19th Assam Police Battalion

19th Assam Police Battalion 19th Assam Police Battalion, Tengakhat, Dibrugarh, Assam.

14/08/2026

Today's "Har Ghar Tiranga" rally conducted by 19th APBn, Tengakhat.
Assam Police
DGPAssamPolice
Vivek Raj Singh Kukrele , IPS

Mass PT followed by Yoga, today at 19th APBn, Tengakhat, Dibrugarh.Assam Police DGPAssamPolice Vivek Raj Singh Kukrele ,...
05/08/2026

Mass PT followed by Yoga, today at 19th APBn, Tengakhat, Dibrugarh.
Assam Police
DGPAssamPolice
Vivek Raj Singh Kukrele , IPS

বিভিন্ন বেটেলিয়নৰ জোৱান সকলৰ মাজৰ সম্পৰ্ক আৰু ভাতৃত্ববোধ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে যোৱা ২৮-০৭-২০২৬ তাৰিখে 19th APBn...
29/07/2026

বিভিন্ন বেটেলিয়নৰ জোৱান সকলৰ মাজৰ সম্পৰ্ক আৰু ভাতৃত্ববোধ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে যোৱা ২৮-০৭-২০২৬ তাৰিখে 19th APBn, Tengakhat ৰ তৰফৰ পৰা বানপানীৰ কবলত পৰা শিৱসাগৰৰ 1st APBn, 25th ONGC Bn আৰু 4th CDO Bn ৰ জোৱান সকলৰ লগতে তেওঁলোকৰ ফেমিলী লাইনত অত্যাৱশ্যকীয় সামগ্ৰী যেনে— ব্লিচিং পাউদাৰ (Bleaching powder packets), ফিনাইল (Phenyle bottles) আৰু খোৱা পানীৰ বটল (Water bottles) বিতৰণ কৰা হয়।
বিপদৰ সময়ত ইজনে সিজনৰ কাষত থিয় দিয়াটোৱেই আমাৰ অসম আৰক্ষীৰ আটাইতকৈ ডাঙৰ শক্তি।
Assam Police
DGPAssamPolice
Vivek Raj Singh Kukrele , IPS

17/07/2026

ধাৰাষাৰ বৰষুণৰ বাবে 19th APBn, Tengakhat ৰ পেৰেড ফিল্ডত প্ৰায়ে বহুত পানী জমা হয় । পানী ওলাই যোৱা পথটো অহা যোৱা কৰা ৰাস্তাটোৱে ব্লক কৰি ৰাখিছিল। এই সমস্যা দূৰ কৰিবলৈ আমাৰ জোৱানসকলে OIL-ৰ পৰা পোৱা ১০ ইঞ্চি ব্যাসৰ স্ক্ৰেপড পাইপ ৰাস্তাৰ তলেৰে পাৰি দি পানী নিষ্কাষণৰ ব্যৱস্থা কৰি থকাৰ মুহূৰ্তত।
Assam Police
DGPAssamPolice
Vivek Raj Singh Kukrele , IPS

27/06/2026

মাটিখিনি দ নহয়, কিন্তু বাৰিষা বেছি বৰষুণ দিলে ১৯ নং বেটেলিয়নৰ এই মাটিখিনিত পানী জমা হয়। গছপুলি বোৰ যাতে মৰি নাযায়, তাৰ বাবে কেইজনমান জোৱানৰ পৰামৰ্শ মতে পকা ৰিং বান্ধি পুলি লগোৱা হল।
খৰচ কমাবলৈ আলকাতৰাৰ ড্ৰাম কাটি ফাৰ্মা বনাই নিজেই পকা ৰিং বনালে জোৱান সকলে। এতিয়া তাত আপেল বগৰী, অমিতা, ড্ৰেগন ফ্ৰুট, চিজিয়াম আদিৰ পুলি লগালে। এনেয়ে পৰি থকা সেই মাটিখিনি এতিয়া অলপ হলেও কামত আহিব বুলি আশা কৰিছে তেওঁলোকে ।
Assam Police
DGPAssamPolice
Vivek Raj Singh Kukrele , IPS

18/06/2026

চৰ্দাৰ বল্লভভাই পেটেলে যিদৰে সমগ্ৰ দেশখনক একতাৰ ডোলেৰে বান্ধিছিল, সেই আদৰ্শকে সাৰোগত কৰি ১৯ নং অসম আৰক্ষী বাহিনী (19th APBn) আৰু ৩২ নং অসম আৰক্ষী বাহিনীৰ (32nd APBn) জোৱানসকলৰ মাজত ১৮/০৬/২৬ তাৰিখে 19th APBn , Tengakhat ত এখন বন্ধুত্বমূলক ৰোমাঞ্চকৰ ফুটবল খেল অনুষ্ঠিত হয়। এই খেলৰ উদ্দেশ্য কেৱল জয়-পৰাজয় নহয়, বৰঞ্চ দুয়োটা বেটেলিয়নৰ জোৱানসকলৰ মাজৰ সম্পৰ্ক আৰু একতা (Unity) অধিক শক্তিশালী কৰা।
Assam Police
DGPAssamPolice
Vivek Raj Singh Kukrele , IPS

Address

Wilton, Tengakhat
Dibrugarh
786103

Website

Alerts

Be the first to know and let us send you an email when 19th Assam Police Battalion posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to 19th Assam Police Battalion:

Shortcuts

Share

Category