Dibrugarh Municipal Corporation

Dibrugarh Municipal Corporation Official page of Dibrugarh Municipal Corporation

Working towards a cleaner, greener, and smarter City
Join us in building a sustainable future!

Monitoring of D2D Waste Collection and Segregationডিব্ৰুগড় পৌৰ নিগমে (DMC), 'সৃষ্টি'-ৰ সহযোগত ০৭ ছেপ্টেম্বৰ ২০২৬ তাৰিখে...
07/09/2026

Monitoring of D2D Waste Collection and Segregation

ডিব্ৰুগড় পৌৰ নিগমে (DMC), 'সৃষ্টি'-ৰ সহযোগত ০৭ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৪ নং ৱাৰ্ডৰ পাঠান পট্টীত ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ (D2D) ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে। পৰিদৰ্শনৰ সময়ত ঘৰুৱা পৰ্যায়ত আৱৰ্জনা সঠিকভাৱে পৃথকীকৰণ, D2D সংগ্ৰহৰ নিয়মীয়াতা আৰু সংগ্ৰহ ব্যৱস্থাৰ মানদণ্ড পৰীক্ষা কৰা হয়। লগতে বাসিন্দাসকলৰ সৈতে মত-বিনিময় কৰি আৱৰ্জনা ব্যৱস্থাপনাৰ বিভিন্ন সমস্যা আৰু সঠিক পৃথকীকৰণৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা হয়। এই পৰিদৰ্শনৰ জৰিয়তে পৃথকীকৰণ আৰু D2D সংগ্ৰহ ব্যৱস্থাৰ উন্নতিৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ চিনাক্ত কৰা হয় আৰু বাসিন্দাসকলক সঠিকভাৱে আৱৰ্জনা পৃথকীকৰণ কৰি D2D সংগ্ৰহ ব্যৱস্থাত সহযোগিতা কৰিবলৈ উৎসাহিত কৰা হয়।

Dibrugarh Municipal Corporation (DMC), in collaboration with Shrishti, conducted a door-to-door (D2D) monitoring visit at Pathan Patty, Ward 4, on 07 September 2026 to assess proper source segregation and D2D waste collection practices. The team monitored waste segregation at household level, checked the regularity of collection, and interacted with residents regarding waste-management issues. The visit helped identify areas requiring improvement and encouraged residents to maintain proper waste segregation and cooperate with the D2D collection system.



Awareness program on waste management at Marketডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ পৌৰসখীৰ সহযোগত ০৭ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৱ...
07/09/2026

Awareness program on waste management at Market

ডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ পৌৰসখীৰ সহযোগত ০৭ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৱাৰ্ড নং ১৮ স্থিত নলিয়াপুল বজাৰত আৱৰ্জনা ব্যৱস্থাপনা বিষয়ত IPC কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মুঠ ২০ গৰাকী দোকানীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ জৰিয়তে দোকানীসকলক আৱৰ্জনা পৃথকীকৰণ, সঠিকভাৱে আৱৰ্জনা নিষ্কাশন, বজাৰ এলেকাত আৱৰ্জনা নেপেলোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বিষয়ে সজাগ কৰা হয়। লগতে, নলিয়াপুল বজাৰখন পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত কৰি ৰখাৰ ক্ষেত্ৰত দোকানীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা হয়।

Dibrugarh Municipal Corporation, in collaboration with Shrishti and Pourosakhi, conducted an IPC session on waste management at Naliapool Market, ward 18 on 07 September 2026, with the participation of 20 shopkeepers. The session focused on promoting proper waste segregation, responsible waste disposal, reducing littering, and maintaining cleanliness and hygiene in the market. The shopkeepers were sensitized through interactive discussions and encouraged to actively participate in proper waste management practices and keeping the market clean.



07/09/2026

A fresh morning begins with cleaner streets. 🧹

DMC sanitation workers are out early, keeping the city clean, healthy and welcoming for everyone.

Together, let’s keep Dibrugarh clean. 💚

Teacher's day Celebrationডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৱাৰ্ড নং ১৭ৰ গ্ৰাহাম বজাৰ বয়জ স...
05/09/2026

Teacher's day Celebration

ডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৱাৰ্ড নং ১৭ৰ গ্ৰাহাম বজাৰ বয়জ স্কুলত শিক্ষক দিৱস উদযাপন কৰে। এই উপলক্ষে বিদ্যালয়খনৰ ৭ গৰাকী শিক্ষকক পৰিৱেশ-বান্ধৱ টাবত ৰোপণ কৰা গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে পৰিৱেশ সুৰক্ষা, সেউজীয়া পৰিৱেশ আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰতি সজাগতা বৃদ্ধি কৰা।

Dibrugarh Municipal Corporation, in collaboration with Shrishti, celebrated Teacher’s Day on 05 September 2026 at Graham Bazar Boys School, Ward 17, by felicitating 7 teachers with saplings planted in eco-friendly pots. The initiative aimed to express gratitude towards teachers while promoting environmental awareness, greenery, and sustainable practices among the school community.



