Tingkhong Electrical Sub-Division, APDCL

Tingkhong Electrical Sub-Division, APDCL This is the Official page of Tingkhong Electrical Sub-Division, APDCL. APDCL is a public limited company wholly owned by the Government of Assam.

21/08/2026

ৰাজগড় ৰাঙলী স্থিত কলিয়াপানী ছাবষ্টেচনত CT-PT changeৰ বাবে 33 kV নামৰূপ- টিংখাং ফিডাৰ shutdown লোৱা হৈছে। 2.30 PM- 3.00PM ৰ ভিতৰত ফিডাৰ চাৰ্জ কৰা হ'ব।

20/08/2026

ৰাজগড় ৰাঙলী স্থিত কলিয়াপানী ছাবষ্টেচনত maintenanceৰ বাবে 33 kV নামৰূপ- টিংখাং ফিডাৰ shutdown কৰি ৰাখিছে। প্ৰায় 11 AM- 11.30AM ৰ ভিতৰত ফিডাৰ চাৰ্জ কৰা হ'ব।

13/08/2026

11 kV টিংখাং ফিডাৰ আৰু 11 kV দিল্লীবাৰী ফিডাৰ বৰ্তমান Faulty হৈ আছে। অতিশীঘ্ৰেই Faulty issues সমাধান কৰি দুয়োটা ফিডাৰ চাৰ্জ কৰা হ'ব।

13/08/2026

সন্মানীয় উপভোক্তাসকল, নামৰূপ টিংখাং সংযোগী 33 kV ফিডাৰৰ বিজুতিৰ বাবে টিংখাংৰপৰা ওলোৱা 11 kV ফিডাৰসমূহ বন্ধ হৈ আছিল, এতিয়া 10.48 PMত 33 ফিডাৰটো RESTORE হৈছে, সকলো 11 kV ফিডাৰ একাদিক্ৰমে charge কৰা হব।

আপোনাসৱৰ অসুবিধাৰ বাবে আমি দুখিত।

23/07/2026
25/06/2026

অহাকালিলৈ ৩৩ কেভি নামৰূপ-টিংখাং ফিডাৰত GOAB ছুইচ স্থাপনৰ বাবে পুৱা প্ৰায় 7 বজাৰপৰা পুৱা 10 বজালৈকে বিদ্যুৎ যোগান সাময়িকভাৱে বন্ধ (Shutdown) ৰখা হ'ব। এই কাম সম্পূৰ্ণ হ'লে জৰুৰী অৱস্থাত বিকল্প ৩৩ কেভি ৰাজগড় ফিডাৰৰ জৰিয়তে টিংখাং ছাব-ষ্টেছনলৈ বিদ্যুৎ যোগান পুনৰ স্থাপন কৰাত সুবিধা হ'ব।
আপোনাসৱৰ সাময়িক অসুবিধাৰ বাবে আন্তৰিকভাৱে দুঃখিত।
🙏🏻

আজি টিংখাং বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিমল বৰা মহোদয়ে টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ ৩৩/১১ কেভি ৰাজগড় উপ-ক...
31/05/2026

আজি টিংখাং বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিমল বৰা মহোদয়ে টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ ৩৩/১১ কেভি ৰাজগড় উপ-কেন্দ্ৰ পৰিদৰ্শন কৰি উপ-কেন্দ্ৰটো তথা উপ-সংমণ্ডলটোৰ কাৰ্যকলাপ, বিদ্যুৎ যোগান ব্যৱস্থা তথা চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু গ্ৰাহক সেৱাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। তেওঁৰ মূল্যৱান পৰামৰ্শ আৰু উৎসাহৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

05/05/2026

প্ৰিয় বিদ্যুত উপভোক্তা সকল, অহা কাইলৈ অৰ্থাৎ 06/05/2026 তাৰিখে 33/11 kV Tingkhong S/S ৰ অন্তৰ্গত সকলো Feeder সমূহৰ বিদ্যুত সেৱা 33/11kV Namrup Sub station ৰ Switchyard ত হবলগীয়া কামৰ বাবে পুৱা 10:00AM ৰ পৰা 1:00PM লৈকে বন্ধ থাকিব ।
আপোনাসৱৰ হবলগীয়া অসুবিধাৰ বাবে আমি অতিকৈ দুঃখিত ।
ধন্যবাদ।

25/04/2026

🔊 ৰাজহুৱা সতৰ্কবাণী

সাম্প্ৰতিক ধুমুহাৰ ফলত বিভিন্ন ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰ চিগি মাটিত পৰি আছে। জনসাধাৰণক কঠোৰভাৱে অনুৰোধ কৰা হৈছে— ভুলতো কোনো চিগি থকা বা ওলমি থকা তাঁৰ স্পৰ্শ নকৰিব। এই তাঁৰবোৰত যিকোনো সময়তে বিদ্যুৎ প্ৰবাহিত হ’ব পাৰে, যি জীৱনৰ বাবে অতি ভয়ংকৰ।
অনুগ্ৰহ কৰি আপোনাৰ পৰিয়ালৰ সদস্যসকলক, বিশেষকৈ শিশু আৰু পশুধনক এনে বিপদজনক স্থানৰ পৰা আঁতৰাই ৰাখক।
যদি ক’ৰবাত চিগি থকা তাঁৰ দেখা পায়, তেন্তে লগে লগে ওচৰৰ APDCL কাৰ্যালয়ত জনাওক বা ২৪ ঘণ্টা খোলা থকা হেল্পলাইন নম্বৰ ১৯১২-ত ফোন কৰক।
এই জৰুৰীকালীন সময়ত আপোনাৰ অলপ সাৱধানতাই এটা ডাঙৰ দুৰ্ঘটনা ৰোধ কৰিব পাৰে।
ধন্যবাদ।

04/02/2026

প্ৰিয় বিদ্যুত উপভোক্তা সকল, অহা কাইলৈ অৰ্থাৎ 05/02/2026 তাৰিখে 33/11 kV Tingkhong S/S ৰ অন্তৰ্গত সকলো Feeder সমূহৰ বিদ্যুত সেৱা Dillibari Feeder ৰ Breaker installation ৰ বাবে পুৱা 10:00AM ৰ পৰা 12:30PM লৈকে বন্ধ থাকিব । লগতে Dillibari feeder ৰ বিদ্যুত সেৱা প্ৰায় 2:00PM লৈকে বন্ধ থাকিব।
আপোনাসৱৰ হবলগীয়া অসুবিধাৰ বাবে আমি অতিকৈ দুঃখিত ।
ধন্যবাদ।

Address

Tingkhong
Dibrugarh
786612

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Tingkhong Electrical Sub-Division, APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Tingkhong Electrical Sub-Division, APDCL:

Shortcuts

Share