S T Morcha East Madal

S T Morcha East Madal unity in diversity

18/02/2026

উত্তৰ-পূব ভাৰতৰ ভৱিষ্যৎ নিৰ্মাণৰ এক ঐতিহাসিক পদক্ষেপ! 🛣️
ভাবি চাওক—য’ত এটা ক্লান্তিকৰ ছয় ঘণ্টাৰ যাত্ৰা সলনি হৈ মাত্ৰ ২০ মিনিটৰ সহজ আৰু সুকলীয়া যাত্ৰাত পৰিণত হয়। এইটোৱেই নৱ অনুমোদিত গহপুৰ–নুমলীগড় পানীৰ তলৰ সুড়ংগ প্ৰকল্পৰ শক্তি আৰু সম্ভাৱনা। 🌊
ব্ৰহ্মপুত্ৰৰ মহাশক্তিশালী বুকুৰ তলত নিৰ্মিত হ’বলগীয়া এই যুগান্তকাৰী দুটা নলীযুক্ত পথ আৰু ৰেল কৰিডৰ কেৱল এটা অৱকাঠামোগত প্ৰকল্প নহয়—ই হৈছে উন্নয়ন, সংযোগ আৰু কৌশলগত শক্তিৰ এক নতুন জীৱনধাৰা।
২৪০ কিলোমিটাৰৰ যাত্ৰা হ্ৰাস পাই মাত্ৰ ৩৪ কিলোমিটাৰলৈ অহা এই পদক্ষেপে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাত এক বিপ্লৱ আনিব। বাণিজ্য, পৰ্যটন আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব আৰু উত্তৰ-পূবৰ আগবঢ়াৰ গতি অধিক তীব্ৰ কৰিব।

18/02/2026

আজি ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হ'ব মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত Nitin Nabin ডাঙৰীয়া।

উজনি অসমৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড়ত তেখেতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰূপে নিৰ্বাচিত হোৱা এজন অত্যন্ত আদৰ্শনিষ্ঠ, সু-সংগঠক, সু-বক্তা, যুৱনেতা শ্ৰদ্ধেয় শ্ৰীযুত নীতিন নবীন ডাঙৰীয়াক উজনি অসমৰ কাৰ্যকৰ্তাসকলে হৃদয়েৰে সম্ভাষণ জনাবলৈ আগ্ৰহেৰে বাট চাই আছে।


13/02/2026

ঘৰে ঘৰে বিজেপি...

১৪ ফেব্ৰুৱাৰীত খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বুথ সভাপতিসকলৰ বিশাল সন্মিলনত উপস্থিত থাকি দলৰ তৃণমূল কাৰ্যকৰ্তাক উৎসাহিত কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ।

13/02/2026

অসম হিতৈষী মাননীয় প্রধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একান্ত সদিচ্ছাৰ বাবেই অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা।

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ১৪ ফেব্ৰুৱাৰীত পবিত্ৰ অসমভূমিলৈ উষ্ম আদৰণি জনাইছোঁ।

12/02/2026

Address

Paltan Bazar
Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when S T Morcha East Madal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share