Digboi youth congress

Digboi  youth congress Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Digboi youth congress, Political organisation, Digboi.

Today Tinsukia DCC along with Tinsukia Dyc,Nsui Stage a dharna at tinsukia regarding price hike of petrol diesel,lpg and...
16/07/2021

Today Tinsukia DCC along with Tinsukia Dyc,Nsui Stage a dharna at tinsukia regarding price hike of petrol diesel,lpg and other essentials commodities...

দেশৰ বীৰ পুত্ৰ অসম মাতৃৰ সুসন্তান কেপ্তেইন জিন্টু গগৈৰ মৃত্যু তিথিত তেখেতক ডিগবৈ যুৱ কংগ্ৰেছ পৰিয়ালৰ হৈ শ্ৰদ্ধাৰে সুৱৰিছ...
30/06/2021

দেশৰ বীৰ পুত্ৰ অসম মাতৃৰ সুসন্তান কেপ্তেইন জিন্টু গগৈৰ মৃত্যু তিথিত তেখেতক ডিগবৈ যুৱ কংগ্ৰেছ পৰিয়ালৰ হৈ শ্ৰদ্ধাৰে সুৱৰিছো।তুমি অমৰ।

নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুসৰি হাপজান ব্লক কংগ্ৰেছৰ উদ্যোগত যুৱ কংগ্ৰেছ NSUI ৰ সহ...
11/06/2021

নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুসৰি হাপজান ব্লক কংগ্ৰেছৰ উদ্যোগত যুৱ কংগ্ৰেছ NSUI ৰ সহযোগত আজি ডিগবৈ ত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এক ঘন্টিয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।উক্ত কাৰ্য্যসূচীত হাপজান ব্লক কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰুৱা ডাঙৰীয়া ৰ লগতে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি তথা ডিগবৈৰ যুৱনেতা শিৱনাথ চেতিয়া উপস্থিত থাকে।

17/03/2021
ডিগবৈ সমষ্টিৰ বগাপানী পঞ্চায়তত ডিগবৈ যুৱ কংগ্ৰেছৰ কৰ্মীসকলৰ দ্বাৰা caa বিৰোধী গামোচাৰে ৰাইজক সাহস দিয়াৰ চেষ্টা।জয় আই অসম...
04/03/2021

ডিগবৈ সমষ্টিৰ বগাপানী পঞ্চায়তত ডিগবৈ যুৱ কংগ্ৰেছৰ কৰ্মীসকলৰ দ্বাৰা caa বিৰোধী গামোচাৰে ৰাইজক সাহস দিয়াৰ চেষ্টা।
জয় আই অসম।
যুৱ কংগ্ৰেছ জিন্দাবাদ।

ৰাইজৰ কাষত ডিগবৈ যুৱ কংগ্ৰেছ।caa বিৰোধী ৰাইজৰ কাষত উপস্থিত হৈ কিছু সাহস দিয়াৰ চেষ্টা।অসম বচাওঁ আহক।
04/03/2021

ৰাইজৰ কাষত ডিগবৈ যুৱ কংগ্ৰেছ।caa বিৰোধী ৰাইজৰ কাষত উপস্থিত হৈ কিছু সাহস দিয়াৰ চেষ্টা।
অসম বচাওঁ আহক।

অসম বচাওঁ আহক।Caa সম্পৰ্কে ৰাইজৰ মতামত জনাৰ চেষ্টা সতীৰ্থ সকলৰ সৈতে। caa বিৰোধী চৰকাৰ হোৱাটো ৰাইজে পোষকতা কৰে।
01/03/2021

অসম বচাওঁ আহক।
Caa সম্পৰ্কে ৰাইজৰ মতামত জনাৰ চেষ্টা সতীৰ্থ সকলৰ সৈতে। caa বিৰোধী চৰকাৰ হোৱাটো ৰাইজে পোষকতা কৰে।

ৰাইজৰ আশীৰ্বাদ বিচাৰি।ডিগবৈ যুৱ কংগ্ৰেছৰ ফালৰ পৰা শিৱনাথ চেতিয়া ডাঙৰীয়ালৈ থাকিল বহুত বহুত শুভেচ্ছা।
26/02/2021

ৰাইজৰ আশীৰ্বাদ বিচাৰি।ডিগবৈ যুৱ কংগ্ৰেছৰ ফালৰ পৰা শিৱনাথ চেতিয়া ডাঙৰীয়ালৈ থাকিল বহুত বহুত শুভেচ্ছা।

Caa বিৰোধিতাৰে ৰাইজৰ মাজত যুৱনেতা শিৱনাথ চেতিয়া।অসম বচাওঁ আহক।
26/02/2021

Caa বিৰোধিতাৰে ৰাইজৰ মাজত যুৱনেতা শিৱনাথ চেতিয়া।অসম বচাওঁ আহক।

অসম বচাওঁ আহক ।আজি টিংৰাই পঞ্চায়তত caa সম্পৰ্কে ৰাইজৰ মনৰ কথা বুজ লোৱাৰ চেষ্টা।উপস্থিত থাকে  তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছ...
23/02/2021

অসম বচাওঁ আহক ।আজি টিংৰাই পঞ্চায়তত caa সম্পৰ্কে ৰাইজৰ মনৰ কথা বুজ লোৱাৰ চেষ্টা।উপস্থিত থাকে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি শিৱনাথ চেতিয়া ডাঙৰীয়া। লগতে উপস্থিত থাকে তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী গিতাঞ্জলি সোণোৱাল ডাঙৰীয়ানী ।

অসম বচাও আহক।কা আমি নামানো।উচিত প্ৰত্যুত্তৰ দিব ৰাইজে।caa বিৰোধী চৰকাৰ হোৱাতো ৰাইজে পোষকতা কৰে।জয় আই অসম।
21/02/2021

অসম বচাও আহক।
কা আমি নামানো।
উচিত প্ৰত্যুত্তৰ দিব ৰাইজে।caa বিৰোধী চৰকাৰ হোৱাতো ৰাইজে পোষকতা কৰে।জয় আই অসম।

ডিগবৈ সমষ্টিত কংগ্ৰেছ দলৰ বুথ সংকল্প শিবিৰস্থান- টিংৰাই বিহুতলী, ডিগবৈ।
18/02/2021

ডিগবৈ সমষ্টিত কংগ্ৰেছ দলৰ বুথ সংকল্প শিবিৰ
স্থান- টিংৰাই বিহুতলী, ডিগবৈ।

Address

Digboi
786171

Telephone

7002699690

Website

Alerts

Be the first to know and let us send you an email when Digboi youth congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share