Budlapara P/C AASAA

Budlapara P/C AASAA All Adivasi Students association of Assam
AASAA

আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি বাদলাপাৰা AASAA প্ৰাথমিক সমিতি ফালৰ পৰা বাদলাপাৰা মডেল হাই স্কুলত কিছু গছ ৰোপণ ...
05/06/2026

আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি বাদলাপাৰা AASAA প্ৰাথমিক সমিতি ফালৰ পৰা বাদলাপাৰা মডেল হাই স্কুলত কিছু গছ ৰোপণ কৰিলোঁ।
লগতে ১নং বাদলাপাৰা প্ৰাথমিক বিদ্যালয় আৰু বাদলাপাৰা মডেল হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলি বাদলাপাৰা মডেল হাই স্কুলৰ পৰা বাদলাপাৰা সাপ্তাহিক বজাৰলৈকে পৰিষ্কাৰ-অভিযান চলাওঁ।
এই কাৰ্যসূচীত সকলোৱে উৎসাহেৰে অংশগ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব বুজি পালে।

আজিৰ দিনটোত Budlapara Primary Committee, AASAAৰ তৰফৰ পৰা Budlapara চাহ বাগিচাৰ অন্তৰ্গত থকা ১ নং Budlapara LP School, Bu...
03/06/2026

আজিৰ দিনটোত Budlapara Primary Committee, AASAAৰ তৰফৰ পৰা Budlapara চাহ বাগিচাৰ অন্তৰ্গত থকা ১ নং Budlapara LP School, Budlapara Boro Line LP School আৰু Budlapara Model High Schoolত পৰিদৰ্শন কৰা হয়। এই সময়ত শিক্ষকসকলৰ সৈতে সাক্ষাৎ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থা আৰু খবৰ লোৱা হয়।সকলো শিক্ষকেই ভালদৰে সহযোগিতা আগবঢ়াই আৰু ইতিবাচক সঁহাৰি জনায়। বিদ্যালয়সমূহ পৰিদৰ্শন কৰি বহুত ভাল লাগিল ।

movment start
06/03/2026

movment start

06/11/2025

Charo Orang DEv MNda Akash Bakla Budlapara P/C AASAA

Budlapara Primary Committee AASAA
06/11/2025

Budlapara Primary Committee AASAA

05/11/2025

Chala Jaboi Udalguri Apan adhikar khojek
Budlapara P/C AASAA

আজি ইং২৬ /১০/২৫ তাৰিখে বাদলা পাৰা প্ৰাথমিক সমিতিৰ   আছাৰ কাৰ্যালয়ত আগন্তত হব লগীয়া ৬ নবেম্বৰত তাৰিখে বিশাল গণ সমাৱেশৰ ...
26/10/2025

আজি ইং২৬ /১০/২৫ তাৰিখে বাদলা পাৰা প্ৰাথমিক সমিতিৰ আছাৰ কাৰ্যালয়ত আগন্তত হব লগীয়া ৬ নবেম্বৰত তাৰিখে বিশাল গণ সমাৱেশৰ বিষয়ে আলোচনাত মিলিত হওঁ ।

16/05/2025

Address

Budlapara T E
Dimakuchi
784526

Website

Alerts

Be the first to know and let us send you an email when Budlapara P/C AASAA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category