29/09/2022
বিধায়ক পূঁজিৰ ৫ লাখ টকা ব্যয় সাপেক্ষে লেলা হাইস্কুল চৌহদত নিৰ্মান কৰা এটা চাইকেল গেৰেজ আৰু বিধায়ক পুজিৰে ৫ লাখ টকাৰে নিৰ্মান কৰা সমূহীয়া ভৱন মুকলি কৰিলে আজি ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যাদব স্বৰ্গীয়াৰীয়ে৷
আমাৰ বিধায়ক ♥️