Sushil Tassa

Sushil Tassa Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sushil Tassa, Social service, Dibrual Changmai Gaon, Dibrugarh.

18/04/2026
01/04/2026
26/12/2025
26/12/2025

গুৰু গোবিন্দ সিঙৰ বীৰ সুপুত্ৰ দুগৰাকী অতি কম বয়সতে স্বধৰ্ম আৰু মাতৃভূমিৰ ৰক্ষাৰ্থে অদম্য সাহসৰ পৰিচয় দিছিল।

তেওঁলোকৰ বীৰত্বৰ গাথা স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰ 'বীৰ বাল দিৱস' পালন কৰা হয়। আজিৰ বিশেষ দিনটোত বীৰ দুগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

गुरु गोविंद सिंह जी के साहिबजादों ने कम उम्र में ही मातृभूमि और धर्म की रक्षा हेतु अद्वितीय साहस का परिचय दिया।

उनकी शौर्यगाथा हमारी अमूल्य धरोहर है, जिसे स्मरण करते हुए हर साल 'वीर बाल दिवस' मनाया जाता है। साहिबजादों, माता गुजरी और गुरु गोविंद सिंह जी की वीरता व बलिदान को सादर नमन।

21/12/2025

চাবুৱা -লাহোৱাল বিধানসভা সমষ্টিৰ সকলো উদ্যোগী মহিলা সকলোকে নিমন্ত্ৰণ জনালোঁ।

21/12/2025
20/12/2025

বিকশিত ভাৰতৰ খনিকৰ, বিশ্বনেতা তথা আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী, অসম হিতৈষী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মা কামাখ্যা আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ অসমভূমিলৈ উষ্ম আদৰণি জনাইছোঁ।

Address

Dibrual Changmai Gaon
Dibrugarh
786010

Telephone

+919854023585

Website

Alerts

Be the first to know and let us send you an email when Sushil Tassa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sushil Tassa:

Share

Category