Handloom & Textile, Dibrugarh

Handloom & Textile, Dibrugarh O/o the Assistant Director, Handloom & Textile, Dibrugarh. Phoolbagan, Dibrugarh, 786001.

13/01/2026
19/11/2025

চেন্নাইৰ জিআই ৰেজিষ্ট্ৰীয়ে অসমীয়া গামোচাৰ 'ৰেজিষ্টাৰ্ড প্ৰপ্ৰাইটৰ' অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প সঞ্চালকালয়ক ২০২২চনৰ ডিচেম্বৰত গামোচা ভৌগোলিক সূচক প্রদান কৰিছিল। ইতিমধ্যে হস্ততাঁত বিভাগৰ যোগেদি ৭৫০ গৰাকী গামোচা উৎপাদনত জৰিত শিপিনীয়ে জি আই পঞ্জীয়ন কার্যালয়ৰ পৰা জি আই গামোচাৰ অথৰাইজ ইউজাৰৰ প্ৰমাণপত্ৰ লাভ কৰিছে। গামোচা ব্যৱসায়ৰ ক্ষেত্রত শিপিনীসকলৰ বাবে আথৰাইজ ইউজাৰ হোৱাটো নিতান্তই জৰুৰী। এই উদ্দেশ্যে হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সঞ্চালকৰ উদ্যোগত ১২নৱেম্বৰত শিপিনী সকলৰ মাজত অনুষ্ঠিত হয় এখন সজাগতা সভা । উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ হস্ততাঁত গৱেষণা আৰু চানেকি কেন্দ্ৰৰ মুখ্য বিষয়া ড° জয়ন্ত দেৱ শৰ্মা। ড° শর্মাই ভাষণ প্রদান কৰি উপস্থিত শিপিনীসকলক গামোচাৰ অথৰাইজদ ইউজাৰ হ'বলৈ আহ্বান জনায় ইয়াৰ বাবে যাৱতীয় প্র-পত্র অতি সোনকালে চেন্নাইৰ জি আই পঞ্জীয়ন কার্যালয়লৈ প্ৰেৰণ কৰিবলৈ কয়। অনুষ্ঠানত জিলা উদ্যোগ বিভাগৰ সহকাৰী মহাপ্রবন্ধক দীপালী গগৈ শইকীয়া আৰু ৰেচম বিভাগৰ প্ৰদর্শক ধ্ৰুৱজ্যোতি ফুকনে ভাষণ প্রদান কৰি জি আই টেগ থকা বস্ত্ৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিমান যে সুবিধা হয় তাক উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ হস্ততাঁত বিভাগৰ সহকাৰী সঞ্চালক চম্পক শইকীয়াই শিপিনীসকলক চৰকাৰী বিভিন্ন আঁচনিসমূহৰ কথা অৱগত কৰাৰ উপৰি জি আইৰ আথৰাইজ ইউজাৰ লাভে শিপিনী এগৰাকীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা পৰিচয় যে আনি দিয়ে তাক উল্লেখ কৰে। পৰিদৰ্শক পল্লৱ শইকীয়াই আত ধৰা অনুষ্ঠানত উপ- হস্ততাঁত বিষয়া প্রাঞ্জল গগৈ, উদ্যোগী প্রদীপ হালৈ, দিপ্তী শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি চমু ভাষণ প্রদান কৰে।

28/03/2025
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া হজুৱা পথাৰ অঞ্চলৰ এগৰাকী উদ্যোগী মহিলা শ্ৰী মতী দীপা গগৈয়ে ডিব্ৰুগড় জিলা দিৱসত সন্মানিত হোৱ...
21/10/2024

