Borbil ME School

Borbil ME School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Borbil ME School, Digboi.

18/01/2024

Mission Prakriti

16/08/2022
যোগাসন২১ জুন, ২০২২
21/06/2022

যোগাসন
২১ জুন, ২০২২

20/06/2022

এগৰাকী সম্পূৰ্ণ মানৱ আছিল বিষ্ণুপ্ৰসাদ ৰাভা। এগৰাকী ব্যক্তিয়ে লাভ কৰিব পৰা সকলোবোৰ গুণাৱলীতকৈ অধিক গুণ লাভ কৰিছিল তেওঁ। একেধাৰে বিপ্লৱী, সাহিত্যক, কবি - গীতিকাৰ, নাট্যকাৰ, খেলুৱৈ, ব্যৱসায়ী, ৰাজনীতিক, অভিনেতা, গায়ক, চিত্ৰকৰ, নৃত্যশিল্পী, দানবীৰ আৰু সকলো ক্ষেত্ৰতে তেওঁ আছিল সৰ্বোত্তম কৃতিত্বৰ অধিকাৰী।...... ১৯৬৯ চনৰ ২০ জুন তাৰিখে অসমীয়া সভ্যতা সংস্কৃতিৰ এইগৰাকী শ্ৰেষ্ঠতম পুৰুষ বিষ্ণুপ্ৰসাদ ৰাভাই ইহসংসাৰৰ পৰা বিদায় ল'লে। তেখেতৰ পবিত্ৰ মৃত্যুবাৰ্ষিকীৰ দিনা এই মহান পুৰুষজনালৈ নিবেদন কৰিলোঁ সশ্ৰদ্ধ প্ৰণিপাত 🙏 🙏

19/06/2022
বিষ্ণু প্ৰসাদ ৰাভা সংগীতৰ কৰ্মশালা
18/06/2022

বিষ্ণু প্ৰসাদ ৰাভা সংগীতৰ কৰ্মশালা

Address

Digboi
786171

Website

Alerts

Be the first to know and let us send you an email when Borbil ME School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share