমিও মাটি আৰু মানুহৰ সৈতে সহজ আত্মীয়তাৰে ৰতন টাটা ডাঙৰীয়াই দেশবাসীৰ বুকুৱে বুকুৱে ঘৰ সাজিছিল।

আজি তেখেতৰ বিয়োগৰ লগে লগে ভাৰতীয় সমাজ জীৱনত গভীৰ শূন্যতাৰ সৃষ্টি হ’ল। মানৱতাবাদী দৰ্শন আৰু মানুহৰ সামগ্ৰিক কল্যাণ সাধনকে জীৱনৰ মূলমন্ত্ৰ হিচাপে লৈ কৰ্মসাধনা কৰি গৈছিল তেখেতে। ভাৰতৰ আৰ্থ-সামাজিক ক্ষেত্রখনলৈ তেখেতৰ অপৰিমেয় অৱদান যুগে যুগে স্মৰণীয় হৈ ৰ’ব।

আমি এইগৰাকী মহান ভাৰতীয়লৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি যাচিলোঁ। দেশে সঁচা অৰ্থতে আজি এটা ‘ৰত্ন’ হেৰুৱালে...!

এনে শিশুৱে হয়তো বাৰে বাৰে প্ৰশ্ন কৰিব নিজক - "জন্ম লোৱাটোৱেই ভুল হৈ গ'ল নেকি আমাৰ?"উফ্ ! বৰ নিষ্ঠুৰ এই সময়।অসহায় ! নিৰুপ...
13/09/2024

এনে শিশুৱে হয়তো বাৰে বাৰে প্ৰশ্ন কৰিব নিজক - "জন্ম লোৱাটোৱেই ভুল হৈ গ'ল নেকি আমাৰ?"

উফ্ ! বৰ নিষ্ঠুৰ এই সময়।
অসহায় ! নিৰুপায় !

12/09/2024

'অসমৰ সংখ্যালঘু আজি নিৰাপত্তাহীনতাত ভুগিছে'। 'মুখ্যমন্ত্ৰীয়ে নিৰ্মম অত্যাচাৰ চলাইছে সংখ্যালঘুক'। ১০ টা বিশেষ দাবীৰে দিল্লীৰ জন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে আমছুৰ।

পিতৃ-মাতৃয়ে আমাক জন্ম দিছে ঠিকেই কিন্তু শিক্ষা গুৰু সকলে আমাক প্ৰকৃত মানুহ হিচাবে গঢ় দিয়ে।সেয়ে আজি এই পবিত্ৰ ক্ষণত সকলো ...
04/09/2024

পিতৃ-মাতৃয়ে আমাক জন্ম দিছে ঠিকেই কিন্তু শিক্ষা গুৰু সকলে আমাক প্ৰকৃত মানুহ হিচাবে গঢ় দিয়ে।সেয়ে আজি এই পবিত্ৰ ক্ষণত সকলো শিক্ষাগুৰু লৈ হাজাৰ হাজাৰ প্ৰণাম লগতে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ইতিহাস ৰচনা কৰি নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কালি প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰি নতুন অধ্যায়ৰ সূচনা কৰিলে ৷ দল...
01/09/2024

ইতিহাস ৰচনা কৰি নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কালি প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰি নতুন অধ্যায়ৰ সূচনা কৰিলে ৷ দলৰ প্ৰতিগৰাকী খেলুৱৈলৈ আমাৰ অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ লগতে সকলো ফুটবলপ্ৰেমী ৰাইজলৈও জনাইছোঁ শুভেচ্ছা।।


সকলোলৈ ৭৮,তম্ স্বাধীনতা দিৱসৰ অভিনন্দন জনাইছোঁ| যি সকল সৈনিক আমাৰ সুৰক্ষাৰ বাবে দেশ সেৱাত নিয়োজিত হৈ দিন ৰাতি নিজৰ কৰ্তব...
14/08/2024

সকলোলৈ ৭৮,তম্ স্বাধীনতা দিৱসৰ অভিনন্দন জনাইছোঁ| যি সকল সৈনিক আমাৰ সুৰক্ষাৰ বাবে দেশ সেৱাত নিয়োজিত হৈ দিন ৰাতি নিজৰ কৰ্তব্য পালন কৰি আছে তেওঁলোকক ও অশেষ ধন্যবাদ| যি সকলৰ তেজ আৰু ত্যাগৰ বলিদানৰ বাবে আমাৰ দেশে স্বাধীন লাভ কৰিলে সেই সকল মহান পুৰুষক শ্ৰদ্ধাৰে সোৱৰিছো| এই শুভক্ষনত আমাৰ দেশ খনত সদায় যেন শান্তি সম্প্ৰীতি অটুত থাকে তাকে কামনা কৰিলোঁ|
জয় হিন্দ… 🇮🇳🇮🇳

ধন্যবাদেৰে...
আজাহাৰ উদ্দিন আহমেদ

নীৰজৰ নীৰৱ সাধনা আৰু ঐকান্তিকতাই মুগ্ধ কৰে...জেভলিন থ্ৰোত ৰূপৰ পদক আঁজুৰি দেশৰ মাটিক গৌৰৱান্বিত কৰা নীৰজ চোপ্ৰালৈ আমাৰ অ...
08/08/2024

নীৰজৰ নীৰৱ সাধনা আৰু ঐকান্তিকতাই মুগ্ধ কৰে...

জেভলিন থ্ৰোত ৰূপৰ পদক আঁজুৰি দেশৰ মাটিক গৌৰৱান্বিত কৰা নীৰজ চোপ্ৰালৈ আমাৰ অন্তহীন অভিনন্দন...❤️

Congratulations Neeraj Chopra 💐




অভিনন্দন ভিনেশ ফোগাট 💐 অলিম্পিকত মহিলা মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম মহিলা মল্লযুঁজাৰু ভিনেশ ফোগাটলৈ আন্তৰিক অভিনন্...
06/08/2024

অভিনন্দন ভিনেশ ফোগাট 💐

অলিম্পিকত মহিলা মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম মহিলা মল্লযুঁজাৰু ভিনেশ ফোগাটলৈ আন্তৰিক অভিনন্দন আৰু শুভ কামনা জনালোঁ।

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when Azahar Uddin Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Azahar Uddin Ahmed:

Share

Category