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া হজুৱা পথাৰ অঞ্চলৰ এগৰাকী উদ্যোগী মহিলা শ্ৰী মতী দীপা গগৈয়ে ডিব্ৰুগড় জিলা দিৱসত সন্মানিত হোৱাত, ডিব্ৰুগড় জিলাৰ হস্ত তা‍ঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো। প্ৰায় দুহেজাৰ চনৰ পৰা দীপা গগৈয়ে হজুৱা পথাৰ বয়ন শিল্প উদ্যোগ নামৰ এটা হস্ত তাঁত উদ্যোগ স্হাপন কৰি স্হানীয় শিপিনী সকলক উৰনীয়া মাকো আৰু জেকাৰ্ড মেচিনৰ প্ৰশিক্ষণ দি তেওলোকক প্ৰশিক্ষণ প্ৰাপ্ত কৰাৰ লগতে চাৰিখন উৰনীয়া মাকোৰ তাতঁ শাল স্হাপন কৰি বস্ত্ৰ উৎপাদনৰ কামত নিয়োজিত হৈ আছে।তেখেতে বৰ্তমান চাৰি গৰাকী স্হানীয় শিপিনীক নিজৰ উদ্যোগত কামত নিয়োজিত কৰি উচ্চ মানদণ্ডৰ মেখেলা চাদৰ,কপাহী ফুলাম গামোচা,এৰি কাপোৰ আৰু মুগা গালেৰ উৎপাদন কৰি আছে।তেখেতে উৎপাদন কৰা মুগা গালে অৰুণাচল প্ৰদেশৰ এখন অংগ বস্ত্ৰ।এই মুগা গালে তেখেতৰ উদ্যোগত উৎপাদন কৰি অৰুণাচল প্ৰদেশত এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। শ্ৰী মতী দীপা গগৈয়ে এই হস্ত তাঁত উদ্যোগৰ দ্বাৰা নিজৰ লগতে স্হানীয় শিপিনী সকলক সংস্থাপন দিবলৈ সক্ষম হৈছে আৰু লগতে তেখেতৰ এই কৰ্মৰ দ্বাৰা স্হানীয় মহিলা সকলক উৎসাহিত কৰি অঞ্চল টোত হস্ত তাতঁ উদ্যোগ খন্ডত এক বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। শ্ৰী মতী দীপা গগৈলৈ পুনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
District Administration Dibrugarh Directorate of Handloom & Textiles, Assam Handloom Textile Dibrugarh Ministry of Textiles, Government of India

11/09/2024
On the 78th Independence Day of India, the national flag was proudly hoisted at office buildings. The event marked anoth...
15/08/2024

On the 78th Independence Day of India, the national flag was proudly hoisted at office buildings. The event marked another year of India's independence from British rule, celebrating the nation's achievements and paying homage to the freedom fighters who made it possible. The flag-hoisting ceremony is a significant part of the Independence Day celebrations, symbolizing the country's sovereignty and unity. The Tricolor was unfurled with respect and honor, accompanied by the singing of the national anthem.
At O/o the ADHT, Dibrugarh the flag is hoisted by the senior-most official Sri Kiron Ch. Das, Sub-Register followed by a speech that reflects on the importance of independence and the nation's progress over the years. The occasion fosters a sense of patriotism and pride among the employees, reinforcing the values of freedom, democracy, and unity in diversity.

On 7th August, National Handloom Day was celebrated by Handloom and Textile Department, Dibrugarh. The office was graced...
07/08/2024

On 7th August, National Handloom Day was celebrated by Handloom and Textile Department, Dibrugarh. The office was graced by the presence of skilled Assamese weavers, who are custodians of Assamese handloom heritage and whose artistry holds one of strong threads of socio economic life of Assam. Through a CSR initiative, silk yarn was provided to support this timeless craft. The sector, ripe with potential, blends age-old craftsmanship with modern market demands. Brief discussions were held on investing in technology, design, and sustainable practices, envisioning the transformation of the handloom industry into a global powerhouse.
District Administration Dibrugarh
Handloom Textile Dibrugarh
Directorate of Handloom & Textiles, Assam

