13/08/2026
সদৌ অসম নাৰী শক্তি সন্থা (আওপা)ৰ উদ্যোগত আজি দিঘলতৰং বাঘজান উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰী বিদুল চেতিয়া ছাৰক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত-বিনিময় কৰা হয়। 🙏🌸
শিক্ষাৰ মান উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এনে যোগাযোগ আৰু সহযোগিতা অব্যাহত থাকিব। 🤝📚
#সদৌঅসমনাৰীশক্তিসন্থা #আওপা #শিক্ষা #দিঘলতৰং #বাঘজান