BJP Bhergaon Mandal

BJP Bhergaon Mandal ভেৰগাঁও মণ্ডল – সংগঠনৰ শক্তি, কৰ্মীৰ গৌৰৱ 🪷
বুথৰ পৰা বিজয়লৈ
উন্নয়ন আৰু বিশ্বাসৰ যাত্ৰাত সদায় আগবাঢ়ি।

গভীৰ শোক আৰু শ্ৰদ্ধাঞ্জলিবিটিচিৰ উপাধ্যক্ষ শ্ৰীযুত বিজিত গ্ৱৰা নাৰ্জাৰীৰ  আকস্মিক আৰু কৰুণ বিয়োগৰ খবৰে আমাক গভীৰভাৱে মৰ্...
26/08/2026

গভীৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

বিটিচিৰ উপাধ্যক্ষ শ্ৰীযুত বিজিত গ্ৱৰা নাৰ্জাৰীৰ আকস্মিক আৰু কৰুণ বিয়োগৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে। তেওঁৰ এই অকাল প্ৰস্থানৰ খবৰ কোনোপধ্যেই সহজে মানি ল’ব নোৱাৰি।

এজন নিষ্ঠাবান জনসেৱক হিচাপে সমাজ আৰু জনসাধাৰণৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱা, দায়িত্ববোধ আৰু অৱদান সদায় আমাৰ মাজত স্মৃতি হৈ জীয়াই থাকিব। তেওঁৰ বিদায়ে পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ বডোলেণ্ডৰ জনজীৱনত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে।

এই কঠিন সময়ত ভাৰতীয় জনতা পাৰ্টী, Bjp Bhergaon Mandal ভেৰগাঁও মণ্ডলৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

হে পৰমেশ্বৰ, বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰা আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় বেদনা সহ্য কৰাৰ শক্তি দিয়া।

তেওঁ আমাৰ মাজত নাই, কিন্তু তেওঁৰ কৰ্ম আৰু স্মৃতি সদায় আমাৰ হৃদয়ত জীয়াই থাকিব।

ওঁ শান্তি। 🙏🕊️🥀

🇮🇳 তিৰংগাৰ গৌৰৱত একত্ৰিত ভেৰগাঁও মণ্ডল 🇮🇳আজি ভাৰতীয় জনতা পাৰ্টী ভেৰগাঁও মণ্ডলৰ উদ্যোগত দেশৰ জাতীয় পতাকা তিৰংগাৰ প্ৰতি ...
12/08/2026

🇮🇳 তিৰংগাৰ গৌৰৱত একত্ৰিত ভেৰগাঁও মণ্ডল 🇮🇳

আজি ভাৰতীয় জনতা পাৰ্টী ভেৰগাঁও মণ্ডলৰ উদ্যোগত দেশৰ জাতীয় পতাকা তিৰংগাৰ প্ৰতি সন্মান আৰু দেশপ্ৰেমৰ বাৰ্তা লৈ ‘তিৰংগা যাত্ৰা’ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

দেশৰ ঐক্য, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতীক আমাৰ তিৰংগা। এই পবিত্ৰ পতাকাৰ গৌৰৱ অক্ষুণ্ণ ৰাখি ‘দেশ প্ৰথম, ৰাষ্ট্ৰ সৰ্বোপৰি’—এই সংকল্পৰে আমি আগুৱাই যাওঁ।

🇮🇳 বন্দে মাতৰম!
🇮🇳 ভাৰত মাতা কি জয়!

BJP Assam Pradesh BJP Udalguri District Dilip Saikia Ajoy Kumar Hazarika Pijush Hazarika Himanta Biswa Sarma Bharatiya Janata Party (BJP)

Rati Ram Baro Congratulations sir 🙏 🙏 🚩
04/08/2026

Rati Ram Baro Congratulations sir 🙏 🙏 🚩

আজি ১২ শাওণ, ২৯ জুলাই ২০২৬, পবিত্ৰ গুৰু পূৰ্ণিমা উপলক্ষে ভাৰতীয় জনতা পাৰ্টী ভেৰগাঁও মণ্ডল সমিতি আৰু ভাৰতীয় জনতা পাৰ্টী...
29/07/2026

আজি ১২ শাওণ, ২৯ জুলাই ২০২৬, পবিত্ৰ গুৰু পূৰ্ণিমা উপলক্ষে ভাৰতীয় জনতা পাৰ্টী ভেৰগাঁও মণ্ডল সমিতি আৰু ভাৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলা অনুসূচিত জনজাতি মৰ্চাই যৌথভাৱে বিভিন্ন সনাতনী মঠ-মন্দিৰ পৰিদৰ্শন কৰি পুৰোহিত-পূজাৰীসকলৰ লগতে সমাজক জ্ঞান, সংস্কাৰ আৰু নৈতিক মূল্যবোধেৰে আলোকিত কৰি অহা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আন্তৰিক প্ৰণাম আৰু শুভেচ্ছা জনায়।

গুৰু হৈছে জ্ঞান, আদৰ্শ আৰু সৎপথৰ দিশাৰী।
সমাজ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান সদায়েই অনন্য আৰু অনুকৰণীয়।
এই পবিত্ৰ তিথিত সকলো গুৰুজনৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু মঙ্গল কামনা কৰিলোঁ।
🙏 শ্ৰদ্ধাৰে সকলো গুৰুজনলৈ শত-শত প্ৰণাম। 🙏
BJP Assam Pradesh Dilip Saikia Ajoy Kumar Hazarika Pijush Hazarika Jousrang Boro Bikan Chandra Deka BJP Udalguri District Bjp Bhergaon Mandal

11/07/2026
ওদালগুৰি জিলাৰ   কমিটিৰ সদস্য হিচাপে দায়িত্ব লাভ কৰা সন্মানীয় সদস্য সদস্যা সকলক ভাৰতীয় জনতা পাৰ্টী ভেৰগাঁও মণ্ডলৰ তৰফ...
11/07/2026

ওদালগুৰি জিলাৰ কমিটিৰ সদস্য হিচাপে দায়িত্ব লাভ কৰা সন্মানীয় সদস্য সদস্যা সকলক ভাৰতীয় জনতা পাৰ্টী ভেৰগাঁও মণ্ডলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ 💐🙏

Jousrang Boro Medhi Ajoy Kumar Hazarika Bikan Chandra Deka Sujit Sarkar BJP Udalguri District

11/07/2026

ভাৰত মাতা কি জয় 🙏 🇮🇳 🚩

06/07/2026

Tribute to Dr. Syama Prasad Mookerjee on his 125th Birth Anniversary.

Listen to his inspiring words, filled with patriotism and unwavering commitment to the unity and integrity of India.

Narendra Modi Nitin Nabin BJP Assam Pradesh Bharatiya Janata Party (BJP) BJP Udalguri District
Dilip Saikia Ajoy Kumar Hazarika Bikan Chandra Deka Jousrang Boro Our Bhergaon Bjp












Address

Bhergaon
Dimakuchi

Telephone

+918638878830

Website

Alerts

Be the first to know and let us send you an email when BJP Bhergaon Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Bhergaon Mandal:

Shortcuts

Share