18/07/2024

স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন ১ জুলাই ২০২৪ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে।

যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত উপলব্ধ হস্ততাঁত উৎপাদিত বস্ত্ৰসামগ্ৰী ক্ৰয় কৰিব বিচাৰে, তেখেতসকলৰ বাবে পঞ্জীয়ন বাধ্যতামূলক।

হস্ততাঁত উদ্যোগীসকলৰ বাবে উন্নয়নী প্ৰকল্পত অগ্ৰাধিকাৰ প্ৰাপ্তিৰ বাবে স্বনিৰ্ভৰ নাৰী প’ৰ্টেলত পঞ্জীয়ন বাঞ্চনীয়।

হস্ততাঁত খণ্ডৰ সৈতে জড়িত আগ্ৰহী ব্যৱসায়ী আৰু উদ্যোগীসকলে অনলাইন প’ৰ্টেল swanirbharnaari.assam.gov.inৰ জৰিয়তে ৩১ জুলাই ২০২৪ তাৰিখলৈকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিসমূহ-

-জি এছ টি পঞ্জীয়ন প্ৰমাণ-পত্ৰ
-পান নম্বৰ
-উদ্যম পঞ্জীয়ন নম্বৰ
-অন্যান্য আনুষংগিক নথি

সবিশেষ জানিবৰ বাবে আৰু পঞ্জীয়নৰ বাবে স্বনিৰ্ভৰ নাৰী আঁচনিৰ প’ৰ্টেল www.swanirbharnaari.assam.gov.in দৰ্শন কৰক।

CMO Assam
Himanta Biswa Sarma
Urkhao Gwra Brahma
Parag Mahanta
Directorate of Information and Public Relations, Assam




🌍 Happy Environment Day! 🌱In the spirit of "Cleanliness is Godliness," the employees of Handloom Textile Dibrugarh and H...
05/06/2024

🌍 Happy Environment Day! 🌱

In the spirit of "Cleanliness is Godliness," the employees of Handloom Textile Dibrugarh and Handloom Training Centers are taking steps to keep our surroundings clean and neat. By fostering a positive work environment and contributing to the overall hygiene of our community, we’re doing our part for a greener planet. Let's all join hands to make every day an Environment Day!
District Administration Dibrugarh
💚

Celebrating Assam’s Handloom Art at Banipur Dibrugarh Railway Station 🌟Under the ‘One Station, One Product’ initiative b...
03/06/2024

Celebrating Assam’s Handloom Art at Banipur Dibrugarh Railway Station 🌟

Under the ‘One Station, One Product’ initiative by Indian Railways, Sandhna Enterprise proudly showcases its exquisite handloom products and indigenous craftsmanship at Banipur Dibrugarh railway station. 🌿 This initiative, aligned with the ‘Vocal for Local’ movement , provides a dedicated outlet for local artisans to share their unique creations with travelers from across the nation. 🛤️

As one journeys through Dibrugarh, they can immerse themselves in the vibrant threads of tradition woven by skilled local weavers right by the tracks. 🧶 Each purchase supports these talented entrepreneurs and preserves the timeless artistry of Assam’s handloom heritage.
District Administration Dibrugarh

The Director of Handloom & Textiles, Assam, Shri. Paragmoni Mahanta made a special visit to Dibrugarh District! During h...
30/05/2024

The Director of Handloom & Textiles, Assam, Shri. Paragmoni Mahanta made a special visit to Dibrugarh District! During his visit, he took time to thoroughly examine our unique handloom products and explore the scopes of development. He also put focus on the progress and welfare of our talented weavers , visited Handloom Training Centers, and, finally, stopped by the district head office. Here, he shared his valuable advice and insights with the employees. We look forward to implementing his recommendations to further elevate the Handloom industry.
District Administration Dibrugarh Handloom Textile Dibrugarh

Address

Phoolbagan
Dibrugarh
786001

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Handloom & Textile, Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share