05/06/2021
৫জুন-"বিশ্ব পৰিবেশ দিৱস" উপলক্ষে এখন সেউজ আৰু প্ৰদূষণ মুক্ত অসম গঢ়ি তোলাৰ স্বাৰ্থত আমি সকলোৱে গছ পুলি ৰোপন কৰো আহক । আমি সুন্দৰকৈ জীৱন যাপন কৰিবৰ বাবে এই পৰিৱেশেই সুন্দৰ ইয়াতকৈ আৰু উৎকৃষ্ঠ হব নোৱাৰে । সেই উপলক্ষে আজি ডুমডুমা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ লগতে বন্ধুবৰ্গৰ সৈতে গছ পুলি ৰোপন কৰো।
"গছ থাকিলেহে আমি থাকিম"❤🌴🍂