Middle Parbotjhora ARSU

Middle Parbotjhora ARSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Middle Parbotjhora ARSU, Social service, Dhuburi.

15/01/2026

Atche vs bure log

১১ জানুৱাৰী ২০২৬ কালাৰ ৰবিবাৰ চিনিং  খোপাটী পৗমৗৰ পৰায় ধামায় মাজাৰ তগ্ আতাল আৰছু নি ২৪গা ছাওৰাইচল মঞ্চম আম্বাঙি ছায়া।  ...
12/01/2026

১১ জানুৱাৰী ২০২৬ কালাৰ ৰবিবাৰ চিনিং খোপাটী পৗমৗৰ পৰায় ধামায় মাজাৰ তগ্ আতাল আৰছু নি ২৪গা ছাওৰাইচল মঞ্চম আম্বাঙি ছায়া।

27/11/2025
15/11/2025

Assam ST unity song 🙏❤️

🙏🙏আন্তৰিক অভিনন্দন আৰু শিক্ষামন্ত্ৰী ড° ৰানোজ পেগুলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, ছাৰ!🙏 আমাৰ মাতৃভাষা চিনি পোৱাৰ বাবে বহ...
28/10/2025

🙏🙏আন্তৰিক অভিনন্দন আৰু শিক্ষামন্ত্ৰী ড° ৰানোজ পেগুলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, ছাৰ!

🙏 আমাৰ মাতৃভাষা চিনি পোৱাৰ বাবে বহুত বহুত ধন্যবাদ
ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ অধীনত কোচৰাভা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে অনুমোদন দিয়াৰ কীৰ্তিচিহ্নস্বৰূপ সিদ্ধান্তৰ বাবে আমি মধ্য পৰ্বতঝেৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনাক আৰু অসম চৰকাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

এই ঐতিহাসিক পদক্ষেপ কেৱল প্ৰশাসনিক অনুমোদন নহয়; ই কোচৰাভা সম্প্ৰদায়ৰ ভাষিক অধিকাৰ, সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয়ৰ গভীৰ স্বীকৃতি।

Subam Rabha from Guwahati Appointed India U-17 Assistant Coach for AFC QualifiersRead more👇Guwahati-born football coach ...
27/10/2025

Subam Rabha from Guwahati Appointed India U-17 Assistant Coach for AFC Qualifiers

Read more👇
Guwahati-born football coach Subam Rabha has been appointed Assistant Coach of the India U-17 team for the upcoming AFC U-17 Asian Cup Qualifiers, set to take place from November 22–30. A holder of the prestigious AFC ‘A’ License, Subam brings over a decade of youth coaching experience, currently serving as Head of Youth Development at Odisha FC.
Having previously worked with NorthEast United FC, Sreenidi Deccan FC, and guided Team Assam to the 2024 National Championship quarterfinals, Subam continues to be a driving force in nurturing young football talent across India’s Northeast.
He will assist Head Coach Bibiano Fernandes as India prepares to secure qualification for the 2026 AFC U-17 Asian Cup in Saudi Arabia.

26/10/2025

অভিজ্ঞারক সকলক কৈছো, আপোনালোকৰ শিশু সকলক মবাইল ফনৰ পৰা আতৰত বাত্মক। মোৰ এক কাতৰ অনুৰুধ।

আপুনি জানেনে ভাৰতবৰ্ষত প্রায় ৬০ শতাংশ শিশু মবাইলৰ প্রতি আষক্ত হৈছে। একমাত্র অভিভাৱক সকশৰ বাবে। এনেদৰে হলে এদিন গৈ শিশু সকল মবাইলৰ প্রতি বেছি আসক্ত হৈ পৰিব। মবাইল নহলে একো কাসেই নকৰিব। এতিয়াই নকৰে। YOUTUBE VIDEO নোচোৱালৈকে মোরা বস্তু নাখায়, নপঢ়ে, নিজৰ টোপনি নাযায়। এনেধৰণৰ বহুতো। কাম নকৰে অভিভারাক সকলেই এই বাবে দায়ি।

এই বদ অভ্যাসত পৰিণত কৰাতকৈ আজৰি সময়ত ছবি আঁকিবলৈ দিয়ক, কাগজৰ নাও বনাবলৈ শিকান্তক, গছগুলি কবলে দিয়ক, প্রকৃতিৰ লগত চিনাকি কৰি দিয়ক।

16/07/2025

বীৰ জোৱান প্ৰাণেশ্বৰ কোঁচক চ্যেলুট। দেশৰ বাবে অসম সন্তানৰ সৰ্বোচ্ছ ত্যাগ। দেশৰ নক্সাল সন্ত্ৰাসবাদৰ হকে চলা অভিযানত শ্বহীদ বীৰ জোৱান প্ৰাণেশ্বৰ কোঁচ। প্ৰাণেশ্বৰ কোঁচৰ ঘৰ কোকৰাঝাৰৰ মাগুৰমাৰি গাঁৱত।🫡🫡🫡🇮🇳🇮🇳🇮🇳 BHARAT MAATA KI Jai... তাৰ আত্মা প্ৰতিজন দেশপ্ৰেমিকৰ অন্তৰত অমৰ হৈ থাকিব।।🕉️ শান্তি শান্তি

নাং কোচা আমায় আৱাদো আপ্ৰোঙি সা্‌-জোং দোনা পেনেম পৰা্‌য় মৗন অৗগ্ৰৗম পেনেম সংস্কাৰ বান লাও ক্ৰাৰাং যাতে উ্ সাৱা জিয়ৗং লৗয়া...
21/06/2025

নাং কোচা আমায় আৱাদো আপ্ৰোঙি সা্‌-জোং দোনা পেনেম পৰা্‌য় মৗন অৗগ্ৰৗম পেনেম সংস্কাৰ বান লাও ক্ৰাৰাং যাতে উ্ সাৱা জিয়ৗং লৗয়া উবাইবান বেবাকনান সন্মান গাসায়া আৰ অৗপনি আখল - ব্যৱহাৰ মৗন অৗপনি মৗন অৗগ্ৰৗম নগৗৱো, জৗতিয়ো নি মুংঙো বান গুদুং মানা

Address

Dhuburi
783339

Website

Alerts

Be the first to know and let us send you an email when Middle Parbotjhora ARSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category