06/06/2026
# #প্ৰকৃতিৰ এক কঠোৰ তথা চিৰন্তন সত্য হৈছে মৃত্যু ৷ পৃথিৱীৰ কোনেও ইয়াৰ পৰা পৰিত্ৰাণ নাপায় ৷ স্ৰষ্টাৰ সকলো সৃষ্টিৰেই ধ্বংস আছে ৷ ঠিক সেইদৰে জীৱৰো ধ্বংস হয় মৃত্যুৰ ৰূপত ৷ সৃষ্টি বা জন্ম হোৱাৰ দিনৰ পৰাই আমি মৃত্যুৰ দিশলৈ গতি আৰম্ভ কৰো ৷ # #
কৰদৈগুৰি অঞ্চলৰ বৰগড়া গাঁৱৰ নিবাসী সমাজকৰ্মী ব্যক্তি তথা মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, তালাপ-কৰদৈগুৰি আঞ্চলিক সমিতিৰ প্ৰাক্তণ সভাপতি জিতেন মৰাণ দেৱৰ স্বাস্থ্যজনিত কাৰণত যোৱা ৩ জুন ২০২৬ তাৰিখে স্বৰ্গগামী হয় ৷৩ দিনীয়া টিলনিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ অসম মৰাণ সভা,সদৌ মৰাণ ছাত্ৰ সন্থা,কৰদৈগুৰি আঞ্চলিক সমিতিৰ ফালৰ পৰা তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা লগতে পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা শোক-বাৰ্তা প্ৰেৰণ কৰা হয়।
,🙏🙏🙏
Pulikanta Moran
Hemonta Moran