'sday

Visit to Composting Championডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ০৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ১৫ নং ৱাৰ্ডৰ খলিহামাৰী নিবাস...
05/09/2026

Visit to Composting Champion

ডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ০৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ১৫ নং ৱাৰ্ডৰ খলিহামাৰী নিবাসী শ্ৰীমতী অজন্তা সাহা, এগৰাকী ‘কম্পোষ্টিং চেম্পিয়ন’,ৰ গৃহ পৰিদৰ্শন কৰে। তেওঁ জানুৱাৰী ২০২৬ৰ পৰা বাল্টিৰ জৰিয়তে ঘৰুৱা জৈৱিক সাৰ প্ৰস্তুত কৰি আহিছে আৰু নিয়মিতভাৱে আৱৰ্জনা পৃথকীকৰণ কৰি ঘৰুৱাতে কেঁচা আৱৰ্জনা প্ৰক্ৰিয়াকৰণ কৰি আছে। তেওঁৰ এই প্ৰচেষ্টাই উৎসস্থলতে আৱৰ্জনা পৃথকীকৰণ, আৱৰ্জনা হ্ৰাস, ঘৰুৱা জৈৱিক সাৰ প্ৰস্তুতকৰণ আৰু বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক অনুকৰণীয় উদাহৰণ দাঙি ধৰিছে আৰু আন বাসিন্দাসকলকো এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে।

Dibrugarh Municipal Corporation, in collaboration with Shrishti, conducted a visit on 05 September 2026 to Composting Champion Mrs. Ajanta Saha, a resident of Khalihamari, Ward No. 15. She has been practicing bucket composting at home since January 2026 by regularly segregating and processing wet waste. Her efforts were appreciated as a positive example of source segregation, waste reduction, home composting, and sustainable waste management, encouraging other residents to adopt similar practices.



05/09/2026

School Awareness program on waste segregation

ডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ১৯ নং ৱাৰ্ডৰ বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আৱৰ্জনা পৃথকীকৰণ আৰু ঘৰুৱা পচন সাৰ প্ৰস্তুতকৰণৰ ওপৰত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। কাৰ্যসূচীত ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীসহ মুঠ ৮১ গৰাকী অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক কেঁচা, শুকান, স্বাস্থ্যজনিত আৰু বিশেষ যতনৰ আৱৰ্জনা সঠিকভাৱে পৃথকীকৰণৰ বিষয়ে ব্যৱহাৰিক কাৰ্যকলাপ আৰু প্ৰদৰ্শনৰ জৰিয়তে বুজোৱা হয়। লগতে ঘৰত সহজ পদ্ধতিৰে পচন সাৰ প্ৰস্তুত কৰি ভিজা আৱৰ্জনাৰ পৰিমাণ হ্ৰাস কৰাৰ বিষয়ে বুজাই দিয়া হয়। কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি পায়।

Dibrugarh Municipal Corporation, in collaboration with Shrishti, conducted an awareness programme on waste segregation and home composting at Borbari High School, Ward 19, with the participation of 78 students and 3 teachers. The programme included interactive activities and demonstrations on segregation of wet, dry, sanitary and special care waste, along with an explanation of simple home composting methods to reduce wet waste. The session helped im

School Awareness program on waste segregationডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ১৯ নং ৱাৰ্ডৰ বৰবাৰী উচ্চ মাধ্যমিক বিদ...
05/09/2026

School Awareness program on waste segregation

ডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ১৯ নং ৱাৰ্ডৰ বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আৱৰ্জনা পৃথকীকৰণ আৰু ঘৰুৱা পচন সাৰ প্ৰস্তুতকৰণৰ ওপৰত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। কাৰ্যসূচীত ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীসহ মুঠ ৮১ গৰাকী অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক কেঁচা, শুকান, স্বাস্থ্যজনিত আৰু বিশেষ যতনৰ আৱৰ্জনা সঠিকভাৱে পৃথকীকৰণৰ বিষয়ে ব্যৱহাৰিক কাৰ্যকলাপ আৰু প্ৰদৰ্শনৰ জৰিয়তে বুজোৱা হয়। লগতে ঘৰত সহজ পদ্ধতিৰে পচন সাৰ প্ৰস্তুত কৰি ভিজা আৱৰ্জনাৰ পৰিমাণ হ্ৰাস কৰাৰ বিষয়ে বুজাই দিয়া হয়। কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি পায়।

