Moral Awakening

Moral Awakening “মই প্ৰতিদিনে জীৱনক ধন্যবাদ দিওঁ — কাৰণ সকলো দিনেই এটা নতুন পাঠ।”

Good  night 😴
24/07/2026

Good night 😴

Good morning 🙏.
21/07/2026

Good morning 🙏.

16/06/2026

🔥
​"ভাগ্য বা পৰিস্থিতিক গালি পাৰি আপুনি নিজকে দিনক দিনে দুৰ্বল সজাইছে নেকি? অলপ বাধা পালেই থমকি ৰৈছে নেকি?"

14/06/2026

সূৰ্য্যটোৱে সমগ্ৰ পৃথিৱীখন পোহৰাই তোলে, কিন্তু সি মাৰ যোৱাৰ পিছত এটা সৰু মাটিৰ চাকিয়ে নিজৰ সাধ্য অনুসৰি এখন সৰু কোঠাৰ আন্ধাৰ আঁতৰাই পেলায়। চাকিয়ে কেতিয়াও ভাবি মন বেয়া নকৰে যে সি সূৰ্য্যৰ দৰে বিশাল নহয়। আপোনাৰ সামৰ্থ্য যিমানেই কম নহওক কিয়, আপুনি আপোনাৰ এলেকাতে নীৰৱে পোহৰ বিলোৱাৰ দায়িত্ব লওক। আপোনাৰ সেই সৰু কৰ্তব্যখিনিয়েই সমাজৰ বাবে যথেষ্ট।
​ আহক, আমি নিজৰ সামৰ্থ্যৰে সমাজৰ একো একোটা চাকি হৈ আন্ধাৰ দূৰ কৰোঁ। আজি আমাৰ হোৱাটচপ গ্ৰুপত এড হৈ লওক আৰু নতুন চিন্তাক আদৰি লওক।

Address

Changmai Gaon, L. P. School, Changmai Gohain Gaon
Dibrugarh
786007

Website

Alerts

Be the first to know and let us send you an email when Moral Awakening posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category