Vivekananda Kendra Dibrugarh

Vivekananda Kendra Dibrugarh Vivekananda Kendra a spiritually oriented service misson. our moto is man making nation building.

Regular activitiy
Yoga Varga
Sanskar Varga
Swadhaya Varga
Kendra Varga

International yoga day celebration 2022
22/06/2022

International yoga day celebration 2022

International yoga day celebration 2022
22/06/2022

International yoga day celebration 2022

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপু...
27/08/2021

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল[1]। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি । আজিৰ তেখেতৰ তিৰোভাৱ তিথিত আমি শ্ৰদ্ধাৰে শুৱৰিছো তেখেতক ।

येन बद्धो बलि: राजा दानवेंद्रो महाबल:।तेन त्वामपि बध्नामि रक्षे मा चल मा चल।Happy Raksha Bandhan to all 🙏
23/08/2021

येन बद्धो बलि: राजा दानवेंद्रो महाबल:।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल।

Happy Raksha Bandhan to all 🙏

Vibhag Karyakarta Prashikshan Shibir 18,19, & 20th August 2021.
22/08/2021

Vibhag Karyakarta Prashikshan Shibir
18,19, & 20th August 2021.

নমস্কাৰ,আজি আমাৰ বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড় শাখাত ৭৫তম স্বাধীনতা দিৱস পালন কৰা হয়। প্ৰায় ৩০জন লোকৰ উপস্থিতিৰে অনুষ্ঠ...
15/08/2021

নমস্কাৰ,আজি আমাৰ বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড় শাখাত ৭৫তম স্বাধীনতা দিৱস পালন কৰা হয়। প্ৰায় ৩০জন লোকৰ উপস্থিতিৰে অনুষ্ঠানটি খুব সুন্দৰভাৱে অনুষ্ঠিত হয়।এই গৌৰৱোজ্জল ক্ষণটো উদযাপনৰ প্ৰাক মুহূৰ্তত ভাৰতৰ লক্ষ লক্ষ স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু আত্মবলিদানক আমি আটাইয়ে গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰো। আৰু স্বামীজীৰ আদৰ্শৰে আমাৰ পুণ্যভূমি ভাৰতবৰ্ষক সকলো দিশতে আগুৱাই লৈ যাবলৈ আমি সংকল্পবদ্ধ হও,জয় হিন্দ ভাৰত মাতা কি জয়🙏🙏

Our inspiration ..Vivekananda Rock Memorial
13/08/2021

Our inspiration ..


Vivekananda Rock Memorial

আজি ২৩-০৭-২০২১ তাৰিখে  বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা "গুৰু পূৰ্ণিমা" অনুষ্ঠানটি অতি সুন্দৰ আৰু সুপৰ...
23/07/2021

আজি ২৩-০৭-২০২১ তাৰিখে বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা "গুৰু পূৰ্ণিমা" অনুষ্ঠানটি অতি সুন্দৰ আৰু সুপৰিকল্পিত ভাবে সমাপ্ত হয়। এক ঘণ্টাযোৰা অনুষ্ঠানটিত প্ৰাৰ্থনা, গুৰু ভজন, বাঁহী বাদন আদি অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। আটাইকেইটা অনুষ্ঠানে উপস্হিত থকা সকলোৰে মন প্ৰাণ আপ্লুত কৰে । অনুস্থানটিত ১৮৩ জন ব্যক্তি উপস্থিত আছিল। মূল বিষয় বস্তু গুৰু পূৰ্ণিমাৰ তাৎপৰ্য ব্যাখ্যা আগবঢ়াই আদৰণীয় ডক্টৰ কৃষ্ণা বৰুৱা পাটগিৰি বাইদেৱে । সকলোকে পুনৰ বাৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিলো ।

23/07/2021

Guru Bhajan By Our Sanskar Varga Karyakarta ....

বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড় ৰ তৰফৰ পৰা গুৰু পূৰ্ণিমাৰ সকলো লৈ শুভেচ্ছা জ্ঞাপন কৰিলো ।
23/07/2021

বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড় ৰ তৰফৰ পৰা
গুৰু পূৰ্ণিমাৰ সকলো লৈ শুভেচ্ছা জ্ঞাপন কৰিলো ।

নমস্কাৰ ,বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড় শাখাই দুদিনীয়াকৈ গুৰু পূৰ্ণিমা অনুষ্ঠিত কৰিবৰ বাবে আগবাঢ়িছে আপোনালোক সকলোকে এই অ...
22/07/2021

নমস্কাৰ ,
বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড় শাখাই দুদিনীয়াকৈ গুৰু পূৰ্ণিমা অনুষ্ঠিত কৰিবৰ বাবে আগবাঢ়িছে আপোনালোক সকলোকে এই অনুষ্ঠানলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ ।।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ বাবে তলৰ লিংকটোত নিৰ্দিষ্ট সময়ত ক্লিক কৰিব ।

https://meet.google.com/qax-jzqe-hyi

তাৰিখ - ২৩ জুলাই ২০২১
সময় - সন্ধ্যা ৬.৩০ ৰ পৰা ৭.৩০ বজালৈ ।

২৪ জুলাই ,২০২১
সময় - সন্ধ্যা ৬ বজাৰ পৰা ৭ বজালৈ ।

सुप्रभात
19/07/2021

सुप्रभात

Address

Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Vivekananda Kendra Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category