Dibrugarh Municipal Corporation, in collaboration with Shrishti, conducted an awareness programme on waste segregation and home composting at Borbari High School, Ward 19, with the participation of 78 students and 3 teachers. The programme included interactive activities and demonstrations on segregation of wet, dry, sanitary and special care waste, along with an explanation of simple home composting methods to reduce wet waste. The session helped improve students’ understanding of responsible waste management and encouraged them to adopt proper segregation and composting practices at home.



DMC NOTICE | Hoardings & Advertising Structures
05/09/2026

DMC NOTICE | Hoardings & Advertising Structures

Morning Road Sweepingডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ০৪ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ১৫ নং ৱাৰ্ডৰ দলবীৰ সিং লোহাৰ পথত পু...
04/09/2026

Morning Road Sweeping

ডিব্ৰুগড় পৌৰ নিগমে, 'সৃষ্টি'ৰ সহযোগত ০৪ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ১৫ নং ৱাৰ্ডৰ দলবীৰ সিং লোহাৰ পথত পুৱা পথ পৰিষ্কাৰ কৰা কাৰ্যৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ মূল উদ্দেশ্য আছিল পথ পৰিষ্কাৰ কৰাৰ কামৰ নিয়মিততা আৰু গুণগত মান নিৰীক্ষণ কৰা, পথসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুন্দৰ কৰি ৰখা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় সমস্যাসমূহ চিনাক্ত কৰা। পৰিদৰ্শনকালত পথৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অৱস্থা আৰু ঝাড়ু দিয়াৰ কাৰ্যৰ ফলপ্ৰসূতা পৰ্যবেক্ষণ কৰা হয়। লগতে, প্ৰয়োজনীয় সংশোধনীমূলক ব্যৱস্থা গ্ৰহণৰ বাবে ক্ষেত্ৰভিত্তিক সমস্যাসমূহ চিনাক্ত কৰা হয়। এই পৰিদৰ্শনৰ জৰিয়তে ১৫ নং ৱাৰ্ডত পথৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নিয়মীয়া তদাৰকী অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায়ক হৈছে।

Dibrugarh Municipal Corporation (DMC), in collaboration with Shrishti, conducted an inspection of the morning road sweeping activity at Dalbir Singh Lohar Path, Ward 15, on 04 September 2026. The inspection focused on monitoring the quality and regularity of sweeping, maintaining road cleanliness, and identifying sanitation-related gaps. The road condition and effectiveness of the sweeping work were observed, and necessary follow-up actions were identified to ensure proper sanitation standards and improved cleanliness in the area.


🐾 1395+ DOGS VACCINATED — A JOINT EFFORT FOR A SAFER DIBRUGARH 🐾Animal Welfare People (AWP) NGO, in association with Dib...
04/09/2026

🐾 1395+ DOGS VACCINATED — A JOINT EFFORT FOR A SAFER DIBRUGARH 🐾

Animal Welfare People (AWP) NGO, in association with Dibrugarh Municipal Corporation (DMC) and the Dibrugarh Veterinary Department, has been continuously working towards responsible animal welfare and rabies prevention through joint vaccination drives across Dibrugarh.

📊 Vaccination Record — Last One Year:
• Dibrugarh University – 70 dogs
• Dibrugarh Airport – 40 dogs
• ICMR – 15 dogs
• AWP NGO – 300 dogs vaccinated during adoption camps and treatment/rescue activities
• Dibrugarh town area / market area – 970 dogs

🔹 Total: 1395 dogs vaccinated as per available records.

Following the recent dog-bite incident, our team also conducted vaccination in the Chowkidhghee Indoor Stadium area, Jiban Phukan Nagar, and Chowkidhghee Bazar area, where 20+ dogs were vaccinated as part of our continued rabies prevention efforts.

🙏 This achievement reflects the commitment and cooperation of the Dibrugarh Municipal Corporation, Dibrugarh Veterinary Department, Animal Welfare People NGO, veterinarians, volunteers and local communities.

🐕 Vaccination is prevention. Responsible action is protection.

Let’s work together towards a Rabies-Free and Safer Dibrugarh. ❤️🐾

Address

A. T. Road, Graham Bazar
Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Dibrugarh Municipal Corporation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share